Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Arvind Kejriwal Does Not Go To ED office:ইডিৰ কাৰ্যালয়লৈ নাযায় অৰবিন্দ কেজৰিৱাল !

ইডিৰ সহকাৰী সঞ্চালকলৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী পেডত পত্ৰ প্ৰেৰণ , ভগৱন্ত মানৰ স'তে মধ্য প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰাভিযানত অংশ ল'ব মধ্য প্ৰদেশত

publisher by publisher
November 2, 2023
in India, News
Reading Time: 2 mins read
0
Arvind Kejriwal Does Not Go To ED office:ইডিৰ কাৰ্যালয়লৈ নাযায় অৰবিন্দ কেজৰিৱাল !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

চৰ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰী ৰেখাৰ বৈঠকত বলপূৰ্বকভাৱে সোমোৱাৰ চেষ্টা ! 

Arvind Kejriwal Does Not Go To ED office:

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালক ইডিৰ কাৰ্যালয়ত আজি উপস্থিত থাকিবৰ চমন জাৰি কৰিছিল ইডিয়ে ৷

ADVERTISEMENT

কিন্ত ঘটনাক্ৰমে কেজৰিয়ালে চমন লাভ কৰাৰ পাছতো আজি ইডিৰ কাৰ্যালয়ত উপস্থিত থকাৰ পৰিৱৰ্তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ স’তে মধ্য প্ৰদেশত দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানত অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে প্ৰেক্ষাপটত ইডিৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেইয়া হ’ব লক্ষ্যণীয় ৷

উল্লেখ্য যে দিল্লী মুখ্যমন্ত্ৰী গৰাকীয়ে ইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰি ইডিৰ সহকাৰী সঞ্চালকলৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী পেডত এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে ৷

ইডিয়ে জাৰি কৰা চমন সন্দৰ্ভত পত্ৰ খনত প্ৰত্যুত্তৰ দি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিয়ালে উল্লেখ কৰিছে যে আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত তেওঁক সাক্ষী হিচাপে নে অভিযুক্ত হিচাপে মতা হৈছে ৷

একেদৰে তেওঁৰ বিৰুদ্ধে ইডিত কিবা গোছৰ ৰজু হৈছে নেকি ৷ চমন খনত তেওঁক মুখ্যমন্ত্ৰী হিচাপে নে,আপৰ সমন্বয়ক হিচাপে দিয়া হৈছে সেইয়া উল্লেখ কৰা নাই ৷

আনহাতে ৩০ অক্টোবৰত ইডিয়ে জাৰি কৰা চমন খন তেওঁৰ হাতত পৰাৰ পূৰ্বেই বিজেপিৰ নেতাৰ হাতত কেনেকৈ পৰিল ৷ য’ত বিজেপি নেতা মনোজ তিৱাৰীয়ে চমনৰ কপি হাতত লৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে,ইডিৰ জালত পৰি আটক হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ৷ ইডিৰ গোপন তথা গুৰুত্বপূৰ্ণ নথি বিজেপি নেতাৰ হাতত কেনেকৈ পৰিল ৷

এইদৰেই বহু কেইটা অভিযোগ উদ্থাপন কৰি আজি ইডিৰ কাৰ্যালয়ত উপস্থিত থকাৰ পৰা বিৰত থাকিল আপৰ মুৰব্বী গৰাকী ৷

স্মতৰ্ৱ্য যে,বহুচৰ্চিত দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত নতুন দিল্লীস্থ ইডিৰ কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুই নৱেম্বৰত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল ইডি-এ ৷

দিল্লীৰ প্ৰাদেশিক আবকাৰী নীতি ২০২১-২২ অধীনত একাধিক অনিয়মৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে চিবিআই-এ পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিতে ইডিয়েও ৰজু কৰিছিল আন এক গোচৰ ৷

মনকৰিবলগীয়া যে, উল্লিখিত গোচৰতে ইতিমধ্যে কাৰাগাৰত আছে আপৰ দুই শীৰ্ষ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। চিছ’দিয়াক ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পাঁচ অক্টোবৰত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ইডিয়ে কেইবা ঘণ্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে দিল্লীৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই জামিনৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও সোমবাৰে আদালতে জামিন দিয়াৰ পৰা বিৰত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalDelhi CmDoes Not Go To ED officeKejriwal Sends Latter To Eds ASSISTANT dIRECTORpARTICIPATE iN MaDHYA pRADESH cAMPAION
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d