Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম- মিজোৰাম সীমান্তৰ উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটিব লাগে বুলি তৎপৰ হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই

publisher by publisher
August 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
অসম- মিজোৰাম সীমান্তৰ উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটিব লাগে বুলি তৎপৰ হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অসম- মিজোৰাম সীমান্তৰ উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটিব লাগে বুলি অৱশেষত তৎপৰ হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স’তে হােৱা এক টেলিফোনিক বাৰ্তালাপৰ পাছত জোৰামথাংগাই আজি কয় যে অসমৰ স’তে সীমান্ত সমস্যা আলােচনাৰ মাধ্যমেৰে সৌহাৰ্যপূৰ্ণভাৱে সমাধান কৰা হয়।

ADVERTISEMENT

এক বিবৃতিত মিজোৰামৰ মুখ্যমন্ত্রীজনে কয়, কেন্দ্রীয় গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ স’তে হােৱা টেলিফোনিক আলােচনাৰ পাছত অর্থৱহ আলােচনাৰ জৰিয়তে মিজোৰাম-অসমৰ সীমান্ত ইচ্ছু শান্তিপূর্ণভাৱে সমাধানৰ বাবে আমি সন্মত হৈছাে।

একেটা বিবৃতিতে তেওঁ কয়, “ইয়াৰ মাজতে পৰিস্থিতিৰ কোনাে ধৰণৰ সম্ভাৱ্য তীব্ৰত বৃদ্ধি প্রতিৰােধ কৰিবলৈ মই মিজোৰামৰ লােকক স্পর্শকাতৰ বাতা স্পষ্ট কৰাৰ পৰা আঁতৰি থাকিবলৈ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দূৰদৰ্শী ব্যৱহাৰৰ বাবে অনুৰােধ জনাইছাে। “

তদুপৰি অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাৰ এটা টুইট জোৰামথাংগাই প্রকাশ কৰে। এই টুইটত মুখ্যমন্ত্রী ড°শর্মাই কয়, আমাৰ মূল গুৰুত্ব হৈছে উত্তৰ-পূবৰ স্পৃহাক সজীৱ কৰি ৰখা। অসম-মিজোৰাম সীমান্তত যি ঘটিল। সেয়া দুয়ােখন ৰাজ্যৰ লোকৰ বাবে গ্রহণযােগ্য নহয়। মুখ্যমন্ত্রী জোৰামথাংগাই তেওঁৰ কোৱাৰেনন্টাইনৰ সময় অন্ত পৰিলে মােক কল কৰাৰ প্রতিশ্রুতিও দিছে। সীমান্ত সমস্যা কেৱল আলােচনাৰ মাধ্যমেৰেহে সমাধান কৰিব পাৰি। অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে দাখিল কৰা গােচৰ প্রত্যাহাৰৰ বাবে তেওঁলােক মিজোৰাম চৰকাৰ সাজু হৈছে।

ৰাজ্যখনৰ মুখ্য সচিবে এই তথ্য সদৰী কৰে। তেওঁ কয় যে এজাহাৰত অসমৰ মুখ্যমন্ত্ৰীৰ নাম অন্তর্ভুক্ত কৰাত অনুমােদন দিয়া নাই জোৰামথাংগাই। তেওঁ কয় কোনাে ধৰণৰ ন্যায়িক সমস্যা নাথাকিলে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এজাহাৰৰ পৰা প্রত্যাহাৰ কৰিব ।

সূত্ৰই প্ৰকাশ কৰে যে উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটাবলৈ দুই ৰাজ্যৰ মাজত পুনৰ আলােচনা আৰম্ভ হৈছে। যােৱা সংঘর্ষস্থলীলৈ দুই ৰাজ্যৰ বিষয়া তথা আৰক্ষী বাহিনীক অস্ত্র-শস্ত্র কঢ়িয়াই যােৱাৰ ক্ষেত্ৰত বাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে যে সংঘর্ষস্থলীলৈ দুই ৰাজ্যৰ বাহিনীক অস্ত্র-শস্ত্র কঢ়িয়াই নিবলৈ কোনাে ধৰণৰ অনুমতি দিয়া নহ’ব।

তদুপৰি জুলাইৰ জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সামগ্রী সৰবৰাহ পূৰ্বৰ দৰে সুচল কৰিবলৈ কেন্দ্রই অসম। আৰু মিজোৰামক নির্দেশ দিছে। উত্তেজনা প্রশমিত কৰাৰ পদক্ষেপৰ অংশৰূপে এইদৰে কোৱা হৈছে। ইপিনে, মিজোৰামৰ স্বাস্থ্যমন্ত্রী আৰ লাল থাংলিয়ানাই উল্লেখ্য যে লাইলাপুৰৰ সংঘর্যস্থলীত চি আৰ পি এফৰ কমেও পাঁচটা কোম্পানী নিয়ােগ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHimanta Biswa SarmaMizoramZoramthanga
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d