Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Political Scenario Changes in Bihar:পট পৰিৱৰ্তন বিহাৰৰ ৰাজনীতিত ধুমুহা !

পুনৰ শিবিৰ সলনি নীতিশ কুমাৰৰ ,লালুৰ সংগ এৰি এন ডিএলৈ, আজি বিয়লী দিব পদত্যাগ, দেওবাৰে এন ডি এ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব নীতিশে, আৰ জে ডিৰ মন্ত্ৰীয়ে এৰিলে চৰকাৰী গাড়ী, উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদবৰ বাসগৃহত আৰজেদিৰ বিধায়কৰ ৰুদ্ধদ্বাৰ বৈঠক, বৈঠকত ম'বাইল নিয়াত বাধাৰোপ, তেৰ কংগ্ৰেছী বিধায়কৰ ম'বাইল চুইটচ অফ,কংগ্ৰেছী শিৱিৰ চিন্তিত

publisher by publisher
January 27, 2024
in India, News
Reading Time: 4 mins read
0
Political Scenario Changes in Bihar:পট পৰিৱৰ্তন বিহাৰৰ ৰাজনীতিত ধুমুহা !
1
SHARES
8
VIEWS
ShareShareShareShare

Political Scenario Changes in Bihar:

২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ইণ্ডিয়া মৰ্চাত অঘটন ৷ ইটোৰ পাছত সিটোকৈ অথন্তৰে লগ নেৰা হৈছে বিৰোধী মৰ্চাক ৷ বৃহস্পতিবাৰে ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰা পশ্চিমবংগত সোমোৱাৰ প্ৰাকমুহূৰ্তত টিএমচিৰ মুৰব্বী মমতা বেনার্জীয়ে ঘোষণা কৰে পশ্চিমবংগত টিএম চিয়ে বিজেপিক ৰোধিবলৈ অকলে প্রতিদ্বন্দ্বিতা কৰিব ৷

ADVERTISEMENT

একেদৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত সিং মানে ইন্ডিয়া মর্চাত আওকাণ কৰি পঞ্জাৱৰ অকলে প্রতিদ্বন্দ্বিতাৰ কৰাৰ কথা ঘোষণা কৰে ৷

RelatedPosts

Modi will be Sworn in on 9 June :৯ জুনত মোদীৰ শপত গ্ৰহণৰ পূৰ্বে মন্ত্রিত্বক লৈ দিল্লীত টনা-আঁজোৰা

Chirag Paswan is Reportedly Being Offered Six Seats By The NDA: লোকজনশক্তি চিৰাগ পাছোৱানক লৈ টনা আজোৰা এন ডি এ- ইণ্ডিয়া এলায়েন্সৰ

Nda :ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

শেহতীয়াভাবে বৃহস্পতিবাৰৰ পৰা হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰি জেডিইউৰ মুৰব্বী মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এনডিএলৈ প্রত্যাবর্তন বাবে সাজু হৈ আৰ জে ডিৰ পৰা ক্ৰমাৎ দুৰত্ব বৃদ্ধি কৰে ৷ নীতিশ কুমাৰৰ আকস্মিক দৃষ্টিভংগেৰ পাছতে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হয় আৰ জেডি আৰু বিৰোধী ইণ্ডিয়া মৰ্চাত ৷

জেডিইউৰ এক সূত্রই দাবী কৰা অনুসৰি, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পুৰ্বে পুনৰ এনডিএত যোগদান কৰাৰ প্ৰস্তুতি চলাই জেডিইউ মুৰব্বী নীতিশ কুমাৰ ৷ বিহাৰৰ ৰাজনীতিৰ ডলাৰ বগৰী খ্যাত নীতিশ কুমাৰে ক্ষমতাৰ বাবে ঘনে ঘনে শিৱিৰ সলোৱা লোক হিচাপে পৰিচিত ৷

শুক্ৰবাৰে পাটনাৰ গণতন্ত্ৰৰ দিৱসৰ মুল কাৰ্যসূচীত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ইজনে সিজনে কোনো মাতবোল নকৰাকৈ অনুষ্ঠানৰ পৰা বিদায় লয় । একেদৰে সন্ধিয়া ৰাজভৱনত ৰাজ্যপালৰ চাহমেলত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থকাৰ বিপৰীতে তেওঁৰ কাষতে থকা নামযুক্ত আসনৰ পৰা জেডিইউ মন্ত্ৰীয়ে আতৰাই দি মুখ্যমন্ত্ৰীৰ স’তে আসন পুৰাই বহে ৷

সন্ধিয়াৰ পাছৰে পৰা পাটনাত জেডিইউ আৰু আৰ জে ডি শিৱিৰৰ মাজত সুকীয়া সুকীয়া ৰণকৌশল কৰাত ব্যস্ত হৈ পৰে ৷ এনেবোৰ উৎকন্থা মাজতে বিজেপিৰ শীৰ্ষ মহলে ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে স’তে সঘনাই যোগাযোগ অব্যাহত ৰাখে ৷

ইয়াৰ মাজতে এন ডিৰ এৰ অংশীদাৰ HMM ৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জীতেন্দ সি মাঝি আৰু লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছোৱানৰ স’তে সুকীয়া সুকীয়া কৈ সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

আনহাতে এনে ঘটনা ক্ৰমৰ মাজতে নতুন দিল্লীত সন্ধিয়া গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছোৱানে ৷দুয়োজন নেতাই বিহাৰৰ শেহতীয়া ৰাজনীতিক ঘটনা- পৰিঘটনাৰ সন্দৰ্ভত আলোচনা কৰে ৷

শুক্ৰবাৰে নিশাৰে পৰা শণিবাৰে দুপৰীয়া লৈকে বিহাৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তনত একপ্ৰকাৰ মোহৰ মাৰে বিজেপিয়ে ৷

পাটনাত এক সূত্রই দাবী কৰা অনুসৰি এনডিএলৈ প্রত্যাৱর্তনৰ বাবে নীতিশক ইতিমধ্যে অনুমতি দিলে বিজেপি নেতৃত্বই। যিকোনো মুহূর্ততে বিহাৰ বিধানসভা ভংগ কৰাৰ সম্ভাৱনা আছে ৷ নীতিশক লোকসভাৰ নিৰ্বাচনৰ পূর্বে শিবিৰ সলনি কৰাত বাধা দিবলৈ আৰজেডিৰ মুৰব্বী লালু প্রসাদ যাদৱে তৎপৰতা প্ৰদৰ্শন কৰিছিল।

নীতিশৰ কাম-কাজক লৈ বিহাৰৰ ইতিমধ্যে বিগত কিছুদিন ধৰি ৰাজনীতিত ব্যাপক উৎকণ্ঠা অব্যাহত আছিল। অলপতে নীতিশে পৰিয়ালতন্ত্রক লৈ বিহাৰত আৰজেডিৰ পৰিয়ালক কটাক্ষ কৰিছিল। ইয়াৰ অবসান ঘটিব বুলি জল্পনা-কল্পনা স’তে জেডিইউৰ মিত্ৰতাৰো অৱসান ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

মনকৰিবলগীয়া যে,শণিবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বাসগৃহত আৰ জে ডিৰ বিধায়কৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ৷ উপস্থিত বিধায়ক সকলক বৈঠকত অংশ গ্ৰহণ কৰাৰ পূৰ্বে ম’বাইল থৈ আহিব দিয়া হৈছে ৷

আনহাতে কংগ্ৰেছৰ মুঠ ১৯ জন বিধায়কৰ তেৰজনে নিজৰ ম’বাইলৰ ছুইটছ অফ কৰাক লৈ অস্বস্তিত পৰিছে বিহাৰ কংগ্ৰেছৰ নেতৃবৰ্গ ৷

ইপিনেে,শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী নীতিশক বিৰোধী ইণ্ডিয়া মৰ্চা ত্যাগ নকৰিবলৈ পৰামৰ্শ দিবৰ বাবে লালু যাদৱে কে’বাবাৰো ফোন কৰিছিল যদিও কোনো সহাৰী নাপায় একপ্ৰকাৰ নিৰাশ হয় লালু যাদৱ ৷

শণিবাৰে পুৱা এজন আৰ জে ডি নেতাক মুখ্যমন্ত্ৰীৰ আবাসলৈ পঠিয়াইছিল যদিও সাক্ষাৎ নিদিলে নীতেশ কুমাৰে ৷ এনে ঘটনাক্ৰমৰ মাজতে আজি আৰ জে ডি মন্ত্ৰী সকলে নিজৰ চৰকাৰী গাড়ী উভতাই দিয়ে ৷

অৱশ্যে মহাগঠবন্ধন চৰকাৰ ত্যাগ কৰি এনডিএত যোগদানৰ সন্দর্ভত কোনো মন্তব্য প্রকাশ কৰা নাই নীতিশ কুমাৰ ৷ জেডিইউৰ এক সূত্রই দাবী কৰা অনুসৰি, আগন্তুক দুই এদিনৰ ভিতৰতে নীতিশে এনডিএলৈ প্রত্যাৱর্তন কৰিব।

উল্লেখ্য যে,২০১৪ যেতিয়া নৰেন্দ্র মোদীক বিজেপিয়ে প্রধানমন্ত্রী পদপ্রার্থী নির্বাচন কৰিছিল সেই সময়ত বিজেপিৰ স’তে থকা ১৫ বছৰীয়া সম্পৰ্কত আঘাত হানি নীতিশ কুমাৰে বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে সম্পর্ক ত্যাগ কৰিছিল।

২০১৫ লালুপ্রসাদ যাদৱৰ স’তে হাত মিলাইছিল। লালুৰ সমর্থনত নীতিশে সেইবাৰ বিহাৰত চৰকাৰ গঠন কৰিছিল। কিন্তু ২০১৭ নীতিশে চমক দি আৰজেদিৰ সংগ ত্যাগ কৰি বিজেপিৰ স’তে মর্চা গঠন কৰিছিল।

সময়ে সময়ে পোছাক সলনি কৰাৰ দৰে এবাৰ বিজেপি এবাৰ আৰজেডি এইদৰে বিহাৰৰ ৰাজনীতিত নীতিশ কুমাৰে ক্ষমতাৰ বাবে বিসৰ্জন দিছিল নিজৰ নিকা ভাৱমুৰ্তি ৷ পুনৰ আকৌ এবাৰ আৰ জেডিৰ আৰু বিৰোধী ইণ্ডিয়া মৰ্চাত অঘটন ঘটাই এডিএলৈ যোৱাটো সিদ্ধান্ত লয় নীতিশ কুমাৰে ৷

পাটনাৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়ালৈ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে আৰু দেওবাৰে বিয়লী ভাগত এনডিএৰ সমৰ্থনত পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৷

ইতিমধ্যে নতুন দিল্লীৰ বিজেপিৰ পৰা সেউজ সংকেত দিয়া হৈছে ৷ বিজেপিৰ পৰা দিয়া চৰ্ত অনুসৰি কেবিনেটত থাকিব দুজনকৈ বিজেপিৰ উপ- মুখ্যমন্ত্ৰী ৷ বিধান সভাৰ অধ্যক্ষ হ’ব বিজেপিৰ ৷ একেদৰে এন ডিএৰ সহযোগী HAM ৰ থাকিব এজন কেবিনেট মন্ত্ৰী ৷

বিহাৰ বিধানসভাৰ মুঠ ২৪৩ খন আসনৰ বিপৰীতে চৰকাৰ গঠনৰ মেজিক সংখ্যা হৈছে ১২২ ৷ সেই অনুসৰি এনডি এ জোঁটত বিজেপিৰ ৭৮,জেডিইউ ৪৫ আৰু এইছ এম এম ৪ ৷ এনডিএৰ মুঠ আসন সংখ্যা হইগৈ ১২৭ ৷ অৰ্থাৎ মেজিক সংখ্যাতকৈ ৫ আসন বেছি ৷ আনহাতে মহাগঠবন্ধন (বিৰোধী ইণ্ডিয়া মৰ্চা)ত আৰ জে ডি ৭৯,কংগ্ৰেছ ১৯,বাওঁমৰ্চা সহ অনান্য ১৬ ৷ মুঠ আসন হয়গৈ ১১৪ ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bihar Political CrisisJDUNDANitish KumarRJD
publisher

publisher

Related Posts

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d