Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Inauguration Of PM vishwakarma Scheme:বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পিএম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধন

publisher by publisher
September 17, 2023
in India, Assam, News
Reading Time: 1 min read
0
Inauguration Of PM vishwakarma Scheme:বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
3
SHARES
31
VIEWS
ShareShareShareShare

Inauguration Of PM vishwakarma Scheme:

বিশ্বৰ সকলো উন্নত ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ দক্ষতা, যোগ্যতা, দৃঢ়তা, একগ্ৰতা, সততাক ভূয়সী প্ৰশংসা কৰিছে । বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আমাৰ দেশৰ ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হৈছে । বিশ্বৰ মানৱতাৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ ভাৰতবাসী গৌৰৱান্বিত । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি আয়োজিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে ।

ADVERTISEMENT

নিজৰ হাত আৰু সঁজুলিৰে অপূৰ্ব সৃষ্টিকৰ্মত জড়িত হৈ স্বাবলম্বন হোৱা কাৰু শিল্পী -খনিকৰ সকলক শুভেচ্ছা জনাই মন্ত্ৰী সোণোৱালে লগতে কয় : দেশৰ প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ তথা সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৪ চনৰ পৰাই দেশবাসীক সেৱাৰ মানসিকতাৰে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিষ্ঠাৰে প্ৰতিখন আঁচনি গ্ৰহণ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ইয়াৰ সঠিক ৰূপায়ণ আৰু মূল্যায়ন কৰিলে । যাৰ ফলত ভাৰতবৰ্ষৰ শক্তি বৃদ্ধি কৰিলে ।

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Inauguration of NCLT Guwahati Campus:এন চি এল টি গুৱাহাটী বিচাৰপীঠ চৌহদ উদ্বোধন

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

sarbanandra 3আগন্ত্তক ২০৪৭ চনত ভাৰবৰ্ষৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ সকলো প্ৰান্তত অনুষ্ঠান আয়োজন কৰি গৌৰৱেৰে ভাৰতৰাষ্ট্ৰৰ গুণানুকীৰ্তন কৰি বিশ্বৰ আঠশ কোটি জনতাক কব লাগিব –আমিয়েই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ ।

ইপিনে আজিৰ অনুষ্ঠানৰ মূল উদ্যোক্তা তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গঢ়িব খোজা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত পিএম বিশ্বকৰ্মা আঁচনিখন সঁচা অৰ্থত আমাৰ কাৰু শিল্পী-খনিকৰ সকলৰ বাবে সাহস আৰু আত্মপ্ৰত্যয়ৰ ঠিকনা হৈ ৰব । উল্লেখযোগ্য যে নতুন ভাৰতত বিশ্বকৰ্মা সকলৰ দক্ষতাক সন্মান জনোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচনইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ এই অনুষ্ঠান ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয় । মন কৰিবলগীয়া বিষয় এয়ে যে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম পি এম বিশ্বকৰ্মা আঁচনি ।

bimal bora৩, ০০০ কোটি টকাৰ পৰা ১৫,০০০ কোটি টকা ধাৰ্য কৰা এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে নিজ হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰে চলাই অহা পৰিয়াল আধাৰিত অনুশীলনক অধিক শক্তিশালী আৰু প্ৰতিপালন কৰা । ইয়াৰ দ্বাৰা শিল্পী-কাৰিকৰ-খনিকৰৰ সামগ্ৰী আৰু সেৱাৰ মান উন্নতি কৰি কাৰু শিল্পকৰ্মক অধিক সমৃদ্ধিশালী কৰি তোলা ।

পিএম বিশ্বকৰ্মা আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ মুঠ ১৮ বিধ কাৰিকৰী শিল্প বিদ্যাক সামৰি লৈছে । সেইকেইটা হৈছে—কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, কুমাৰ, কৱচ গঢ়োতা, কমাৰ, হাতুৰী আৰু টুল কিট নিৰ্মাতা, ভাস্কৰ্য শিল্পী, , তলা নিৰ্মাতা, সোণাৰী, মুচি, ৰাজমিস্ত্ৰী,কঠ/পাচি/কাৰু নিৰ্মাতা, কয়ৰ শিল্পী, পুতলা আৰু পৰম্পৰাগত খেলৰ সামগ্ৰী নিৰ্মাতা, মাছ ধৰা জাল নিৰ্মাতা, নাপিত, ধোবা, ফুলৰ মালা নিৰ্মাতা আৰু দৰ্জী ।

আজিৰ অনুষ্ঠানত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা , ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ ” ছীটা”ৰ উপাধ্যক্ষ, ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, উদ্যোগ বিভাগৰ সচিব ড° লক্ষ্মণম প্ৰমুখ্যে বিভাগটোৰ অন্যান্য শীৰ্ষ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: inaugurationPM vishwakarma SchemeUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d