Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMC Meyor Mrigen Sarania Pressmeet: জিএমচিৰ মেয়ৰ মৃগেন শৰনীয়াৰ সংবাদমেল

দীপাৱলীত জিএমচিৰ বিশেষ পদক্ষেপ, ঘৰৰ পদূলিৰ পৰা জি এম চিয়ে সংগ্ৰহ কৰিব কলগছসমূহ, সংগৃহিত কলগছসমূহ হাতীৰ খাদ্যৰ বাবে দিয়া হ'ব বন বিভাগক

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 2 mins read
0
GMC Meyor Mrigen Sarania Pressmeet: জিএমচিৰ মেয়ৰ মৃগেন শৰনীয়াৰ সংবাদমেল
3
SHARES
29
VIEWS
ShareShareShareShare

GMC Meyor Mrigen Sarania Pressmeet:

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন৷দেশৰ লগতে অসমতো দীপাৱলীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে ৷ উত্তৰ – পূবৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীটো দীপাৱলীৰ বাবে মহানগৰবাসী সাজু হৈছে ৷ পোহৰৰ উৎসৱটিৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে লৈছে কেতবোৰ পদক্ষেপ ৷

ADVERTISEMENT

আজি এক সংবাদমেলত মেয়ৰ মৃগেন শৰনীয়াই কয়, দীপাৱলীৰ বাবে মহানগৰীত বিক্ৰীৰ বাবে অনা কলগছ বিক্ৰীৰ স্থান নিৰ্ধাৰণ কৰিব নিগমে ৷

RelatedPosts

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

Raijor Dal Pressmeet :আমি বিচৰা ১৮ টা সমষ্টিৰ ভিতৰত মাত্র ৪টা আমাক দিছে:ভাস্কো দি শইকীয়া

আনহাতে ঘৰৰ পদূলিত লগোৱা কলগছ দীপাৱলীৰ পাছদিনা য’তে ততে পেলাই নিদিবলৈ আহ্বান জনাই কয় যে, পৌৰনিগমে মহানগৰীবাসীৰ ঘৰৰ পদূলিৰ পৰাই সংগ্ৰহ কৰিব কলগছসমূহ ৷ সংগৃহীত কলগছসমূহ হাতীৰ খাদ্যৰ বাবে দিয়া হ’ব বন বিভাগক ৷

মেয়ৰ শৰণীয়াই আৰু কয় যে,কলগছ সংগ্ৰহ কৰিবৰ বাবে ইতিমধ্যেই দায়িত্ব দিয়া হৈছে এনজিঅ’ক ৷

দায়িত্বপ্ৰাপ্ত এন জিঅ’ৰ লোকসকল কলগছ সংগ্ৰহ কৰিব নগ’লে অভিযোগ দিবৰ বাবে মুকলি কৰা হৈছে বিশেষ নম্বৰ ৮৮১১০০৭০০ ৷

মেয়ৰ গৰাকীয়ে প্ৰতিটো পথ উপ-পথ স্বচ্ছ দীপাৱলীৰ বাবে স্বচ্ছ কৰি ৰখাৰ আহ্বান জনাই স্বচ্ছ পদূলি কৰি ৰখা পৰিয়ালৈ বিশেষ প্ৰমাণ পত্ৰ দিয়াৰ কথাও সদৰি কৰে ৷

আনহাতে ,মহানগৰীৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠালৈ আহ্বান জনাই শৰণীয়াই কয়, প্ৰতি খন দোকানত ৰাখিব লাগিব দুটাকৈ ডাষ্টবিন ৷ সেই ডাষ্টবিন সমূহ হ’ব লাগিব সেউজীয়া আৰু নীলা ৰঙৰ ৷

এতিয়াৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে ডাষ্টবিন ৰখাটো বাধ্যতামূলক ৷ নিৰ্দেশনা অমান্য কৰিলে অনুজ্ঞাপত্ৰ বাতিল হ’ব বুলি উল্লেখ কৰে মেয়ৰ গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diwali 2023GMC Meyor Mrigen SaraniaPressmeet
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d