Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বাগসাৰ শিমলাত বিদ্যালয় প্ৰধানৰ স’তে প্ৰমোদ বড়ো-ইউ জি ব্ৰহ্মৰ বৈঠক

প্ৰাথমিক প্ৰক্ৰিয়া শেষ হ’লেই নিযুক্তি পাব টেট উত্তীৰ্ণ প্ৰাৰ্থী

publisher by publisher
July 18, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বাগসাৰ শিমলাত বিদ্যালয় প্ৰধানৰ স’তে প্ৰমোদ বড়ো-ইউ জি ব্ৰহ্মৰ বৈঠক
বাগসাৰ শিমলাত বিদ্যালয় প্ৰধানৰ স’তে প্ৰমোদ বড়ো-ইউ জি ব্ৰহ্মৰ বৈঠক
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

Hagrama Mohilary :বিটিচিৰ মুৰব্বীৰূপে শপত গ্ৰহণৰ পাছতে হাগ্ৰামাৰ হুংকাৰ

বাগসা জিলাৰ শালবাৰীৰ শিমলা হজুৱাস্থিত ককলাবাৰী চাপাগুৰি কলেজ প্ৰেক্ষাগৃহত আজি জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ তথা ৪২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত এলপি,এমই,হাইস্কুল তথা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান সকলৰ স’তে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু কেবিনেট মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক  উৰ্খাও গৌৰা ব্ৰহ্মৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

ADVERTISEMENT

বিশেষকৈ গুণগত শিক্ষা আৰু শিক্ষানুষ্ঠানৰ সমস্যা সন্দৰ্ভত মুকলিকৈ আলোচনা হোৱা বৈঠকত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে কয়,”বিটিআৰত বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ লগত আমাৰ আলোচনা হৈ আহিছে বিভিন্ন দিশত৷আজি ককলাবাৰী সমষ্টিত জালাহ ব্লকৰ অধীনৰ সকলো এলপি,এমই,হাইস্কুল,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ লগত গুণগত শিক্ষা আৰু শিক্ষানুষ্ঠানৰ বিভিন্ন সমস্যাৰ কেনেকৈ স্থায়ী সমাধান কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয়৷

আলোচনাত যিবোৰ তথ্য ওলাই আহিছে বা যিবোৰ সমস্যাৰ কথা জানিব পৰা গৈছে সেইয়া আমাৰ কাউন্সিলৰ ফালৰপৰা কৰিবপৰাখিনি সমাধান কৰিম আৰু কাউন্সিলে নোৱাৰাখিনি অসম চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে যিমান সোনকালে পৰা যায় সমাধানৰ ব্যৱস্থা কৰা হ’ব৷” তেওঁ কয়, বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে হাইস্কুল সমুহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ প্ৰক্ৰিয়া বৰ্তমান সামৰণিৰ পথত আৰু প্ৰাথমিক বিদ্যালয় সমুহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু অলপ প্ৰাথমিক প্ৰক্ৰিয়া শেষ কৰাৰ পিছতেই টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে নিযুক্তি লাভ কৰিব৷

বিটিচিৰ বিশেষ টেট শিক্ষক সকলে চৰকাৰী নিয়মনীতিৰ আওতাত আহিলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব৷ বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে কয়,তলাবন্ধৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মইও শিক্ষক শিক্ষা শিক্ষানুষ্ঠান সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে৷ ইফালে সভাৰ অন্তত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী ব্ৰহ্মই উগ্ৰপন্থী সদস্য বি বাথা, নৱ কুমাৰ শৰণীয়া আৰু এনএলএফবি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷

ব্ৰহ্মই কয় যে কিবা ভুল বুজাবুজিৰ ফলত বি বাথা পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ ঘূৰি গৈছে যদিও পূৰ্বৰ দৰে এই অঞ্চলত কিবা বিভীষিকাময় পৰিস্থিতি হ’ব বুলি নাভাবে তেওঁ৷ ভাল খবৰ এয়াই যে বি বাথা পুনৰ মূলসুতিলৈ ঘূৰি আহিব বুলি খবৰ আহিছে ৷

বি বাথাৰ লগত চৰকাৰ আৰু প্ৰশাসনৰ আলোচনা অব্যাহত আছে৷ বড়ো ভূমিত শান্তি স্থাপনৰ উদ্দেশ্যে বি বাথাক পুনৰ ঘূৰি আহি সক্ৰিয় ৰাজনীতিত চামিল হ’বলৈ আহ্বান জনায় ব্ৰহ্মই৷ বড়ো ভূমিত শান্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ জনগণে এতিয়া উন্নতি বিচাৰে৷ এনএলএফবিৰ নামত ধনদাবী অব্যাহত থকা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ভুৱা উগ্ৰপন্থীয়ে ধন দাবী কৰি থকা পৰিলক্ষিত হৈছে।

চৰকাৰে প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ভূমিকা ল’বলৈ নিৰ্দেশ দিছে৷ বড়োভূমিৰ পৰা পাঁচ শতাধিক যুৱক নিৰুদ্দেশ হোৱা আৰু এই যুৱকসকল এনএলএফবি সংগঠনলৈ যোৱাৰ আশংকা কৰা সাংসদ নৱ কুমাৰ শৰণীয়াৰ মন্তব্যৰ বিৰোধিতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নৱ কুমাৰ শৰণীয়াৰ এয়া এক অপপ্ৰচাৰহে৷ বাগসা জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আঁতধৰা বৈঠকখনত বিটিচিৰ শিক্ষা সঞ্চালক ড° জগদীশ প্ৰসাদ ব্ৰহ্ম,বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস,জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৰোজ মহিলাৰী,শালবাৰী বিদ্যালয় সমুহৰ পৰিদৰ্শক মিলন দাস প্ৰমুখ্যে কেবাগৰাকী শিক্ষা বিষয়া,শিক্ষা সচেতন ব্যক্তি উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pramod Borourkhao gwra brahma
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d