Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Massive Corruption In Soil Conservation: ভূমি সংৰক্ষণৰ বিয়াগোম দুর্নীতি গাপ দি ৰখাৰ চেষ্টা অতিৰিক্ত মুখ্য সচিবৰ

দুর্নীতিগ্রস্ত আখতাৰ হুছেইনক পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্ব দি লুণ্ঠন, দুর্নীতিৰ ফাইল আহিলেই লুকুৱাই থুৱোৱাৰ অভিযোগ

publisher by publisher
December 5, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Massive Corruption In Soil Conservation: ভূমি সংৰক্ষণৰ বিয়াগোম দুর্নীতি গাপ দি ৰখাৰ চেষ্টা অতিৰিক্ত মুখ্য সচিবৰ
3
SHARES
32
VIEWS
ShareShareShareShare

Massive Corruption In Soil Conservation:

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাৰ কার্যকালত বিভিন্ন চৰকাৰী বিভাগত চৰম অৰাজকতাৰ পৰিৱেশ গঢ় লৈ উঠিছে। বিভাগীয় মন্ত্রী উর্ধ্বাও গৌৰা ব্রহ্মক অন্ধকাৰত ৰাখি দুর্নীতিৰ বৰঘৰলৈ পৰিণত হোৱা ভূমি সংৰক্ষণ সঞ্চালকালয়ত এজন শীর্ষ আইএএছ বিষয়াৰ আশিসধন্য দুর্নীতিগ্রস্ত এজন বিষয়াই অতিৰিক্ত দায়িত্ব লৈ দুর্নীতিৰ পোহাৰ মেলাৰ অভিযোগ উঠিছে।

ADVERTISEMENT

উল্লেখ্য যে ভূমি সংৰক্ষণ বিভাগৰ বৰাকৰ দায়িত্বৰ উপৰি দিছপুৰৰ আশীর্বাদত ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্বত কার্যনির্বাহ কৰি থকা আখতাৰ হুছেইনে ৰাজ্যৰ বিভিন্ন প্রান্তত আঁচনি ৰূপায়ণৰ নামত সংঘটিত কৰি অহা বিয়াগোম বিত্তীয় কেলেংকাৰিৰ অভিযোগসমূহ ইতিমধ্যে প্রকাশ পাই আহিছে।

RelatedPosts

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Urimaghat:উৰিয়ামঘাটত উত্তেজনা ! নগাই উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে অসমৰ লোকলৈ

সম্প্রতি ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ উঠি ৰজা বহি ৰজা এইজন দুর্নীতিগ্রস্ত বিষয়াই এইবাৰো নির্দিষ্ট ঠিকাদাৰক আঁচনিৰ আবন্টন দি পুনৰ ৰাজকোষৰ কোটি কোটি টকা লুণ্ঠনৰ ফন্দি পতাৰ তথ্য পোহৰলৈ আহিছে ।

সমান্তৰালভাবে এই দুর্নীতিগ্রস্ত বিষয়াজনক ভূমি সংৰক্ষণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদে ৰক্ষণাবেক্ষণ দি অহাৰ গুৰুতৰ তথ্য তথা অভিযোগ পোহৰলৈ আহিছে।

দিছপুৰৰ লগতে ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ কে’বাটাও সূত্রই অভিযোগ কবা অনুসৰি, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰৰ আশিসধন্য আখতাৰে বিভাগ তথা সঞ্চালকালয়ৰ কোনো এজন বিষয়াকে কেৰেপ নকৰে।

স্বয়ং সঞ্চালকে আখতাৰৰ ভয়ত কম্পমান হৈ থাকে বুলি সূত্রত প্রকাশ। উল্লেখ্য যে আখতাৰে নগাঁও আৰু ডিব্ৰুগড়ত জিলা বিষয়া হৈ থকাৰ সময়ত সংঘটিত কৰা কে’বাটাও দুর্নীতিৰ অভিযোগ তথ্যসহ ভূমি সংৰক্ষণ সঞ্চালক, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ, অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই লাভ কৰিছিল।

akahtar hussin 2ৰহস্যজনকভাবে এই দুর্নীতিৰ তদন্ত আজিকোপতি নহ’ল আৰু বৰঞ্চ বিষয়াজনক পৰিকল্পনা বিষয়াৰূপে অতিৰিক্ত দায়িত্ব দি পুৰস্কৃতহে কৰা হ’ল। এক অজ্ঞাত শক্তিৰ বলত উঠি বজা বহি বজা তথা শেহতীয়াকৈ বিধায়ক হোৱাৰ স্বপ্নৰে এটা বিৰোধী ৰাজনৈতিক দলত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা আখতাৰৰ আন বহু গোপন তথ্য পোহৰলৈ আহিছে।

সূত্ৰত প্রকাশ যে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰৰ স’তে আখতাৰ অতি ঘনিষ্ঠ আৰু আখতাৰৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগৰ ফাইল আহিলেও বিষয়াজনে কোনো গুৰুত্ব প্রদান নকৰে। আনকি অতিৰিক্ত মুখ্য সচিবজনক অভিযোগৰ ফাইল দিবলৈ যোৱা সংশ্লিষ্ট বিষয়াকো আখতাৰে ককৰ্থনাহে কৰে।

সূত্রটোৱে অভিযোগ তুলি কয় যে আখতাৰৰ বিকদ্ধে দুর্নীতিৰ অভিযোগৰ ফাইল লৈ গ’লে ৰবি শংকৰে বেয়া পায়। আনকি বিষয়াজনে এনে কে’বাটাও ফাইল দলিয়াই দিয়াৰো অভিযোগ আছে।

ফলত আখতাৰৰ বিৰুদ্ধে বহুকেইটা দুর্নীতিৰ অভিযোগ তথ্যসহ লাভ কবিও মৌন হৈ থকা অতিৰিক্ত মুখ্যসচিব ৰবি শংকৰে এই দুর্নীতিসমূহ গাপ দি ৰাখিবলৈও চেষ্টা অব্যাহত ৰাখিছে।

সূত্ৰত প্রকাশ যে এনে অভিযোগসমূহ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখা হয় আৰু সঞ্চালকালয়ৰ আন, বিষয়াকো এই ক্ষেত্রত নির্দেশ প্রদান কৰা হয়। কিন্তু মুখ্যমন্ত্রী ড: শৰ্মা চৰকাৰৰ কাৰ্যকালত আখতাৰে সংঘটিত কৰা এটাৰ পাছত আনটো দুর্নীতিৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্রহণ নকৰাত আচৰিত হৈ পৰিছে ভুক্তভোগী তথা অভিযোগ দাখিল কৰা লোকসকল।

আনকি নগাঁৱৰ এজন ভুক্তভোগীক স্বয়ং ভূমি সংৰক্ষণ বিভাগৰ শীৰ্ষ বিষয়াই ফোন কৰি এতিয়া আখতাৰৰ বিকদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ।

ফলত আখতাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত আত্মসাৎ কৰা কোটি কোটি টকাৰ ভাগ যে দিছপুৰৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ শীর্ষ বিষয়াই লাভ কৰে, এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে আৰু ভুক্তভোগীয়ে ন্যায় ব্যৱস্থাৰ প্রতি আস্থা হেৰুৱাই পেলাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akhtar HussainCMO ASSAMMassive CorruptionSoil Conservation
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d