Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Today Mahasaptami:আজি সপ্তমী, ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ মহা আনন্দ- উছাহ

ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতে আৰম্ভ হ’ল দুৰ্গা পূজা

publisher by publisher
October 21, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Today Mahasaptami:আজি সপ্তমী, ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ মহা আনন্দ- উছাহ

Workers Preparation Durga Puja Pandal ahead of up-coming Durga Puja at Rest Camp, Maligaon in Guwahati on 18-10-23. Pix by UB Photos

3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Today Mahasaptami:

শৰতৰ নিয়ৰসিক্ত পৰিৱেশত প্ৰকৃতিৰ মধুময় ৰূপ। খেয়ালি ৰূপ এৰি শান্ত-সমাহিত ৰূপ লোৱা প্ৰকৃতিৰ কোলাত বহি ধৰালৈ নামি আহিল শাৰদীয় সুবাস। সনাতন হিন্দুৰ পৰম্পৰা অনুসৰি দেৱী দুৰ্গাৰ অকাল বোধনৰে আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হল। প্রবাদ অনুসৰি, ষষ্ঠীৰ দিনা বেল বৰণৰে আমন্ত্ৰণৰ সূত্ৰে কৈলাশৰ পৰা সৰস্বতী, লক্ষ্মী, গণেশ আৰু কাৰ্তিকক লৈ ধৰালৈ আগমন ঘটা দেৱী দুর্গাক যথাবিহিত পূজা-অৰ্চনাৰ পাছত শণিবাৰে

19 10 23 Guwahati Sector 2 Durga Puja Pandal 4

ADVERTISEMENT

সপ্তমীৰ দিনা আৰম্ভ হয় দেৱীৰ নৱপত্রিকা প্রবেশ, স্থাপন আৰু সপ্তমাদিকল্পাবৃত্ত তথা সপ্তমী বিহিত পূজা। উল্লেখ্য যে দেৱীৰ বোধনৰে মৃন্ময় মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষণত শুক্ৰবাৰে সন্ধিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে সৃষ্টি হয় শাৰদীয় দুর্গোৎসৱৰ প্ৰথম দিনটোৰ উল্লাস-আনন্দ। অকাল বোধনেৰে শাৰদীয় দুর্গা পূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান আৰম্ভ হোৱাৰ পাছত আজি শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত মন্ত্ৰোতাচৰণৰে আগবঢ়োৱা হয় সপ্তমী বিহিত পূজা।

18 10 23 Guwahati American Colony Pandal 3
যে, অকালত দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰিবলৈ হ’লে প্ৰাচীন পৰম্পৰা অনুসৰি আৰম্ভণিতে দেৱ-দেৱীক পূজা- অৰ্চনাৰে জাগ্ৰত কৰা হয়। জাগ্ৰত কৰাৰ এই প্ৰক্ৰিয়াটোৱেই হ’ল বোধন। অশুভ শক্তিক বিনাশ কৰাৰ বাবে অকাল বোধনাৰে ধৰালৈ আমন্ত্ৰণ কৰা দেৱী দুৰ্গাৰ শ্ৰীচৰণত পূজা-অৰ্চনাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি বৃহৎ বাজেট

18 10 23 Guwahati Santipur Durga Puja Pandal 7

লক্ষ্যণীয় যে এইবাৰ শাৰদীয় দুর্গোৎসৱৰ সময়ত বতৰ অনুকূল থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্র (আইএমটিই) জাননী দিছে। শাৰদীয় বতৰত আৰম্ভ হোৱা দুর্গোৎসবে আজি স্বাভাৱিকতে প্রাণোদীপ্ত কৰি তুলিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ।

শুক্ৰবাৰে সন্ধিয়া মহাষষ্ঠীৰ পূজা আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন পূজাস্থলীলৈ আগমন ঘটা প

18 10 23 Guwahati Rest Camp Pandal 5 1

শাৰদীয় দুর্গা পূজাত এইবাৰ মহানগৰীৰ কেবাখনো পূজা মণ্ডপ বৃহৎ অংকৰ ধন ব্যয়ৰে আকর্ষণীয় ৰূপত সজাই তুলিছে যদিও আধুনিকীকৰণৰ এই ধামধুমীয়াৰ মাজতে এইখন গুৱাহাটীতে এইবাৰ চমকপ্রদ তথ্য ভিন্ন আৰ্হিৰ পূজা মণ্ডপৰ পৰিৱৰ্তে দেৱী দুর্গাৰ প্রতিমাত এটা হীৰাৰ মুকুট সংস্থাপন কৰা হৈছে।

19 10 23 Guwahati Illuminated Puja Pandal at Pandu 5
পাণ্ডুৰ নিউ কলনীৰ এই আজাদ হিন্দ ক্লাৱৰ শাৰদীয় দুর্গা পূজাই সেয়েহে বিশেষ আকর্ষণৰ কেন্দ্ৰ হৈ পৰিছে। একেদৰে পাণ্ডুব ফ্রেণ্ডছ ক্লাৱে তাহানিৰ দিনৰে ৰূপ দি দেৱী দুর্গাৰ প্রতিমূর্তি প্রস্তুত কৰিছে। মালিগাঁও কালিবাৰী পূজাৰ দুর্গা প্রতিমাও এইবাৰ পূৰ্বৰ দৰে আকৰ্ষণীয় কৰিবলৈ আনিছে উত্তৰবংগৰ সুনিপূৰ্ণ খনিকৰে নিৰ্মাণ কৰা দুর্গা প্রতিমা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durga puja 2023GuwahatiMahasaptami
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d