Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme: ​ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকা ক’ত ব্যয় কৰিলে সাহিত্য সভাই

আজিৰ ভিতৰত পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিলৰ নিৰ্দেশ উচ্চ শিক্ষা বিভাগৰ, ৰাভা-গাৰোসহ কে'বাখনো জনগোষ্ঠীয় সাহিত্য সভাৰ নিদৰ্শনমূলক কার্য

publisher by publisher
December 16, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme: ​ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকা ক’ত ব্যয় কৰিলে সাহিত্য সভাই
1
SHARES
14
VIEWS
ShareShareShareShare

Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme:

ADVERTISEMENT

অসম সাহিত্য সভাসহ ২১টা জাতি- জনগোষ্ঠীয় সাহিত্য সভাক নিজ নিজ ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকাৰ সদব্যৱহাৰ কৰিব পৰা নাই একাংশ সাহিত্য সভাই।

RelatedPosts

Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Asom Sahitya Sabha: জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম সাহিত্য সভাৰ

প্রতিখন সাহিত্য সভাকে আবন্টিত পুঁজিৰ বৃহৎ অংশ ইতিমধ্যে দুটা বৰ্ষত মোকলাই দিয়া হৈছে; কিন্তু এই ধন ক’ত কিদৰে ব্যয় কৰা হৈছে তাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই।

উল্লেখ্য যে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে এই ধন মোকলাই দিয়া হৈছিল। কাৰণ ৰাজ্য চৰকাৰে অভিলাষী আঁচনিখন উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ৰূপায়ণৰ সিদ্ধান্ত লৈছিল। একাংশ সাহিত্য সভাই দক্ষতাৰে চৰকাৰৰ উদ্দেশ্য পূৰণত কাম কৰাৰ বিপৰীতে কেইখনমান সাহিত্য স সভাই প্রাপ্য পুঁজিৰে কিনো কৰিছে সেয়াও কাৰো অৱগত নহয়। কাৰণ পুঁজি ব্যয়ৰ বাবে যি প্রক্রিয়া সম্পন্ন কৰিব লাগে সেয়াই আজিলৈকে কৰা নহ’ল

অথচ ২০২০-২১ আৰু ২০২২-২৩ বিত্তীয় বর্ষৰ বাবে এই ধন মোকলাই দিয়া হৈছিল। ২০২২-২৩ বৰ্ষৰ বাদেই, ২০২০-২১ৰো পুঁজি ব্যয়ৰ হিচাপ দিব পৰা নাই নির্দিষ্ট কেইখনমান সাহিত্য সভাই। এনে দুখন সাহিত্য সভা হ’ল অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা।

এই দুখন সাহিত্য সভাই চুক্তি অনুসৰি কাম নকৰাত পৰৱৰ্তী বৰ্ষৰ বাবে অন্যান্য সাহিত্য সভাবোৰেও পৰৱৰ্তী পুঁজি তি লাভ কৰাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আটাইকেইখন সাহিত্য সভাকে উচ্চ শিক্ষা সঞ্চালকালয়ে কাইলৈৰ ভিতৰত পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ জৰুৰী নির্দেশনা জাৰি কৰিছে।

ভাষা গৌৰৱ আঁচনিখন ব্যাপক প্রচাৰেৰে ২০২১ৰ পহিলা ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল। তদানীন্তন ৰাজ্য চৰকাৰে বৃহৎ সভা পাতি ২১ খন সাহিত্য সভাক ২০২০-২১ৰ বাবে মুঠ ৪৩ কোটি ২০ লাখ টকা প্রথম পর্যায়ত মোকলাই দিছিল। ইয়াৰ পাছতে পুনৰ ২০২২-২৩৩ মোকলাই দিয়া হয় ২৭ কোটি ৩৬ লাখ টকা।

বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি, আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিখন সাহিত্য সভাৰ লগত উচ্চ শিক্ষা সঞ্চালকালয়ৰ স’তে এখন বুজা-বুজিব চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিত আঁচনিখন কিদৰে ৰূপায়ণ কৰিব লাগিব, পুঁজি ক’ত ক’ত ব্যয় কৰিব লাগিব আদি সকলো বিষয় সন্নিবিষ্ট আছে।

তদুপৰি পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰও সময়মতে দাখিলৰ কথাও এই চুক্তিত আছে। পুঁজি কাৰ জৰিয়তে কেনেকৈ ব্যয় কৰিব লাগিব সেই নির্দেশনাও সাহিত্য সভাবোৰক দিয়া হৈছিল। ধার্য কৰা নিয়ম অনুসৰি, পুঁজি এখন বিশেষ পৰিচালনা সমিতিৰ জৰিয়তেহে ব্যয় কৰিব পাবে। এই সমিতিৰ সভাপতি হ’ব লাগিব সংশ্লিষ্ট সাহিত্য সভাখনৰ সভাপতি। এই সমিতিত চৰকাৰৰ প্রতিনিধি থাকিব। তদুপৰি থাকিব লাগিব সাহিত্য সভাখন যি ভাষাক প্রতিনিধিত্বৰে গঠন হৈছে সেই ভাষাৰ তিনিজন বিশেষজ্ঞ।

সূত্রত প্রকাশ যে অসম সাহিত্য সভাই আজিলৈকে এই বিশেষ সমিতিখন গঠন নকৰিলে। ফলত সাহিত্য সভাই দুবাৰত লাভ কৰা ১০ কোটি টকা কি কৰিলে তাৰ কোনো হিচাপ নাই। একে অভিযোগ উত্থাপিত হৈছে বড়ো সাহিত্য সভাৰ ক্ষেত্ৰতো। বড়ো সাহিত্য সভাই দুটা বৰ্ষত লাভ কৰা পুঁজিৰ, পৰিমাণ হ’ল পাঁচ কোটি টকা।

ইয়াৰ বিপৰীতে একাংশ সাহিত্য সভাই এই পুঁজিৰে বহু উল্লেখযোগ্য কাম কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত গাৰো আৰু ৰাভা সাহিত্যৰ নাম সূত্রটোৱে বিশেষভাবে উল্লেখ কৰে। ৰাভা সাহিত্য সভাই ৰাভা ভাষাৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ উপৰি প্ৰায় ১১৯ খন কিতাপ প্রকাশ কৰিছে।

সাহিত্য সভাখনে প্ৰদৰ্শন কৰা এনে দায়বদ্ধতাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁলোকক অতিৰিক্ত পুঁজি আবন্টন দিছে। ইয়াৰ বিপৰীতে অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই চুক্তিৰ মূল বিষয়কেইটাই আজিলৈকে ৰূপায়ণ কৰা নাই। সূত্ৰত প্রকাশ যে আঁচনিখন ৰূপায়ণত খেলি-মেলি কৰা সাহিত্য দুখনেই হ’ল অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা।

প্রসংগক্রমে উল্লেখনীয় যে ভাষা গৌৰৱ আঁচনিখনৰ জৰিয়তে পুঁজি লাভ কৰা আন সাহিত্য সভাকেইখন হ’ল দেউৰী সাহিত্য সভা, ডিমাছা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, কার্বি সাহিত্য সভা, মিচিং সাহিত্য সভা, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভা, পূর্বাঞ্চল তাই সাহিত্য সভা, তিৱা সাহিত্য সভা, অসম মণিপুৰী সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুরুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, অসম চাওতালী সাহিত্য সভা, মুণ্ডাৰি সাহিত্য সভা আৰু শৰণীয়া কছাৰী সাহিত্য সভা।

এই সাহিত্য সভাবোৰৰ ভিতৰত কেৱল অসম সাহিত্য সভাক ১০ কোটি আৰু বড়ো সাহিত্য সভাক পাঁচ কোটি টকা সংশ্লিষ্ট বিত্তীয় বর্ষ দুটাত মোকলাই দিয়া হৈছিল। বাকী ১৯ খন সাহিত্য সভাৰ প্রতিখনক মোকলাই দিয়া হয় দুই লাখ ৯২ হেজাৰ টকাকৈ।

এই আঁচনিখনৰ বাবে যি নীতি-নির্দেশনা ধার্য কৰা হৈছিল, সেইবোৰৰ প্রথমতে উল্লেখ কৰা নির্দেশনাটো অনুসৰি, ভাষা গৌৰৱ আঁচনিৰ ধন দৰমহা অথবা কোনো অনুৎপাদন কার্যত ব্যয় কৰিব নোৱাৰিব। সমুদায় পুঁজি ব্যয় কৰিব লাগিব সাহিত্য সভাখন যিটো ভাষাক প্ৰতিনিধিত্ব কৰি গঠন হৈছে সেই ভাষা, ভাষাটোৰ সাহিত্য আৰু কলা-সংস্কৃতিৰ উন্নয়নৰ বাবেহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Sahitya SabhaBhasha Gaurav SchemeSpend Crores Of Rupees
publisher

publisher

Related Posts

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d