Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Responsibility Of The Government To Protect Neutrality:নিৰপেক্ষতা ৰক্ষাৰ দায়িত্ব চৰকাৰৰ

#প্রাঞ্জলসেন ডেকা

publisher by publisher
November 6, 2023
in India, Assam, News
Reading Time: 5 mins read
0
Responsibility Of The Government To Protect Neutrality:নিৰপেক্ষতা ৰক্ষাৰ দায়িত্ব চৰকাৰৰ
2
SHARES
19
VIEWS
ShareShareShareShare

Responsibility Of The Government To Protect Neutrality:নিৰপেক্ষতা ৰক্ষাৰ দায়িত্ব চৰকাৰৰ

ADVERTISEMENT

#প্রাঞ্জলসেন ডেকা

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

যিকোনো দুর্নীতিত লিপ্তসকলে যথোচিত শাস্তি পোৱাটোৱেই বাঞ্ছনীয়। নির্বাচিত জনপ্রতিনিধিসকল দুৰ্নীতিৰ গোচৰত যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ আইনী ব্যৱস্থা নিশ্চিত কৰাটো দেশবাসীৰ কাম্য।

যিসকলক নাগৰিকে ভোট দি নিজৰ প্ৰতিনিধিৰূপে দিল্লী-দিছপুৰলৈ প্ৰেৰণ কৰে, সেইসকল নিজৰ দায়িত্ব পালনৰ পৰিৱৰ্তে দুর্নীতিত লিপ্ত হোৱাটো চৰম বিশ্বাসঘাতকতাৰ বাহিৰে আন একো নহয়। এনে বিশ্বাসঘাতকসকলক কঠোৰ শাস্তি প্রদান নিশ্চিত কৰাটো এইবাবেই জৰুৰী, যাতে আনসকলৰ বাবেও ই দৃষ্টান্ত হৈ ৰয়। এক নিৰপেক্ষ ব্যৱস্থাইহে এই ক্ষেত্ৰত সুফল প্ৰদান কৰিব পাৰিব।

ভাৰতত দুৰ্নীতিৰ প্ৰকোপ আৰু ইয়াৰ প্ৰতিৰোধৰ সম্পৰ্কত সততে বিভিন্ন চর্চা পৰিলক্ষিত হয় যদিও সেইবোৰ তাতেই সীমাবদ্ধ হৈ ৰয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দুৰ্নীতিৰ প্ৰসংগত দেশত এক নতুন ধাৰা প্ৰচলিত হৈছে। ‘নাখাও আৰু খাবলৈ নিদিওঁ’ ধ্বনিৰে ক্ষমতাধিষ্ঠিত হ’লেও কার্যক্ষেত্ৰত এক বিপৰীত ছবিহে দেশবাসীৰ সন্মুখত উজ্জ্বলি উঠিছে।

দুর্ভাগ্যজনক বিষয়টো হৈছে, শেহতীয়াকৈ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান সম্পূর্ণ একপক্ষীয় আৰু উদ্দেশ্যপ্ৰণোদিত হৈ পৰিছে বুলি অভিযোগ উঠিছে। ফলস্বৰূপে এই সমগ্ৰ প্রক্রিয়াটোৱে বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে।

দেশবাসীৰ মনত এক বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে যে ক্ষমতাধিষ্ঠিত অধিকাংশ ৰাজনৈতিক নেতাই কম-বেছি পৰিমাণে দুর্নীতিত লিপ্ত। গতিকে শাসক-বিৰোধী অথবা যিমানে প্রভাৱশালী নহওক কিয়, যিকোনো নেতাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপিত হ’লে তাৰ যথোচিত তদন্ত হোৱাটো নিতান্তই বাঞ্ছনীয়।

তাৰ পৰিৱৰ্তে শেহতীয়া সময়ছোৱাত শাসকীয় বিজেপি আৰু ইয়াৰ ঘনিষ্ঠ সহযোগী নেতাসকলক সম্পূর্ণ সুৰক্ষাহে প্ৰদান কৰা বুলি ৰাইজ সৰৱ হৈছে। গুৰুত্বৰ দুর্নীতি-কেলেংকাৰি অপৰাধত জড়িত হ’লেও সেইসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থা দূৰৰে কথা, কোনো ধৰণৰ তদন্তই নহয়। আনহাতে, চৰকাৰৰ বিৰুদ্ধে সৰৱ নেতাসকলৰ ওপৰত চিবিআই, ইডি, আয়কৰ প্ৰমুখ্যে কেন্দ্রীয় সংস্থাসমূহ তৎপৰ হৈ পৰে।

এই প্ৰসংগতে কেতবোৰ প্ৰশ্নৰ উদ্ৰেক হৈ আহিছে, যিবোৰৰ উত্তৰ দিবলৈ প্ৰধানমন্ত্রী মোদী অথবা তেওঁৰ চৰকাৰ ইচ্ছুক নহয়। প্রথম কথা, এনে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে যেন বিজেপি শাসিত চৰকাৰসমূহত এজনো দুর্নীতিগ্রস্ত মন্ত্রী-মুখ্যমন্ত্রী-সাংসদ আদি নাই।

সেইসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হ’লেও তালৈ যে কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰি আহিছে, প্ৰতিদিনেই তাৰ অলেখ উদাহৰণ দেশবাসীয়ে লাভ কৰিছে। শেহতীয়া কেগৰ প্ৰতিবেদনতে কেন্দ্ৰীয় চৰকাৰৰ কে’বাটাও মন্ত্ৰণালয়ৰ দ্বাৰা লক্ষ লক্ষ কোটি টকাৰ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি তথ্য দাঙি ধৰা হৈছে যদিও সেইবোৰৰ কোনোটোতে কোনো ধৰণৰ তদন্ত কৰা নহ’ল।

তদুপৰি বিজেপি শাসিত প্রতিখন ৰাজ্যতে কি বৃহৎ হাৰত দুর্নীতি-কেলেংকাৰি সংঘটিত হৈ আহিছে, সেয়া প্ৰতিদিনেই প্রকাশ পাইছে। অকল সেয়ে নহয়, মোদী চৰকাৰৰ শাসন কালত মুষ্টিমেয় পুঁজিপতি গোষ্ঠীক একপ্ৰকাৰ মুকলি লুণ্ঠন চলাবলৈ সুযোগ দিয়া হৈছে বুলি তথ্যসহ প্ৰকাশ পাই আহিছে।

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত গৌতম আদানীৰ কথাকে উল্লেখ কৰিব পাৰি। চৰকাৰী নীতি-নিয়ম উলংঘা কৰি ৰাষ্ট্ৰীয় সম্পদসমূহ আদানী গোষ্ঠীক গতাই দিয়া হৈছে। তদুপৰি চৰকাৰৰ স’তে ঘনিষ্ঠতাৰ বলতে আদানী গোষ্ঠীয়ে শ্বেয়াৰ বজাৰত ভয়াবহ জালিয়াতি তথা প্ৰৱঞ্চনা কৰি লক্ষ লক্ষ কোটি টকা আহৰণ কৰা বুলি তথ্যসহ প্রতিবেদন দাঙি ধৰিছে বিভিন্ন গৱেষণাকাৰী সংস্থা তথা দেশী-বিদেশী সংবাদ মাধ্যমে।

আদানী গোষ্ঠীৰ এনে ভ্ৰষ্টাচাৰৰ অভিযোগৰ তদন্তৰ বাবে সংসদৰ যুটীয়া কমিটী গঠনৰ বিৰোধীৰ দাবী মানি লোৱা দূৰৰে কথা, এই সম্পৰ্কত আজি পর্যন্ত কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰিলে মোদী চৰকাৰে। ইয়েই স্পষ্ট কৰে যে বিজেপি আৰু ইয়াৰ ঘনিষ্ঠসকলৰ বাবে ‘সাত খুন মাফ’।

ইয়াৰ বিপৰীতে বিভিন্ন ৰাজ্যত বিজেপি বিৰোধী নেতাসকলক কেন্দ্রীয় সংস্থাৰ দ্বাৰা হাৰাশাস্তি কৰি বিজেপিত চামিল কৰা হৈছে। বিজেপিত যোগদানৰ লগে লগে ‘চৰম ভ্ৰষ্টাচাৰী’ নেতাসকলৰ বিৰুদ্ধে সকলো ধৰণৰ তদন্ত বন্ধ হৈ পৰিছে।

মহাৰাষ্ট্ৰ -কৰ্ণাটকৰ পৰা আৰম্ভ কৰি পশ্চিমবংগ-অসমলৈ এনে অজস্র ঘটনা দেশবাসীয়ে প্রত্যক্ষ কৰিছে। তেনে দুর্নীতিগ্রস্তসকলকে আকৌ বিজেপিয়ে দল আৰু চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰি আহিছে।

আনহাতে, যিসকল বিৰোধী নেতাক বলাবলৈ সক্ষম হোৱা নাই, সেইসকলৰ বিৰুদ্ধে এটাৰ পাছত আনটো কেন্দ্ৰীয় সংস্থাক লগাই দিয়া হৈছে। ই সম্প্রতি এনে পর্যায় পাইছেগৈ যে আন বাদেই নির্বাচন চলি থকা অৱস্থাতো বিৰোধী দলৰ আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰা হৈছে।

সম্প্ৰতি ৰাজস্থান আৰু চণ্ডিছগড়ত মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু কংগ্ৰেছৰ প্ৰদেশ সভাপতিকে ধৰি বহু নেতাৰ বিৰুদ্ধে বহু পুৰণি অভিযোগৰ তদন্তৰ নামত ইডি জঁপিয়াই পৰিছে। এই কথা কোনেও কোৱা নাই যে দুৰ্নীতিৰ অভিযোগৰ তদন্ত হ’ব নালাগে অথবা দল নির্বিশে দোষীয়ে শাস্তি পাব নালাগে; কিন্তু শেহতীয়া সময়ছোৱাত অব্যাহত থকা অধিকাংশ এনে অভিযানেই যে ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত সেই কথা আৰু লুকাই থকা নাই।

এনেদৰে তৎপৰতা প্ৰদৰ্শন কৰিলেও ইডিয়ে তদন্ত কৰা গোচৰসমূহত কিন্তু দোষী সাব্যস্ত হোৱাৰ হাৰ তেনেই নগণ্য। ফলস্বৰূপে ই কেৱল বিৰোধী নেতাক ভাবুকি প্ৰদৰ্শন আৰু হাৰাশাস্তি কৰা এক চৰকাৰী আহিলাত পৰিণত হোৱা বুলি চৰ্চিত হৈছে। চত্তিছগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত এজন ধৃত কুৰিয়াৰৰ উদ্ধৃতিৰে ইডিয়ে প্ৰেছ বিজ্ঞপ্তি প্রকাশ কৰিছে।

যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক এটি অবৈধ জুৱা খেলৰ সংস্থাই পাঁচশ কোটি টকা আদায় দিছে। এই বিজ্ঞপ্তিৰ শেষত কৌশলৰে এটা বাক্য সাঙুৰি দিয়া হৈছে এই বুলি যে এই স্বীকাৰোক্তিৰ তদন্তৰ প্ৰয়োজন আছে; অর্থাৎ এই কথা সত্য নহ’বও পাৰে আৰু তদন্ত অবিহনেই তেওঁৰ বিৰুদ্ধে এনে এক ভয়াবহ অভিযোগ দাঙি ধৰা হৈছে, নিৰ্বাচনত ক্ষতি কৰাৰ অসৎ অভিপ্ৰায়ৰে।

ইয়াৰ দ্বাৰা ইডিয়ে নিজেই স্বার্থজড়িত প্ৰেছ বিজ্ঞপ্তিৰ স্বৰূপ উদঙাই দিছে। ৰাজ্যখনত সম্পূৰ্ণ শক্তি প্রয়োগ কৰিও বিজেপি গুৰুতৰ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিততে এইদৰে কেন্দ্ৰীয় সংস্থাক অপব্যৱহাৰ কৰি চাপ সৃষ্টি কৰিব বিচৰাটো গণতান্ত্রিক পৰম্পৰাৰ বাবেই অতি দুর্ভাগ্যজনক। মুখ্যমন্ত্ৰী প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলক এনেদৰে হাৰাশাস্তি কৰি আৰু চাপত ৰাখি নির্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ পৰাই যে বিৰত ৰখাৰ অপচেষ্টা চলোৱা হৈছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

যদিহে এটা প্ৰধান ৰাজনৈতিক দলৰ মুৰব্বী নেতাসকলকেই নিৰ্বাচনত অংশগ্ৰহণৰ পৰা এনেদৰে আঁতৰাই ৰাখিবলৈ বাধ্য কৰোৱা হয়, তেন্তে নির্বাচন নিৰপেক্ষ হয় কেনেকৈ একেদৰেই দিল্লীৰ আম আদমী পাৰ্টিৰ নেতাসকলকো অহৰহ হাৰাশাস্তি কৰি অহা হৈছে। দিল্লীৰ বিধানসভা নিৰ্বাচনত একেৰাহে তিনিবাৰকৈ আম আদমী পাৰ্টিৰ হাতত পৰাজিত হোৱাৰ পোটক তুলি দিল্লীৰ ক্ষমতা হস্তগত কৰাৰ লক্ষ্যবে

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে কোনো চেষ্টাই এৰি দিয়া নাই। তাৰ বাবে সকলো ধৰণৰ নীতি-পৰম্পৰাকো জলাঞ্জলি দিয়া হৈছে। আম আদমীৰ দিল্লীৰ দুজনকৈ মন্ত্ৰীৰ লগতে এজন সাংসদক গ্ৰেপ্তাৰ কৰি সুদীর্ঘকাল কাৰাবন্দী কৰি ৰখা হৈছে।

দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীয় ছিছডিয়াৰ জামিন আবেদনৰ শুনানি গ্রহণৰ সময়ত স্বয়ং উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে যে তেওঁৰ বিৰুদ্ধে ইডিয়ে উত্থাপন কৰা অভিযোগসমূহৰ সমৰ্থনত উপযুক্ত তথ্য-প্রমাণ দাখিল কৰিব পৰা নাই। তদুপৰি ধনৰ অবৈধ লেনদেনৰ যি ধাৰা আৰোপ কৰা হৈছে, সেয়া তেওঁৰ ক্ষেত্ৰত প্রযোজ্যই নহয়; কিয়নো অভিযোগ কৰা ধৰণে ছিছ’ডিয়া বাদেই তেওঁৰ পৰিয়াল, আত্মীয় অথবা ঘনিষ্ঠই কোনো ধন লাভেই কৰা নাই।

যি ধন লাভ কৰা নাই তাৰ আকৌ লেনদেনৰ প্ৰশ্নই ক’ত বুলি ন্যায়ালয়ে মন্তব্য কৰাটো লক্ষ্যণীয়। অৱশ্যে এনে পর্যবেক্ষণ দাঙি ধৰিলেও সর্বোচ্চ ন্যায়ালয়ে শেষ পর্যন্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ জামিন মঞ্জুৰ নকৰিলে।

এই গোচৰৰ ৰায়দানক লৈ সেয়েহে সর্বোচ্চ ন্যায়ালয়ৰ প্ৰতি সম্পূর্ণ সম্মান প্ৰদৰ্শন কৰিও বিভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰিছে। ছিছ’ডিয়াতে ক্ষান্ত নাথাকি এইবাৰ ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো জেৰাৰ বাবে চমন জাৰি কৰিছে।

অধিকাংশ লোকৰে ধাৰণা যে এইবাৰ কেজৰিৱালকো গ্ৰেপ্তাৰ কৰা হ’ব। এনেদৰে আম আদমী পাৰ্টিৰ মুৰব্বী নেতাসকলক সুদীর্ঘকাল কাৰাবন্দী কৰি আগন্তুক লোকসভাৰ নিৰ্বাচন পাৰ কৰিবলৈ কেন্দ্ৰই পৰিকল্পনা ৰচনা কৰিছে বুলি দিল্লীৰ তথ্যবিজ্ঞ মহলত চৰ্চিত হৈছে। সবাতোকৈ বিপজ্জনক কথাটো হৈছে এনেদৰে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা ৰাজনৈতিক নেতা অথবা চৰকাৰ বিৰোধী সক্ৰিয় ৰাজহুৱাকর্মী-সাংবাদিক-বুদ্ধিজীবী-অধিবক্তাসকল দীর্ঘকাল জামিন লাভৰ পৰা বঞ্চিত হৈ আহিছে।

ন্যায় প্রক্রিয়া দীঘলীয়া হোৱাৰ সুযোগ লৈ সেইসকলক বিভিন্ন অজুহাতেৰে বন্দী কৰি থোৱা হৈছে। ইয়াৰ জৰিয়তে দৰাচলতে সকীয়নি জাৰি কৰা হৈছে যাতে চৰকাৰ বিৰোধী ভূমিকাৰ পৰা আন সকলেও আঁতৰি থাকে।

দেশত সুস্থ গণতান্ত্রিক পৰম্পৰা অক্ষুণ্ণ ৰখাত সৰ্বাধিক দায়িত্ব চৰকাৰৰ। পূৰ্বতে ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি ওভতগোৰে নচাৰ বহু ঘটনা আজিও চর্চিত। কিন্তু তেনে আচৰণে অৱশেষত ক্ষমতাসীন দলৰ প্ৰতিয়ে বিপর্যয় নমাই আনে।

আজি বালিলৈ যিপাত কাইলৈ সুগ্রীবলৈও সেইপাত! গতিকে পিছ দুৱাৰেদি বিৰোধী দলৰ চৰকাৰৰ পতন ঘটোৱা অথবা বিৰোধী নেতাক উদ্দেশ্য প্রণোদিতভাৱে হাৰাশাস্তি কৰা আদিয়ে সাধাৰণ দেশবাসীৰ মাজত কেনে প্রভাৱ পেলায় তাৰো বুজ লোৱাৰ প্ৰয়োজন। নিজৰ নিৰপেক্ষতা প্রমাণ কৰিব নোৱাৰিলে তেনে যিকোনো দল অথবা চৰকাৰে অৱশেষত ৰাইজৰ আদালতত জবাবদিহি হ’বই লাগিব।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Articlespranjal sen dekaProtect NeutralityResponsibility Of The Government
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d