Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

ডাম্পাৰত অহা দুৰ্বৃত্তই কাটিলে এজন যুৱকৰ সোঁহাত, বিধায়কৰ টুইটৰ পিছত মুখ্যমন্ত্ৰীৰ দুৰ্বৃত্তৰ আটকৰ নিৰ্দেশ, যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অম্লানচু বৰা

publisher by publisher
September 25, 2023
in Assam, Crime, India, News
Reading Time: 3 mins read
0
Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Golaghat Incident:

ৰাজপথৰে বাইকেৰে গৈ থকা যুৱকৰ সোঁহাত কাটি দুচেও কৰিলে দুৰ্বৃত্তই ৷ এই নৃশংস কাণ্ড সংঘটিত হৈছে গোলাঘাটৰ খুমটাইৰ ঢেকিয়াল মলীয়াগাঁৱত ৷

ADVERTISEMENT

নিশা ডাম্পাৰত অহা দুৰ্বৃত্তই ৩০ বছৰীয়া এজন যুৱকৰ সোঁ–হাতখন চোকা অস্ত্ৰৰে কাটি দুচেও কৰি পথাৰৰ মাজত পেলাই থৈ গৈছিল।

দুই ছেপ্তেম্বৰত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৰ ৪ দিন পিছতহে আৰক্ষী উপস্থিত দৈ ঘটনাস্থলীৰ পৰা ৩০ মিটাৰ আঁতৰত উদ্ধাৰ কৰে কটা হাতখন। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অম্লান বৰা নামৰ যুৱকজন।

দুই ছেপ্তেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নামমাত্ৰ তদন্ত কৰি কোনো সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰে স্বয়ং দুৰ্ভগীয়া যুৱকজন আৰু আত্মীয়ই ৷

উল্লেখ্য লোমহৰ্ষক কাণ্ডৰ পিছতে যুৱকজনৰ পিতৃয়ে চুমনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে বিষয়টোৰ প্ৰতি কোনো কানষাৰ নিদি বৰং কৃত্ৰিম হাত লগোৱাৰ পৰামৰ্শ দি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা বুলি গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷

শেহতীয়াকৈ সমস্ত বিষয়টো দুৰ্ভগীয়া যুৱকজনৰ পিতৃয়ে উচিত ন্যায় পোৱাৰ আশাত কাষ চাপে খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷

আনহাতে বিধায়ক শইকীয়াই অতি তৎপৰতাৰে টুইট কৰে মুখ্যমন্ত্ৰীলৈ ৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক শইকীয়াৰ পৰা টুইটৰ জৰিয়তে অৱগত হৈ তাৎক্ষণিকভাৱে টুইট কৰি ডিজিপি বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এজাহাৰ পোৱাৰ পাছতো ঘটনাটো গাপ দি ৰখা চুমনি আৰক্ষী চকীৰ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ পাছত তৎপৰ হৈ পৰিছে ডিজিপি জি পি সিং ৷ ডিজিপিয়ে নৃশংস ঘটনাৰ তদন্ত কৰাৰ তাৎক্ষণিক নিৰ্দেশ দিয়ে গোলাঘাটৰ এছ পিক।

ইপিনে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ পৰামৰ্শ অনুসৰি দুৰ্ভগীয়া যুৱকজনৰ পিতৃয়ে পুনৰ এজাহাৰ দাখিল কৰিছে ডেৰগাঁও সদৰ থানাত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM TO REACTIONDgp Gp Sing Order ProbeGolaghatkhumtai IncidentMla Minal Saikia TweetTerrible Urge Of The MiscreantsYouth's Hand Was Chopped Off
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d