Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC Scam:এপিএছচিত কাললৈ কুখ্যাতি ৰখাসকলকে সুৰক্ষাৰ অপচেষ্টা

ন্যায়িক তদন্তত ফাদিল জালিয়াতি বিষয় ছটা, উত্তৰবহী ওলাল আঠখন, ২০১৪ৰ পৰীক্ষাত সংঘটিত ভয়াৱহ জালিয়াতিৰ ন ন তথ্য

publisher by publisher
November 15, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
APSC Scam:এপিএছচিত কাললৈ কুখ্যাতি ৰখাসকলকে সুৰক্ষাৰ অপচেষ্টা
4
SHARES
44
VIEWS
ShareShareShareShare

APSC Scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৩ আৰু ২০১৪ৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন সম্প্রতি চৰকাৰৰ মেজত ৷

ADVERTISEMENT

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক লৈ গঠিত আয়োগৰ দুয়োখন প্ৰতিবেদন হাতত পৰাৰ পাছত একেলগে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল; কিন্তু চৰকাৰে শেহতীয়াকৈ যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ জৰিয়তে জালিয়াতিত ৰক্ষণাবেক্ষণৰ চেষ্টাহে চলিছে বুলি অভিযোগ উত্থাপিত হৈছে।

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

বিশেষকৈ ন্যায়িক চিনাক্ত কৰা ২০১৪ৰ ৩৪ জন বক্ৰপথৰে চাকৰি কৰা ৰাজপত্রিত বিষয়াক বৰ্খাস্ত কৰাৰ পৰিবৰ্তে ৰাইজৰ চকুত ধূলি দি বিভাগীয় কার্যব্যবস্থাহে গ্ৰহণৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ প্রতিক্ৰিয়াৰ।

যিহেতু সেইসকলে জালিয়াতিৰে নিযুক্তি লাভ কৰিছে, গতিকে তেওঁলোকক বৰ্খাস্ত কৰাটোৱে চৰকাৰৰ সিদ্ধান্ত হ’ব লাগে বুলি দাবী উত্থাপিত হৈছে।

এই বিতৰ্ক তথা চৰকাৰৰ ৰক্ষণাবেক্ষণৰ চেষ্টাৰ মাজতে ২০১৪ একাংশ প্রার্থী জালিয়াতি কৰিছিল তাৰ তথ্য পোহৰলৈ আহিছে। ন্যায়িক আয়োগৰ তদন্তত তেনে জালিয়াতি পোহৰলৈ অহাত সেই বিষয়বোৰ প্রতিবেদনতো সন্নিবিষ্ট হৈছে। জালিয়াতিৰ সমান্তৰালকৈ সংশ্লিষ্ট প্রার্থীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কেনেকুৱা চেষ্টা চলিছে সেয়াও চৰ্চাৰ আন এক বিষয় হৈ পৰিছে।

অসম আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈ নিযুক্তি লাভ কৰা আৰু শেহতীয়াকৈ বিশেষ ৰহস্যজনক হস্তক্ষেপত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ত অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে ডেপুটেছনত কৰ্মৰত হ’বলৈ সক্ষম হোৱা ৰুমিৰ টিমুংপিৰ লঞ্চে ক্ষেত্ৰতে তেনে জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে।

পাহাৰৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পদত নির্বাচিত হৈ নিযুক্তি লাভ কৰা টিমুংগিয়ে মূল পৰীক্ষাৰ এখন প্ৰশ্নকাকতৰ উত্তৰবহীত নম্বৰ লাভ কৰিছিল । কিন্তু তেওঁক পোনহাটে কোনো কাৰণ নোহোৱাকৈ ২০০ নম্বৰ অতিৰিক্তকৈ বঢ়াই দিয়া হয়।

ফলত টিমুংপিৰ লঞ্চে মুঠ নম্বৰৰ পৰিমাণ ৭৭৮ লৈ বৃদ্ধি হয়। উক্ত বৰ্ষত পাহাৰৰ অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কাৰ্ট অৱ নম্বৰ আছিল ৬৩১। গতিকে টিমুংপিয়ে কাট অৱতকৈ বহু কম নম্বৰ লাভ কৰিছিল; কিন্তু ৰাকেশ পাল বাহিনীয়ে এনেই ২০০ নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰাই দিয়ে।

টিমুংপিয়ে পৰীক্ষাত প্ৰকৃততে লাভ কৰা নম্বৰবোৰ আছিল সাধাৰণ ইংৰাজীত ১২৫, সাধাৰণ জ্ঞানত ১১৩, ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত ৬১, ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় কাকতত ৭৭, সমাজতত্ত্বৰ প্ৰথম কাকতত ৮৫ আৰু দ্বিতীয় কাকতত ১১৭ নম্বৰ লাভ কৰিছিল।

অসম আৰক্ষী সেৱাত নিযুক্তি লাভ কৰা আন এগৰাকী প্রার্থী সুকন্যা দাসৰ ক্ষেত্ৰত আকৌ আন এক আজৱ তথ্য পোহৰলৈ আছে। মূল পৰীক্ষাত দুখন প্রশ্নকাকতৰ বিপৰীতে ছটা উত্তৰবহী থাকে; কিন্তু এই গৰাকী বিষয়াৰ ক্ষেত্ৰত দুখন বহী অতিৰিক্তকৈ ওলায়। অর্থাৎ তেওঁৰ উত্তৰ বহী ওলায় আঠটা।

বৰকিৰি টেৰাং নামৰ বিষয়াগৰাকীয়ে ২০১৩ ত সহযোগী সেৱাৰ কৰ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিছিল। ২০১৪ত তেওঁ পুনৰ পৰীক্ষা দি অসম আৰক্ষী সেৱালৈ নির্বাচিত হয়। প্ৰথমবাৰতে তেওঁৰ বহীত খেলি-মেলি ধৰা পৰিছিল।

এনেদৰে ইজনৰ পাছত সিজন বিষয়াৰ জালিয়াতিৰ তথ্য ন্যায়িক তদন্ত আয়োগে ধৰা পেলায়। বিশেষ সূত্রই সদৰি কৰে যে এপিএছচিত ২০১৪ৰ পৰীক্ষাত সংঘটিত কেলেংকাৰিক লৈ আৰক্ষীয়ে কৰা তদম্ভত ধৰা নপৰা ৩৪ জনক ন্যায়িক তদস্ত আয়োগে ধৰা পেলায়। এই ৩৪ জনৰ ক্ষেত্ৰত তেওঁলোকে বক্রপথৰে চাকৰি সংগ্ৰহ কৰাৰ সকলো তথ্য মজুত আছে।

এইকেইজনৰ বাদেও আন কে’বাজনৰো ক্ষেত্ৰত আযোগে জালিয়াতিৰ তথ্য লাভ কৰিছে, কিন্তু ৩৪ জনৰ দৰে সেইসকলৰ ক্ষেত্ৰত জালিয়াতিৰ প্রামাণ্য তথ্য আয়োগে উদ্ধাৰ কৰিব পৰা নাই।

আগন্তুক দিনত সেয়েহে জালিয়াতিৰ আশ্রয় লোৱা ৩৪তকৈ অধিক সংখ্যকৰ নাম পোহৰলৈ অহাটো নিশ্চিত হৈছে। প্ৰসংগক্ৰমে সূত্ৰত প্রকাশ যে অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ পত্নীৰো উত্তৰবহীৰ আটাইকেইখনতে জালিয়াতি ধৰা পৰিছে তদন্ত প্রক্রিয়াত।

ন্যায়িক আয়োগৰ তদম্ভত উত্তৰবহীত আখৰ নিমিলা, উত্তৰবহীৰ ভিতৰৰ পৃষ্ঠাবোৰ পাছত সংলগ্ন কৰি দিয়া, টেবুলেছনৰ সময়ত অধিক নম্বৰ দিয়া আদি বেছিভাগ প্ৰাৰ্থীৰ ক্ষেত্ৰতে আছিল সাধাৰণ ঘটনা।

ইপিনে, চৰকাৰৰ সূত্ৰই সদৰী কৰে যে আৰক্ষীয়ে সংশ্লিষ্ট ৩৪ জনৰ তথ্য নিজৰ তদন্ততে পোহৰলৈ আনিবলৈ সক্ষম হ’লহেঁতেন। বিভিন্ন পক্ষৰ হস্তক্ষেপৰ বাবেই এনে নোহোৱাৰ সম্ভাবনা ব্যক্ত কৰা হৈছে।

উদাহৰণ স্বৰূপে ৰুমিৰ টিমুংপিৰ লঞ্চে হ’ল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ এজন প্রভাৱশালী কাৰ্যবাহী সদস্যৰ জীয়ৰী। তেওঁৰ পাৰিবাৰিক সম্পর্ক অচিৰেই গঢ়ি উঠিৰ কাৰ্বি আংলঙৰ এটা সমষ্টিক প্ৰতিনিধিত্ব কৰা পূৰ্বৰ কংগ্ৰেছী আৰু বৰ্তমানৰ এজন বিজেপি বিধায়কৰ পুত্ৰৰ লগত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamBiplab Kumar Sarma Inquiry CommissionCMO ASSAM
publisher

publisher

Related Posts

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
India

April 27, 2026
Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d