Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চমক সৃষ্টি কৰিছে ইটালীৰ এখন বেগে

publisher by publisher
December 1, 2020
in News
Reading Time: 1 min read
0
চমক সৃষ্টি কৰিছে ইটালীৰ এখন বেগে
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত ইটালীৰ ৰন্ধনশৈলী : বিশ্বত প্ৰথমবাৰলৈ এই বিৰল স্বীকৃতি

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

PM Modi Meets French President Emmanuel Macron at the 50th G-7 Summit:ইটালীত অনুষ্ঠিত G-7 সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

বেগৰ সংগ্ৰাহকসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ইটালীৰ এখন নাম থকা ফেশ্বন প্ৰতিষ্ঠানে । সাধাৰণৰ পৰা বহুমূলীয়া অথবা হাতত লোৱাৰ পৰা দীঘল ফিটা থকালৈকে সকলো ধৰণৰ বেগ এই প্ৰতিষ্ঠানৰ পৰা লাভ কৰিব পাৰিব গ্ৰাহকে । অৱশ্যে একমাত্ৰ সুখবৰ বুলিলেও ভুল কৰা হ’ব । হীৰা মুকুটাৰেও বেগ বনাই দিয়াৰ অৰ্ডাৰ গ্ৰহণ কৰে প্ৰতিষ্ঠানটোৱে । ইটালীৰ ‘ব আৰিনি মিলনেচি’ নামৰ এই প্ৰতিষ্ঠানটোৱে নিজৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত বিভিন্ন বেগৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছে । প্ৰ’ফাইলত শেহতীয়াকৈ ছবি প্ৰকাশ কৰা সমুদ্ৰৰ জলৰাশিৰ দৰে নীলা ৰঙৰ বেগখন দেখাসকলৰ কিছু সময়ৰ বাবে হ’লেও চকু থৰ লাগি গৈছিল । ঘঁৰিয়ালৰ ছালেৰে বনোৱা হৈছে এই বিশেষ বেগখন ।

ADVERTISEMENT

কাৰিকৰৰ হাতৰ স্পৰ্শত বেগটো অতি দুৰ্মূল্য হৈ পৰিছে । আনহাতে, সেইখন আকৰ্ষণীয় কৰি তুলিবলৈ সোণ-হীৰাৰ লগতে নীলকান্ত মণিৰ ব্যৱহাৰ কৰা হৈছে । হোৱাইট গ’ল্ডেৰে বনোৱা দহটাকৈ পখিলাই বেগখনক অনন্য সুন্দৰ কৰি তুলিছে । ইয়াৰ ভিতৰত তিনিটা পখিলাত নীলকান্ত মণিয়ে স্থান লাভ কৰিছে । চাৰিটা পখিলাত আকৌ‌ হীৰা লগোৱা হৈছে । বাকী তিনিটা পখিলাত বহু মূল্যৱান ৰত্ন খচিত কৰা হৈছে । স্বাভাৱিকতে বেগখনত সমুদ্ৰৰ বৰণৰ লগতে বিভিন্ন ৰত্নই স্থান‌ লাভ কৰিছে । উল্লেখ্য যে এই বহুমূলীয়া বেগখনত ক্ৰেতাৰ নামটোৱে স্থান লাভ কৰি সৌন্দৰ্য অধিক বৃদ্ধি কৰিব । সেইখন ক্ৰয় কৰাৰ সময়ত নিজৰ নামৰ বানানৰ লগতে কেনেদৰে লেখাটো বিচাৰে মাত্ৰ সেই কথা জনালেই হ’ল ।

বাকী সকলো কৰি দিব উৎপাদনকাৰী প্ৰতিষ্ঠানে । ব আৰিনি মিলানেচিৰ সহ প্ৰতিষ্ঠাতা কেৰোলিনে এই বিষয়ে জনোৱা অনুসৰি তেওঁৰ পিতৃৰ স্মৃতিত এই বিশেষ বেগখন বনোৱা হৈছে । বেগখন একমাত্ৰ সৌন্দৰ্য অথবা ঐশ্বৰ্যৰ প্ৰদৰ্শনৰ বাবেই বনোৱা হোৱা নাই । বেগত লগোৱা প্ৰতিটো উপকৰণতেই পৃথক গুৰুত্ব আছে । যিদৰে সমুদ্ৰৰ গভীৰতম স্থানত পোৱা যায় নীলকান্ত মণি, তেনেদৰেই হীৰাৰ প্ৰকৃত পৰিচয় স্বচ্ছতা অথবা সোণ হৈছে পৱিত্ৰতাৰ প্ৰতীক । ফলত যিজনে বেগখন ব্যৱহাৰ কৰিব তেওঁৰ নিজৰ ব্যক্তিত্বও প্ৰভাৱিত হ’ব ইয়াৰ মাধ্যমত । এনেদৰেই মনোভাৱ ব্যক্ত কৰি কেৰোলিনে । অৱশ্যে সকলোৱে বেগখনৰ দামো জানিব বিচাৰিব । প্ৰতিষ্ঠানে ৫.৩ নিযুত পাউণ্ড নিৰ্ধাৰণ কৰিছে বেগখনৰ দাম । ভাৰতীয় মুদ্ৰাত ই হ’ব ৫২ কোটি ১৫ লাখ ২৭ হেজাৰ ৩০৭ টকা । ভাৰতত বেগখনৰ দামে নিশ্চিত চমক সৃষ্টি কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bo arini milnesidiamondItaly
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d