Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Complications Over The Winter Session Of The Assembly:বিধানসভাৰ শীতকালীন অধিবেশনক লৈ জটিলতা !

মুখ্যমন্ত্ৰীৰ সঁহাৰি নাই, বছৰত তিনিখন অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, অধিবেশন নহ'লে বিধানসভাই দায়ী হ'বঃ বিৰোধী দলপতি

publisher by publisher
November 27, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Complications Over The Winter Session Of The Assembly:বিধানসভাৰ শীতকালীন অধিবেশনক লৈ জটিলতা !
1
SHARES
12
VIEWS
ShareShareShareShare

Complications Over The Winter Session Of The Assembly:

বিধানসভাৰ শীতকালীন অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিধানসভা সচিবালয়ে গভীৰ অস্বস্তিত পৰিছে । কিয়নো অহা পাঁচ ফেব্রুবাবীৰ পৰা বাজেট অধিবেশন অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হৈছে ৷

ADVERTISEMENT

অথচ তাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া শীতকালীন অধিৱেশনক লৈ কোনো উমঘাম নাই। নৱেম্বৰ-ডিচেম্বৰত শীতকালীন অধিবেশন বহিবই লাগে।

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

তাৰ বাবে প্রস্তুতি ইতিমধ্যে আৰম্ভ হ’ব লাগিছিল। কিন্তু এই পর্যন্ত মুখ্যমন্ত্রীয়ে কোনো সঁহাৰি নিদিয়া বাবেই বিধানসভা সচিবালয়তো এতিয়া অধিবেশনৰ কোনো কাম আৰম্ভ হোৱা নাই।

উল্লেখ্য যে অসম বিধানসভাৰ তিনিখন অধিবেশন বছৰত অনুষ্ঠিত হ’ব লাগে বুলি বিগত ২০১৮ত বিধানসভাতে সর্বসম্মত সিদ্ধান্ত গৃহীত হৈছিল। যদিহে শীতকালীন অধিবেশন অনুষ্ঠিত নহয়, তেনেহ’লে বিধানসভাই নিজে গ্রহণ কৰা সিদ্ধান্ত নিজেই ভংগ কৰা হ’ব।

বিধানসভা সচিবালয়ৰ সূত্রই জনায় যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিবেশন অনুষ্ঠিত কৰাৰ প্রস্তাৱ নিয়ম অনুসৰি মুখ্যমন্ত্ৰীক দাখিল কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষৰ লগত কথা পাতি দিন চূড়ান্ত কৰিব লাগে। তাৰ পাছত ৰাজ্যপালৰ অনুমোদনৰ বাবে তাৰিখসহ প্ৰস্তাৱটো প্ৰেৰণ কৰিব লাগে।

ৰাজ্যপালে তাত অনুমোদন দি অধিবেশন আহ্বান কৰিব লাগে। সেই অনুসৰি নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত শীতকালীন অধিবেশন অনুষ্ঠিত হয়।

শীতকালীন অধিবেশন অনুষ্ঠিত কৰাক লৈ সৃষ্টি হোৱা পৰিস্থিতিক লৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই মন্তব্য কৰে যে যদিহে শীতকালীন অধিবেশন অনুষ্ঠিত নহয় তেনেহ’লে বিধানসভা নিজেই দায়ী হ’ব। কাৰণ বছৰত তিনিখন অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বিধানসভাই লৈছিল।

তদুপৰি বিধানসভা অধিবেশন এখনৰ গুৰুত্ব হ’ল অপৰিসীম। শইকীয়াই লগতে কয়, ‘অধ্যক্ষই মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি শুনিছো। অধ্যক্ষই প্রস্তাবটো কি ধৰণে প্ৰেৰণ কৰিছে সেয়াও চার লগিব। কিন্তু এইটো ঠিক যে শীতকালীন অধিবেশন হ’ব লাগে। ইতিমধ্যে তাৰ কাম-কাজ চলিব লাগিছিল।’

উল্লেখ্য যে এইবাৰৰ শীতকালীন অধিবেশনখন কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিধানসভাতে কোকৰাঝাৰত অধিবেশন পতাব ঘোষণা স্বয়ং অধ্যক্ষ দৈমাৰীয়ে কৰিছিল।

যেতিয়াই অধ্যক্ষই কোকৰাঝাৰত অধিবেশন পতাৰ প্রস্তাৱটো মুখ্যমন্ত্ৰীক দিছিল,মুখ্যমন্ত্রীয়ে তাক পোনছাটেই নাকচ কৰে। বিধানসভাৰ অধিবেশন এখন স্থায়ী গৃহৰ পৰা উঠাই নি অস্থায়ীভাবে কোনো স্থানত অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে নাকচ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Legislative AssemblyComplications OverWinter Session
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d