Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Today Mahasaptami:আজি সপ্তমী, ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ মহা আনন্দ- উছাহ

ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতে আৰম্ভ হ’ল দুৰ্গা পূজা

publisher by publisher
October 21, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Today Mahasaptami:আজি সপ্তমী, ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ মহা আনন্দ- উছাহ

Workers Preparation Durga Puja Pandal ahead of up-coming Durga Puja at Rest Camp, Maligaon in Guwahati on 18-10-23. Pix by UB Photos

3
SHARES
27
VIEWS
ShareShareShareShare

Today Mahasaptami:

শৰতৰ নিয়ৰসিক্ত পৰিৱেশত প্ৰকৃতিৰ মধুময় ৰূপ। খেয়ালি ৰূপ এৰি শান্ত-সমাহিত ৰূপ লোৱা প্ৰকৃতিৰ কোলাত বহি ধৰালৈ নামি আহিল শাৰদীয় সুবাস। সনাতন হিন্দুৰ পৰম্পৰা অনুসৰি দেৱী দুৰ্গাৰ অকাল বোধনৰে আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হল। প্রবাদ অনুসৰি, ষষ্ঠীৰ দিনা বেল বৰণৰে আমন্ত্ৰণৰ সূত্ৰে কৈলাশৰ পৰা সৰস্বতী, লক্ষ্মী, গণেশ আৰু কাৰ্তিকক লৈ ধৰালৈ আগমন ঘটা দেৱী দুর্গাক যথাবিহিত পূজা-অৰ্চনাৰ পাছত শণিবাৰে

19 10 23 Guwahati Sector 2 Durga Puja Pandal 4

ADVERTISEMENT

সপ্তমীৰ দিনা আৰম্ভ হয় দেৱীৰ নৱপত্রিকা প্রবেশ, স্থাপন আৰু সপ্তমাদিকল্পাবৃত্ত তথা সপ্তমী বিহিত পূজা। উল্লেখ্য যে দেৱীৰ বোধনৰে মৃন্ময় মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষণত শুক্ৰবাৰে সন্ধিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে সৃষ্টি হয় শাৰদীয় দুর্গোৎসৱৰ প্ৰথম দিনটোৰ উল্লাস-আনন্দ। অকাল বোধনেৰে শাৰদীয় দুর্গা পূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান আৰম্ভ হোৱাৰ পাছত আজি শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত মন্ত্ৰোতাচৰণৰে আগবঢ়োৱা হয় সপ্তমী বিহিত পূজা।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

18 10 23 Guwahati American Colony Pandal 3
যে, অকালত দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰিবলৈ হ’লে প্ৰাচীন পৰম্পৰা অনুসৰি আৰম্ভণিতে দেৱ-দেৱীক পূজা- অৰ্চনাৰে জাগ্ৰত কৰা হয়। জাগ্ৰত কৰাৰ এই প্ৰক্ৰিয়াটোৱেই হ’ল বোধন। অশুভ শক্তিক বিনাশ কৰাৰ বাবে অকাল বোধনাৰে ধৰালৈ আমন্ত্ৰণ কৰা দেৱী দুৰ্গাৰ শ্ৰীচৰণত পূজা-অৰ্চনাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি বৃহৎ বাজেট

18 10 23 Guwahati Santipur Durga Puja Pandal 7

লক্ষ্যণীয় যে এইবাৰ শাৰদীয় দুর্গোৎসৱৰ সময়ত বতৰ অনুকূল থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্র (আইএমটিই) জাননী দিছে। শাৰদীয় বতৰত আৰম্ভ হোৱা দুর্গোৎসবে আজি স্বাভাৱিকতে প্রাণোদীপ্ত কৰি তুলিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ।

শুক্ৰবাৰে সন্ধিয়া মহাষষ্ঠীৰ পূজা আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন পূজাস্থলীলৈ আগমন ঘটা প

18 10 23 Guwahati Rest Camp Pandal 5 1

শাৰদীয় দুর্গা পূজাত এইবাৰ মহানগৰীৰ কেবাখনো পূজা মণ্ডপ বৃহৎ অংকৰ ধন ব্যয়ৰে আকর্ষণীয় ৰূপত সজাই তুলিছে যদিও আধুনিকীকৰণৰ এই ধামধুমীয়াৰ মাজতে এইখন গুৱাহাটীতে এইবাৰ চমকপ্রদ তথ্য ভিন্ন আৰ্হিৰ পূজা মণ্ডপৰ পৰিৱৰ্তে দেৱী দুর্গাৰ প্রতিমাত এটা হীৰাৰ মুকুট সংস্থাপন কৰা হৈছে।

19 10 23 Guwahati Illuminated Puja Pandal at Pandu 5
পাণ্ডুৰ নিউ কলনীৰ এই আজাদ হিন্দ ক্লাৱৰ শাৰদীয় দুর্গা পূজাই সেয়েহে বিশেষ আকর্ষণৰ কেন্দ্ৰ হৈ পৰিছে। একেদৰে পাণ্ডুব ফ্রেণ্ডছ ক্লাৱে তাহানিৰ দিনৰে ৰূপ দি দেৱী দুর্গাৰ প্রতিমূর্তি প্রস্তুত কৰিছে। মালিগাঁও কালিবাৰী পূজাৰ দুর্গা প্রতিমাও এইবাৰ পূৰ্বৰ দৰে আকৰ্ষণীয় কৰিবলৈ আনিছে উত্তৰবংগৰ সুনিপূৰ্ণ খনিকৰে নিৰ্মাণ কৰা দুর্গা প্রতিমা ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga puja 2023GuwahatiMahasaptami
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d