Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kamrup Academi H.S.School :কামৰূপ একাডেমীত কবিতা, চুটি গল্প লিখা, আবৃত্তি, আকস্মিক বক্তৃতা, চিত্ৰাঙ্কণ, হাতৰ আখৰ লিখা প্ৰতিযোগিতা

publisher by publisher
September 4, 2023
in India, News
Reading Time: 1 min read
0
Kamrup Academi H.S.School :কামৰূপ একাডেমীত কবিতা, চুটি গল্প লিখা, আবৃত্তি, আকস্মিক বক্তৃতা, চিত্ৰাঙ্কণ, হাতৰ আখৰ লিখা প্ৰতিযোগিতা
6
SHARES
59
VIEWS
ShareShareShareShare

Kamrup Academi H.S.School :

কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অহা ১৫ ছেপ্তেম্বৰ ২০২৩ ৰ পৰা সাহিত্য আৰু ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

ADVERTISEMENT

কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হক আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কাবেৰী বৰাই এক বিবৃতিযোগে জনায় যে-অহা ৭আৰু ৮ অক্টোবৰত বিদ্যালয়ত অনুষ্ঠিত হব লগা দ্বিতীয় প্ৰাক্তন ছাত্র সমাৰোহ ২০২৩, উপলক্ষে এই সাহিত্য আৰু ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতা সমূহৰ আয়োজন কৰা হৈছে ।

RelatedPosts

Bhaskar Ratna ‘2025 Awards were presented to Tarali Sarma:বিশিষ্ট কণ্ঠশিল্পী তৰালী শর্মাক ‘ভাস্কৰ ৰত্ন বঁটা-২০২৫’ প্রদান

সদৌ অসম ভিত্তিত কবিতা আৰু চুটি গল্প লিখা প্ৰতিযোগিতাৰ লগতে কামৰূপ ( মহানগৰ)জিলা ভিত্তিত চিত্ৰাঙ্কণ, আবৃত্তি, আকস্মিক বক্তৃতা আৰু হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হব। সদৌ অসম ভিত্তিত হব লগা কবিতা প্ৰতিযোগিতা অষ্টম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ‘ক’ আৰু একাদশ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ খ’শাখাত আৰু চুটি গল্প নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অনুষ্ঠিত হব।

প্ৰতিযোগীয়ে তেওঁলোকৰ স্বৰচিত লেখা সমূহ অহা ২ অক্টোবৰৰ ভিতৰত ৰঞ্জন জ্যোতি শৰ্মা বৰদলৈ, সভাপতি ,প্ৰতিযোগিতা সমিতি, ফোন নং- ৯৩৬৫৪-৬৮৪৫৯, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় ,এম,চি ৰোড, চেনিকুঠি, গুৱাহাটী-৭৮১০০৩ বা kamrupacademyexstudent@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব।

১ অক্টোবৰ তাৰিখে পূৱা ১০-৩০বজাৰ পৰা তিনিটা শাখাত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হব। ‘ক’ শাখা তৃতীয় শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ,’খ’শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ আৰু ‘গ’ শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ। ২ অক্টোবৰ তাৰিখে পূৱা ১১ বজাত প্ৰাথমিক বিদ্যালয়ৰ চতুর্থ আৰু পঞ্চম শ্রেণীৰ ছাত্র-ছাত্ৰীৰ বাবে হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হব ।

৩ অক্টোবৰ তাৰিখে পূৱা ১১ বজাৰ পৰা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হব। ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ ‘ক’ শাখা আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ‘খ’ শাখাত এই আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হব।আবৃত্তি প্ৰতিযোগীয়ে স্বনিৰ্বাচিত কবিতা তিনি মিনিটৰ ভিতৰত আবৃত্তি কৰিব লাগিব। অহা ১৫ ছেপ্তেম্বৰৰ পৰা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আন্ত:শ্রেণী কেৰম প্ৰতিযোগিতা আৰু প্ৰাক্তন ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত কেৰম, কলহ ভঙা, মিউজিক চেয়াৰ,ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হব।

ইতিমধ্যে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত আন্ত:শ্ৰেণী স্মৃতিশক্তি, শ্ৰুতলিপি, কুইজ, আৰু আবৃত্তি প্ৰতিযোগিতা যোৱা ৩১ আগষ্টৰ পৰা আৰম্ভ হৈছে। দ্বিতীয় প্ৰাক্তন ছাত্র সমাৰোহ ২০২৩ খনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে পৰাগ বৰঠাকুৰক সভাপতি, বিৰাজ শৰ্মা আৰু শ্যামল কুমাৰ ভট্টাচার্যক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ex. Student UnionKamrup Academi H.S.SchoolPoemShort Story Writing Competition
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d