Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

15 Fake Pharmacies Sealed in Mayang Hasna Bazar:ভুৱা ফাৰ্মাচিৰ বিৰুদ্ধে এছপিৰ অভিযান

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ছীল ১৫ খন ভুৱা ফাৰ্মাচি

publisher by publisher
January 10, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
15 Fake Pharmacies Sealed in Mayang Hasna Bazar:ভুৱা ফাৰ্মাচিৰ বিৰুদ্ধে এছপিৰ অভিযান
3
SHARES
30
VIEWS
ShareShareShareShare

15 Fake Pharmacies Sealed in Mayang Hasna Bazar:

ৰাজ্যৰ কেতবোৰ গ্ৰামাঞ্চল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত কাঠ ফুলাৰ দৰে অলিয়েগলিয়ে গঢ়ি উঠিছে একাংশ ফাৰ্মাচী ৷ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এই অবৈধ দৰৱৰ দোকান সমূহক নিয়ন্ত্ৰণ বা বন্ধ কৰাৰ ক্ষেত্ৰত ঔষধ পৰিদৰ্শকৰ চৰম ব্যৰ্থতাই অশনি সংকেত কঢ়িয়াই আনিছে সংশ্লিষ্ট অঞ্চললৈ ৷

ADVERTISEMENT

ঔষধ পৰিদৰ্শকৰ চৰম হেমাহি আৰু চৰজমিন পৰিদৰ্শন নকৰাৰ বাবে এতিয়া ভিতৰুৱা গ্ৰামাঞ্চলত মাতাব্বৰী ৰূপ ধাৰণ কৰিছে অবৈধ ফাৰ্মাচী সমূহে ৷

RelatedPosts

No Content Available

কিন্ত শেহতীয়াকৈ আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

মৰিগাঁৱৰ মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীয়ে অৰ্তকিতে এক অভিযান চলাই ছীল কৰে ১৫ খনকৈ ভুৱা ফাৰ্মাচি।

অনুজ্ঞাপত্ৰবিহীনভাৱে ঔষধৰ বিক্ৰী কৰি থকাৰ অভিযোগত দোকান কেইখন ছীল কৰে আৰক্ষীয়ে।

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি সংশ্লিষ্ট অঞ্চলত চলাই আহিছিল অবৈধ ফাৰ্মাচী কেইখন ৷ আনহাতে,আৰক্ষীৰ স’তে যোৱা ঔষধ পৰিদৰ্শকে ছীল কৰা আটাইকেইখন ভুৱা ফাৰ্মাচীৰ কেতবোৰ সন্দেহজনক নথিপত্ৰও জব্দ কৰে ।

উল্লেখ্য যে,আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব লয় জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 15 Fake Pharmacies SealedMayang Hasna BazarMORIGAON SP Raid
publisher

publisher

Related Posts

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d