Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Centre For Science And Environment Report 2023:১০২টা দিনে অসমত বতৰৰ বিভীষিকা !

দেশজুৰি ১৭৬ টা দিনত ধুমুহা, বজ্রপাত, প্রচণ্ড বৰষুণ, বান, খহনীয়াই প্রাণ কাঢ়িলে২.৯২৩ জনৰ, কেৱল বজ্রপাত আৰু ধুমুহাতে মৃত্যু ঘটিল ৭১১ জনৰ

publisher by publisher
December 5, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Centre For Science And Environment Report 2023:১০২টা দিনে অসমত বতৰৰ বিভীষিকা !
1
SHARES
14
VIEWS
ShareShareShareShare

Centre For Science And Environment Report 2023:

খেয়ালী প্ৰকৃতিৰ উগ্রমূর্তিয়ে ক্রমাৎ বিপদ কঢ়িয়াইছে সমগ্র দেশৰ লগতে অসমলৈয়ো। চলিত বছৰটোৰ প্ৰথম নটা মাহৰ প্রায় আধা সংখ্যক দিনতে বিভীষিকাৰ সৃষ্টি কৰিছিল বতৰে।

ADVERTISEMENT

কেৱল অসমেই নহয়, সমগ্র দেশতে বিগত ২৭৩ টা দিনৰ ভিতৰত ১৭৬ টা দিনতে বতৰেকালৰূপ ধাৰণ কৰিছিল । যোৱা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি বিভীষিকাময় বতৰে প্ৰাণ কাঢ়ি নিছে ২,৯২৩ জন লোকৰ।

RelatedPosts

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

পুনৰ ক’ভিডৰ আতংক ! দেশজুৰী ক’ভিড আক্রান্তৰ সংখ্যা হেজাৰ অতিক্ৰম

চেণ্টাৰ ফ’ৰ চাইন্স এণ্ড এনভাইৰণমেন্ট (চিএছই)-এ প্রকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা তথ্য মতে, জানুৱাৰীৰ পৰা ছেপ্তেম্বৰলৈকে দিনসমূহৰ ভিতৰত ৮৬ শতাংশ দিনতে বতৰে কালৰূপ ধাৰণ কৰিছিল।

চিএছইয়ে প্রকাশ কৰা প্রতিবেদন মতে, বছৰটোত ২,৯২৩ জন লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে প্ৰায় দুই নিযুত হেক্টৰ কৃষি ভূমিৰ শস্য বিনষ্ট কৰিছে প্রকৃতিৰ বিধ্বংসী ৰূপে।

অসমতো যোৱা জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে নটা মাহত অর্থাৎ ২৭৩ দিনৰ ভিতৰত ১০২ টা দিনেই বিভীষিকাময় ৰূপ ধাৰণ কৰিছিল বতৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপৰ পৰিণতিত সৃষ্টি হৈছিল প্রচণ্ড বৰষুণ, বান, ধুমুহা, বিজুলী ঢেৰেকনিৰ।

চিএছইৰ প্রতিবেদন মতে, অসমত প্ৰকৃতিৰ বিধ্বংসী ৰূপৰ পৰিণতিত ১৫৯ টা পশুধনৰ মৃত্যু ঘটাৰ ৪৬ লগতে ৪৮,০০০ হেক্টৰ কৃষিভূমি বিধ্বস্ত হৈছে। দেশব ভিতৰতে বিগত সময়ছোৱাত বতৰে সর্বাধিক ১৩৮ দিন কালৰূপ কৰি ধাৰণ কৰিছিল মধ্য প্রদেশত।

ইফালে, বতৰৰ ভয়ংকৰ ৰূপৰ পৰিণতিত বিহাৰত দেশৰ ভিতৰতে সর্বাধিক ৬৪২ জন লোকৰ প্ৰাণহানি ঘটিছিল। একেদৰে হিমাচলত ৩৬৫ জন আৰু উত্তৰ প্ৰদেশত ৩৪১ জন লোকৰ মৃত্যু ঘটে প্রকৃতিৰ ভয়ংকৰ পৰিঘটনাত।

দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত কেৰালাত সর্বাধিক ৬৭ টা দিনতে বতৰে বিভীষিকাৰ সৃষ্টি কৰাৰ লগতে এনে পৰিঘটনাসমূহত প্রাণহানি ঘটিছিল ৬০ জন লোকৰ। আকৌ তেলেংগানাত বতৰৰ ভয়ংকৰ ৰূপৰ পৰিণতিত অন্যান্য ক্ষয়- ক্ষয়ক্ষতিৰ লগতে ৬২,০০০ হেক্টব কৃষিভূমি বিনষ্ট আক ৬৪৫ টা পশুধনৰ মৃত্যু ঘটে।

কর্ণাটকত আকৌ প্রায় ১১,০০০ টা ঘৰ অন্সবিধ্বস্ত হ’ল। ইফালে, উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সর্বাধিক ক্ষয়-ক্ষতিৰ বিপৰীতে নাগালেণ্ডত ভয়ংকৰ প্রাকৃতিক বিপর্যয়ত ১,৯০০ টা ঘৰ বিধ্বস্ত হ’ল।

কেবল ধুমুহা-বজ্রপাতত মৃত্যু ঘটিল ৭১১ জনৰ:

ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ গৰাহত পৰা দেশখনক বিগত নটা মাহৰ ১৭৬ টা দিনৰ অধিকাংশ সময়তে সৃষ্টি হৈছিল ধুমুহা আৰু বজ্রপাতৰ। এই দুটা প্রাকৃতিক বিপর্যয়ত দেশজুৰি প্রাণহানি ঘটিছে ৭১১ জনৰ। লক্ষ্যণীয় যে মৃত লোকসকলৰ ভিতৰত অধিকাংশই হ’ল বিহাৰৰ ইয়াৰ বিপৰীতে প্রচণ্ড বৰষুণ, বান আক খহনীয়াত প্রাণহানি ঘটিছে প্রায় ১,৯০০ জন লোকৰ।

বিশেষজ্ঞসকলৰ মতে, দেশত ক্রমবর্ধমান গতিত বৃদ্ধি পোৱা প্রাকৃতিক বিপর্যয়ৰ মূলতে হ’ল প্রায় ৮০ শতাংশ ভাৰতীয়ই বসবাস কৰে জলবায়ু পৰিবৰ্তনৰ দ্বাৰা প্ৰভাৱিত অতি স্পৰ্শকাতৰ জিলাসমূহত।

উল্লেখ্য যে বিগত বছৰটোত বতৰৰ সঘন পৰিৱৰ্তনো আছিল অতি লক্ষ্যণীয় দিশ। বছৰটোৰ জানুৱাৰী আছিল তুলনামূলকভাৱে পূৰ্বৰ তুলনাত গ্রীষ্ম মাহ। আকৌ ফেব্ৰুৱাৰীয়ে বিগত ১২২ বছৰৰ অভিলেখ ভংগ কৰি সৰ্বাধিক গৰমৰ মাহৰূপে চিহ্নিত হৈছিল। একেদৰে ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ দুটা দেশৰ ইতিহাসৰ ১২২ বছৰৰ ভিতৰত খৰাং মাহ ৰূপে আন এক অভিলেখ গঢ়িছিল। হিমবাহ আৰু সমুদ্র বক্ষত থকা বৰফৰ ব্যাপক গলনে বিপদঘণ্টা বজাইছে ৷

হিমালয়কে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত ঘটা হিমবাহ ব্যাপক হাৰত গলিবলৈ ধবাৰ সূত্রে ভয়ংকৰ প্রাকৃতিক বিপর্যয়ৰ গৰাহত পৰিবলৈ অগ্ৰসৰ হৈছে সমগ্র বিশ্ববাসীৰ লগতে ভাৰতীয়সকলো।

নেচনেল চেন্টাৰ ফ’ৰ এটম’ছফিয়েৰ ছায়েন্সৰ গবেষক ড:অক্ষয় দেওৰাই সকীয়াই দিছে যে যিটো হাৰত বৰফ গলিবলৈ ধৰিছে তাৰ ফলত দেশত অনাগত দিনসমূহত ২০২৩ত হোৱা ছিকিমতকৈও ভয়াৱহ আৰু ২০২২ত হোৱা পাকিস্তানতকৈও ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হ’ব ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহ। গৱেষকজনৰ মতে, ২০১৫ৰ পৰা ২০২৩লৈকে এই নটা বছৰত সৃষ্টি হোৱা গ্রীষ্ম প্রবাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ সঞ্চালক প্রধান মৃত্যুঞ্জয় মহাপাত্রই সদৰী কৰা মতে, দেশত সমুদ্র জলপৃষ্ঠ ক্রমাৎ ঊর্ধ্বগামী হ’বলৈ ধৰিছে। এনেবোৰ কাৰকৰ বাবে দেশৰ সমুদ্র উপকূলবর্তী অঞ্চলসমূহ এক নিশ্চিত ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Centre for Science and EnvironmentindiaReport 2023
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d