Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এজাক বৰষুণতে কিয় ভাহি যায় গুৱাহাটী

publisher by publisher
August 20, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
এজাক বৰষুণতে কিয় ভাহি যায় গুৱাহাটী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

উমৈহতীয়া শ বাহী হয়, এই আপ্তবাক্যশাৰীৰ চূড়ান্ত প্ৰতিফলন ঘটিছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ মহানগৰীত । ফলত বছৰৰ পাছত বছৰ ধৰি ৰাজ্যৰ ৰাজকোষৰ শ শ কোটি টকা শৰাধ কৰাৰ পাছতো আজি পৰ্যন্ত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধানতো নহ’লেই বৰঞ্চ দিনক দিনে ই অধিক জটিলৰূপ ধাৰণ কৰিছে ৷ এজাক ধাৰাষাৰ বৰষুণতে বছৰৰ পাছত বছৰ ধৰি তচনচ হৈ আহিছে মহানগৰীৰ আভিজাত্য ৷

ADVERTISEMENT

লক্ষণীয়ভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে অন্যতম নিৰ্বাচনী ইছ্যু হৈ পৰিছে মহানগৰীৰ এই কৃত্ৰিমবানৰ সমস্যা ৷ এই ক্ষেত্ৰত ব্যক্তিক্ৰম নহয় শাসকীয় বিজেপিও ৷ বিভিন্ন চৰকাৰে গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে আঁচনিয়ে গ্ৰহণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ মাজত সমন্বয়হীনতাৰ বাবে আজিও পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাই ।

এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা সংস্থাসমূহক সঠিকভাৱে নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চূড়ান্তৰূপে ব্যৰ্থ হোৱা বুলিও ক্ষোভৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিত প্ৰশ্ন হয় “কিয় সমাধান নহয় গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা”? এজাক বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানী আৰু অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নলা নৰ্দমা তথা গৰিষ্ঠসংখ্যক লোৰা অসচেতনতাৰ বাবে মহানগৰীত সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানৰ সমস্যাই ৷

এই সমস্যা সমাধানৰ বাবে গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী মহানগৰ নিয়ম প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গড়কাপ্তানি বিভাগ,তথা জলসম্পদ বিভাগৰ আমোলা বিষয়াই প্ৰায় একেধৰণে মন্তব্য আগবঢ়ায় ৷ বাহ্যিক দৃষ্টিত এই ব্যাখ্যা সচাঁ যেন লাগিলেও মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ নামত আছে আবন্টিত পুঁজি আত্মসাতৰ অংক । সেই বাবে বিভাগীয় লোকসকলে এই সমস্যা সমাধানতকৈ ইয়াক দীৰ্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, লাচিত নগৰ আদি চাপৰ ঠাইত অৱস্থিত কাৰণে কৃত্ৰিম বানৰ সমস্যা হোৱাত ডাঙৰ কথা নহয় । কিন্তু শেহতীয়াকৈ মহানগৰীৰ ওখ ঠাইসমূহতো কৃত্ৰিম বানে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ এই ঠাইসমূহৰ ভিতৰত আছে হাতীগাঁও অঞ্চল ।

উল্লেখযোগ্য যে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ কাৰণে গুৱাহাটী উন্নয়ন বিভাগে জি এম চি, জি এম ডি এ, গড়কাপ্তানি বিভাগ, জলসম্পদ বিভাগ, ৰেলৱে কৰ্তৃপক্ষ, অইল ইণ্ডিয়া লিমিটেডকে ধৰি সকলোৱে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ কাৰণে অভিযান আৰম্ভ কৰিছে ৷ মহানগৰীৰ অতিৰিক্ত মুখ্য সচিবৰ তত্ত্বাৱধানত এই অভিযান আৰম্ভ হৈছে ২০১৭ ৰ পৰা যদিও আজিও কৃত্ৰিম বানৰ সমস্যা সমাধান নহ’ল বুলি প্ৰকাশ পাইছে এক বিশেষ সূত্ৰত ।

বৰঞ্চ এই সমস্যাসমূহ ইটো বিভাগে সিটো বিভাগলৈ ঠেলী দিয়াতেই দায়িত্ব সামৰে ৷ সেয়েহে উমৈহতীয়া শ বাহী হোৱাৰ দৰে শ শ কোটি টকা ব্যয়ৰ পাছত কৃত্ৰিম বানৰ সমস্যা, সমাধান হৈয়ে থকা বুলি এক সূত্ৰই প্ৰকাশ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFloodGuwahati
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d