Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা

মলয়া গোস্বামীলৈ এইবৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা

publisher by publisher
November 27, 2023
in India, Assam, News
Reading Time: 1 min read
0
Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা
1
SHARES
11
VIEWS
ShareShareShareShare

Golaghat :

বিগত বৰ্ষ সমূহৰ দৰে এইবছৰো গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সৌজন্যত কানুগাঁও নাট্যমঞ্চত দুদিনীয়াকৈ উদযাপন কৰা হয় ‘শ্ৰী শ্ৰী কৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলা’।

ADVERTISEMENT

২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা এই বৰ্ষৰ ৰাসত দুয়োদিনাই কেবাগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰে। জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা, অভিনেতা পংকজ মহন্ত আৰু অংকুৰ শইকীয়াৰ লগতে ন পুৰণি বহু শিল্পী, কলা কুশলী আৰু স্থানীয় অভিনেতা অভিনেত্ৰীয়ে দুয়োটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

RelatedPosts

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Forest officer suspended in Uriamghat:উৰিয়ামঘাটত উচ্ছেদৰ ভূমি জৰিপৰ বিষয়াক নিলম্বন

malya goswami 2ইতিমধ্যে ৩৯ বছৰ অতিক্ৰম কৰা এই ৰাস উৎসৱৰ লগত সংগতি ৰাখি প্ৰয়াত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ অভিনেত্ৰী মলয়া গোস্বামীক। এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে যুৱ নেতা তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী, সমাজ সচেতক ৰবীন দত্ত, যুৱ নেতা, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ সভাপতি তথা ক্ৰীৰা সংগঠক পৰীক্ষিত দত্তৰ লগতে বহু গণ্যমান্য ব্যক্তি।

কানুগাঁও নাত্যমঞ্চত এক পৱিত্ৰ অনুষ্ঠানত দেওবাৰে এই বঁটা গ্ৰহণ কৰি যথেষ্ঠ আৱেগিক অনুভৱ কৰা বুলি ৰাইজক উদ্দেশ্যি আগবঢ়োৱা সাৰুৱা বক্তব্যত কয় বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে। ইফালে তেখেতে লগতে নৱ প্ৰজন্মৰ বাবে অনাগত দিনত বিভিন্ন কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

malya goswami 3২০১৮ বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটা ইতিমধ্যে মৃদুলা বৰুৱা, পীতাম্বৰ দেৱ গোস্বামী, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকা, অতুল পাচনি ইত্যাদি কেইবাগৰাকী বিশেষ ব্যক্তিক প্ৰদান কৰা হৈছে।

ইফালে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা সন্দৰ্ভত পৰীক্ষিত দত্তই কয় যে, চিন্ময় ৰঞ্জন দত্ত কেৱল আমাৰ ভাতৃয়ে নহয় বিভিন্ন ক্ষেত্ৰত তেওঁৰ পাৰদৰ্শিতা আছিল। এগৰাকী ভাল খেলুৱৈ আছিল আৰু পূৰ্ব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাস খনত বিশেষভাৱে জৰিত আছিল।

malya goswami 4ইফালে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাসে। একেদৰে এইবাৰ ৰাস চাবলৈ কোৰিয়াৰ এজন পৰ্যটক অহা দেখিবলৈ পোৱা যায়। ইফালে ৰাসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰি ভিন্ন শিতানত পুৰস্কাৰ প্ৰদান কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GolaghatMoloya GoswamiPub Kamarbondha Sanaskritik Sarsa KendraSisulila And Rashlila
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d