Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি

ৰকিবুল হুছেইনৰ আমোলত ৰাতিৰ আন্ধাৰত সংঘটিত হৈছিল গড় হত্যা

publisher by publisher
November 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Assam State Bjp:

ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰৰ প্রতিটো কামেই নিকা স্বচ্ছ আক নিকা প্রক্রিয়াৰে সম্পাদিত হয়। চৰকাৰে গ্রহণ কৰা প্রতিটো পদক্ষেপ আক প্রতিখন আঁচনি দিনৰ পোহৰৰ দৰেই স্বচ্ছ আৰু “স্পষ্ট ।

ADVERTISEMENT

দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অৱলম্বন কৰি ২০১৬ চনৰ পৰা বর্তমানলৈকে অসমত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন আক ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোটৰ চৰকাৰে প্রতিটো কামেই সম্পাদন কৰি আহিছে। এনে প্রেক্ষাপটত ৰাতিৰ এন্ধাৰত গড় হত্যা কৰি দুর্নীতিৰ পোহাৰ মেলা, দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ৰকিবুল হুছেইনৰ দৰে ভ্ৰষ্টাচাৰী নেতাৰ মুখত স্বচ্ছতাৰ নীতিবাক্য শোভা নাপায়।

আজি এক প্ৰেছ বিবৃতিত ৰকিবুল হুছেইনক এইদৰে উভতি ধৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কয়, তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছৰ শাসনৰ পোন্ধৰ বছৰীয়া অপশাসনৰ অংশীদাৰ আছিল ৰকিবুল হুছেইন। যাৰ নেতৃত্বতেই অসম গৌৰৱ ভাৰতবর্ষৰ স্বাভিমান এশিঙীয়া গঁড় এটা এটাকৈ চোৰাং চিকাৰীয়ে হতেত নিধন হৈছিল।

কংগ্রেছ চৰকাৰৰ দুর্নীতি, ভ্রষ্টাচাৰৰ ক’ল্য অধ্যায় যদি ৰোমন্থন কৰা হয় তেতিয়া এই আটাইবিলাক ক’লা অধ্যায় তৰূণ গগৈৰ নেতৃত্বাধীন চককাৰৰ সময়ত ৰকিবুল হুছেইনৰ দৰে মন্ত্রী সকলৰ পৃষ্ঠপোষকতাত ৰাতিৰ আন্ধাৰত ৰাজকোষ লুণ্ঠনৰ কামসমূহ হৈছিল সেই কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই।

সেই জন ৰকিবুল হুছেইনেই আজি ভাৰতীয় জনতা পাটিৰ চৰকাৰক কটাক্ষ কৰিবলৈ গৈ যি বাক্যবান নিক্ষেপ কৰিছে ইয়াৰ যোগেদি তেখেতৰ দিনৰ দুর্নীতিৰ এই ক’লা অধ্যায় সমূহহে জনমানসত পুনৰ উন্মোচিত হৈছে।

কংগ্রেছ চৰকাৰৰ সেই সময়ৰ গ্রামোন্নয়ন বিভাগৰ প্রায় যাঠি হাজাৰটা ইন্দিৰা আবাস যোজনা গৃহ নির্মাণ নোহোৱাকৈ ধন আত্মাস্যাৎ কৰা হৈছিল বুলি কেগৰ প্রতিবেদনত প্রকাশ পাইছিল। ৰকিবুল হুছেইনৰ দিনৰ ইন্দিৰা আবাস যোজনাৰ গৃহ আৰু মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা দিনৰ প্রধানমন্ত্রী আবাস যোজনা (গ্রামীন) গৃহ কেইটা যদি তুলনা কৰে তেতিয়া হয়তু ৰকিবুল হুছেইনে মুখলজ্জা থাকিব নোৱাৰিব।

এই সময়ছোৱাত ৫ লাখ ৫০ হাজাৰ প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ নির্মাণ হৈছে আৰু বাৰ লাখ গৃহ নিৰ্মাণৰ বাবে প্রক্রিয়া অব্যাহত আছে। কংগ্রেছ চৰকাৰৰ দিনৰ এই সমূহ দস্তাবেজ যদি লুটিয়াবলগীয়া হয় তেতিয়া হ’লে প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ আৰু তেখেতৰ দিনৰ ইন্দিবা আবাস যোজনাব গৃহ দেখিলেই প্রকৃততে দুয়োটা খবৰ প্যার্থক্য অসমৰ ৰাইজে অনুভব কৰে।

লগতে বন বিভাগৰ বিভিন্ন ক্ষেত্রত ৰাজহ ফাকি দিয়াৰ কাহিনী কেগৰ প্রতিবেদনা পৃষ্ঠাই পৃষ্ঠাই বিৰাজমান আছিল। কেগৰ প্রতিবেদন সমূহ লুটিয়াই চালে এই সকলো তথ্য প্রতিফলিত হ’ব। গতিকে যাৰ নেতৃত্বত দুর্নীতি হৈছিল তেনে ব্যক্তিয়ে আছি স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে পৰিচালিত বিভিন্ন ধৰণৰ আমাৰ প্রশাসনিক কামকাজ সেই সমূহ সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই।

কংগ্রেছৰ নেতা সকল এতিয়া চৰম হতাশগ্রন্থ। তেখেত সকলৰ বক্তব্যত এই হতাশা সমূহ প্রকাশ পাই আহিছে। ভাৰতীয় জনতা পার্টি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ জনপ্রিয় আঁচনিসমূহে জনসাধাৰণক উপকৃত কৰাৰ লগতে অকে কেন্দ্রীয় চৰকাৰৰ প্রতিখন মডেল আঁচনি অসমৰ বুকুত সফলভাবে ৰূপায়িত হোবাত এতিয়া কংগ্রেছ নেক্স সকল ঈষান্বিত হৈ বিভিন্ন কামকাজত তৰল মন্তব্যকে ৰাজ্যখনৰ উন্নয়নৰ প্রক্রিয়াটোক সমালোচনা কৰি আহিছে।

কংগ্রেছ নেতা সকলে এটা কথা মনত ৰখা ভাল যি সময়ত প্রাক্তন প্রধানমন্ত্রী ড: মনমোহন সিঙে অসমক বঞ্চনা কৰি খাৰুৱা তেলৰ ৰয়েল্টি বাবদ পাব লগা ৭৭৭০ কোটি টকা বন্ধ কৰি ৰাখিছিল, সেই সময়ত এই সকল কংগ্রেছ নেতা নিমাত আছিল। যি সময়ত ত্রয়োদশ বিত্তীয় আয়োগৰ অনুদানৰ সময়ত তেতিয়াৰ  প্রাক্তন প্রধানমন্ত্রী ড: মনমোহন সিঙে মাত্র ৫৮ হাজাৰ কোটি টকা দি অসমক প্রবঞ্চনা তথ্য প্ৰতাৰণা কৰিছিল।

সেই সময়ত এই নেতা সকল নিশ্চুপ হৈ আছিল। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ অহাৰ পিছত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে চতুদর্শ বিত্তীয় আয়োগৰ অধীনত ১ লাখ ৫৫ হাজাৰ কোটি টকা মুকলি কৰি দিছিল।

বিবৃতিটোত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই লগতে কয়,ড: হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছে বন্ধ কৰি থোৱা তেলৰ ৰয়েন্টি ৭,৭৭০হাজাৰ কোটি টকা মুকলি কৰি দিছিল।

যাৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ তৰান্বিত কৰাৰ ক্ষেত্রত আমাৰ চৰকাৰ সফল হৈছে। ইয়াৰ উপৰিও আজি অসমৰ বুকুত যিসমূহ উন্নয়নমূলক প্রকল্প আক উন্নয়নমূলক আঁচনি সর্বসাধাৰণ ৰাইজক স্পর্শ কৰিবলৈ সক্ষম হৈছে। এই আঁচনি তথা প্রকল্প সমূহে বিশেষকৈ অসমৰ বিভিন্ন পিছপৰা অঞ্চল সমূহকো আজি ভাৰতবর্ষৰ আগশাৰীৰ অঞ্চললৈ উন্নীত কৰাৰ ক্ষেত্রত সফল হৈছে।

আমি আশাবাদী মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম শীঘ্রেই দেশৰ আগশাৰীৰ পাঁচখন বাজাব অন্তর্ভুক্ত হ’বলৈ সক্ষম হ’ব। কংগ্রেছৰ নেতা সকলে এতিয়া চৰম মিথ্যাচাৰ, অপচেষ্টাত লিপ্ত হৈ বিভিন্ন ধৰণৰ কটু তথা তৰল মন্তব্যবে নিকৃষ্ট ৰাজনৈতিক কাৰচাজি কৰাটো অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে আৰু আগন্তুক সময়ত ইয়াৰ প্রত্যুত্তৰ তেখেত সকলে নিশ্চিতভাবে পাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Rakibul HussainAssam State BjpPress release
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d