Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বিশ্বাসঘাতক বিজেপিক এশিকনি দিবলৈ সাজু

বিপিএফ বিটিচিৰ বাহিৰতাে বিপদত পৰিব বিজেপি-অগপ প্রার্থী : বড়াে

publisher by publisher
March 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিশ্বাসঘাতক বিজেপিক এশিকনি দিবলৈ সাজু
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

অসমত অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া জিলাত প্ৰাক নিৰ্বাচনী হিংসা

বনৰগাঁৱত দুই কুৰিৰো অধিক লোকৰ ইউপিপিএলত যোগদান

‘সমাগত বিধানসভাৰ নিৰ্বাচনত বিশ্বাসঘাতকতা কৰা বিজেপিক এশিকনি দিয়াৰ বাবে সম্পূর্ণৰূপে প্রস্তুত হৈছে বিপিএফ। ২০১৬ বিধানসভা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বিজেপি-অগপৰ লগত মিত্রতা কৰাৰ বাবে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

ADVERTISEMENT

ইয়াৰ পাছতাে বিজেপিয়ে বিপিএফৰ লগত যি বিশ্বাসঘাতকতা কৰিলে, ২০২১ নির্বাচনত ইয়াৰে প্রত্যুত্তৰ দিবলৈ সাজু হৈছে বিপিএফ। এই মন্তব্য বড়ােলেণ্ড পিপলছ ফ্রণ্ট (বিপিএফ)ৰ সাধাৰণ সম্পাদক প্রবীণ বড়ােৰ। বুধবাৰে কোকৰাঝাৰত আয়ােজিত এক সংবাদমেলত বড়ােৱে লগতে কয় যে বিপিএফ দলে মহাজোঁট বন্ধনত চামিল হােৱাৰ বাবে বিটিচিৰ উপৰি বাহিৰৰ বহু সমষ্টিত এইবাৰ বিজেপি-অগপ প্রার্থী কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব।

সংবাদমেলত বিপিএফৰ সাধাৰণ সম্পাদকজনে কয় যে বিটিচিৰ অন্তৰ্গত ১২টা বিধানসভা সমষ্টিৰ বাহিৰেও দলৰ প্রত্যক্ষ আৰু পৰােক্ষ প্রভাৱ আৰু ভােটাৰ থকা আন ২৬টা বিধানসভা সমষ্টি আছে। এই সমষ্টিসমূহৰ অন্যতম হৈছে জোনাই, ধেমাজি, গােলাঘাট, সৰুপথাৰ, ডিফু, গহপুৰ, চতিয়া,ঢেকিয়াজুলি, পশ্চিম গুৱাহাটী, বৰছলা, মঙলদৈ, ৰঙিয়া, পাটাছাৰকুছি, বৰপেটা, সৰভােগ, বঙাইগাঁও, পূৱ বিলাসীপাৰা, গৌৰীপুৰ আৰু দুধনৈ।

বড়ােৱে কয়,‘যােৱাবাৰ বিপিএফ দলৰ স’তে মিত্রতা থকাৰ কাৰণে উক্ত সমষ্টিকেইটাত বিজেপি-অগপ প্রার্থীয়ে অনায়াসে বিজয় সাব্যস্ত কৰিছিল। কিন্তু এইবাৰ বিপিএফ দলে মহাজোঁটৰ স’তে চামিল হােৱাত ভালেখিনি ক্ষতি হ’ব বিজেপি-অগপ দলৰ। ইয়াৰ বিপৰীতে এইবাৰ ইউপিপিএল দলে সমর্থন কৰিছে যদিও তেওঁলােকৰ উক্ত সমষ্টিসমূহত বিশেষ প্ৰভাৱ নাই। এবছুৰ সমর্থিত ইউপিপিএল দলৰ যদিহে সমষ্টিসমূহত প্ৰভাৱ থাকিলেহেঁতেন, তেন্তে আগতে তেওঁলােকে সমর্থন কৰা দলবােৰ নিশ্চয় বিজয়ী হ’লহেঁতেন।

ইয়াৰ উদাহৰণস্বৰূপে বড়ােৱে কয় যে ২০১১ৰ বিধানসভাৰ নিৰ্বাচনত চতিয়া সমষ্টিত বিপিএফ দলৰ প্রার্থীয়ে ১০,৬৪৪টা ভােট লাভ কৰিছিল। কিন্তু ২০১৬ত মিত্রতা থকা হেতুকে উক্ত সমষ্টিত বিজেপি প্রার্থী পদ্ম হাজৰিকা ১,৮১৮টা ভােটৰ ব্যৱধানত বিজয়ী হয়। সেইদৰে ২০১১ত বঙাইগাঁও সমষ্টিত বিপিএফ প্রার্থীয়ে ২১,৩২৬টা ভােট পাইছিল। ২০১৬ত বিপিএফে সমর্থন কৰাত অগপ প্রার্থী ফণীভূষণ চৌধুৰী ৩১,৩২০টা ভােটত বিজয়ী হয়।

বড়ােৱে কয় যে এইবাৰ মন্ত্ৰী চৌধুৰীয়ে বিপিএফৰ ভােটৰ পৰা বঞ্চিত হ’ব। বিপিএফৰ সাধাৰণ সম্পাদকজনে লগতে কয় যে ২০১১ত ৰঙিয়াত ২১,১০৬টা ভােট লাভ কৰিছিল, কিন্তু ২০১৬ত বিপিএফে সমর্থন কৰাত বিজেপি প্রার্থী ভৱেশ কলিতাই ৩৫ হেজাৰ ভােট লাভ কৰে। গহপুৰত বিপিএফে ২০১১ত ১৫,৬৫৯টা ভােট পাইছিল। ২০১৬ত মিত্ৰতাত থকাৰ বাবে বিপিএফ দলে সমর্থন কৰাত বিজেপি প্রার্থী উৎপল বৰা ২৮ হেজাৰ ভােট লাভ কৰে।

বিপিএফৰ প্ৰাৰ্থীয়ে ২০১১ত বৰপেটাত ৪,৯৪১ আৰু পূৱ বিলাসীপাৰাত ২৩,৩২৬টা ভােট লাভ কৰিছিল বুলিও বড়ােৱে কয়। বড়ােৱে লগতে কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকো এইবাৰ বিপিএফ দলে সমস্যাত পেলাব। কিয়নাে সৰভােগ সমষ্টিত মুঠ ২২ হেজাৰ বড়াে ভােটাৰ থকাৰ বিপৰীতে প্রায় ৪০ হেজাৰ বিপিএফৰ ভােটাৰ আছে। তেওঁ লগতে কয়, ‘গতিকে বিপিএফৰ প্ৰভাৱ থকা সমষ্টিকেইটাত অগপ-বিজেপিৰযে ভালেখিনি ক্ষতি হ’ব, সেইটো নিশ্চিত।

গতিকে বিজেপি-অগপক কেনেদৰে প্রত্যুত্তৰ দিব পৰা যায় তাৰ ৰণকৌশল তৈয়াৰ কৰিছে বিপিএফ দলে। ইপিনে, এইবাৰ বিপিএফ দলৰ একাংশ প্রার্থী সাল-সলনি হােৱাটো বিচাৰিছে একাংশ দলীয় কর্মীয়ে। কিয়নাে একেৰাহে বহু বছৰ ধৰি বিধায়ক হৈ থকা সত্ত্বেও সমষ্টিৰ উন্নয়নৰ বাবে কোনাে কাম নকৰা একাংশ বিধায়কক এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত নকৰিলে দলটো ক্ষতিৰ সন্মুখীন হ’ব বুলি একাংশ দলীয় নেতা-কর্মীয়ে মত প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assembly Elections 2021BPF AssamPobin Boro
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d