Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক-ঔষধ গৱেষণা প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন

আয়ুর্বেদ আৰু লোক-ঔষধৰ গৱেষণা তথা বিকাশক ত্বৰান্বিত কৰাৰ বাবে প্রতিষ্ঠানখনত ৫৩ কোটি টকাৰ নতুন বিনিয়োগ

publisher by publisher
December 26, 2023
in India, News
Reading Time: 3 mins read
0
Sarbanandra Sonowal:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক-ঔষধ গৱেষণা প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Sarbanandra Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে আজি পাছিঘাটৰ উত্তৰ-পূব আয়ুর্বেদ আৰু লোক- ঔষধ গৱেষণা প্ৰতিষ্ঠানত ক্ষমতা সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে।

ADVERTISEMENT

PASIGHAT 2মুঠ ৫৩ কোটি টকাৰ বিনিয়োগৰ সৈতে প্ৰতিষ্ঠানখনত অতিৰিক্ত আন্তঃগাঁথনি বিকশিত কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশত সোৱা ৰিপাৰ এটা কেন্দ্ৰ স্থাপন কৰাৰ কথাও ঘোষণা কৰে।

অনুষ্ঠানটোত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাচাং দৰ্জী, অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী আলো লিবাং, পূব অৰুণাচলৰ সাংসদ (লোকসভা) তাপিৰ গাও, পূব পাছিঘাটৰ বিধায়ক কলিং ময়ং, পশ্চিম পাছিঘাটৰ বিধায়ক নিনোগ এৰিং, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক তথ্য আয়ুক্ত গুমঝুম হায়দৰ, অৰুণাচল প্ৰদেশ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক টমো ৰিবা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

PASIGHAT 3অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, অহা লোক ঔষধৰ এক সমৃদ্ধ ঐতিহ্য আছে। এই ঐতিহ্য উত্তৰ- পূর্বাঞ্চলতো সমৃদ্ধিশালীভাৱে বিৰাজমান, যিয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জীৱন সমৃদ্ধ কৰাত সহায় কৰি আহিছে।  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ স্বাস্থ্য সেৱা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে লোক ঔষধকে ধৰি পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিক পুনৰুজ্জীৱিত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস কৰা হৈছে।

এই প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ চৰকাৰে অৰুণাচলৰ নৰ্থ ইষ্টার্ণ ইনষ্টিটিউট অৱ আয়ুর্বেদ এণ্ড ফ’ক মেডিচিন ৰিছাৰ্চত অতিৰিক্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিনিয়োগ কৰিব যিয়ে উত্তৰ-পূৰ্বাঞ্চলত আয়ুর্বেদ আৰু লোক ঔষধৰ গৱেষণা তথা বিকাশ শক্তিশালী কৰাৰ ক্ষেত্রত অনুঘটক হিচাপে কাম কৰাৰ ক্ষমতা তথা দক্ষতা গঢ়ি তুলিব।”

প্রতিষ্ঠানখনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ভিতৰত আছে এটা একাডেমিক ভৱন, ছাত্র-ছাত্রীসকলৰ বাবে হোষ্টেল, কৰ্মচাৰীৰ কোৱাৰ্টাৰ, পৰিচালকৰ বাংল’ আদি।

এই বিনিয়োগে আয়ুর্বেদত স্নাতক পাঠ্যক্রম, আয়ুর্বেদ ঔষধ আৰু অস্ত্রোপচাৰৰ স্নাতক পাঠ্যক্ৰমৰ লগতে যথা সময়ত স্নাতকোত্তৰ পাঠ্যক্রম

আগবঢ়োৱাৰ বাবে আয়ুর্বেদ মহাবিদ্যালয় খোলাৰ দিশত অতিৰিক্ত আন্তঃগাঁথনি নির্মাণত সহায় কৰিব। পাছিঘাটৰ এই নতুন আয়ুৰ্বেদ মহাবিদ্যালয়খনে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰিত সেৱাৰ জৰিয়তে আয়ুৰ্বেদৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অনুষ্ঠানত ভাষণ প্রদান কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, “আমি অত্যন্ত সুখী যে অৰুণাচল প্ৰদেশৰ এখন অগ্রণী প্রতিষ্ঠান – নর্থ ইষ্টার্ণ ইনষ্টিটিউট অৱ আয়ুর্বেদ এণ্ড ফ’ক মেডিচিন ৰিছাৰ্চে উত্তৰ-পূব ভাৰতৰ লোক-ঔষধৰ সমৃদ্ধি ত্বৰান্বিত কৰাৰ দিশত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত প্ৰতিষ্ঠানখনৰ ক্ষমতা তথা আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা হৈছে, যিয়ে অঞ্চলটোৰ পৰম্পৰাগত ঔষধৰ ত্বৰান্বিতকৰণত সহায় কৰাৰ লগতে আমাৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিক ইয়াৰ পৰম্পৰাগত ভৌগোলিক ক্ষেত্ৰৰ বাহিৰতো প্ৰসাৰিত কৰাত সবল ভূমিকা পালন কৰিব।

মোদীজীয়ে সদায় ভাৰতৰ পৰম্পৰাগত ঔষধৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰি আহিছে কিয়নো ই বিভিন্ন ৰোগৰ চিকিৎসা, স্বাস্থ্যসেৱা সমাধান আৰু মানৱ জীৱনৰ এক উন্নত অভিজ্ঞতাৰ পথ কাৰ্যকৰী প্ৰমাণেৰে প্ৰশস্ত কৰি আহিছে। ফাৰ্মাচিউটিকেল, আয়ুর্বেদিক আৰু সুগন্ধি খণ্ডৰ বাবে যথেষ্ট বাণিজ্যিক সম্ভাৱনা থকা অঞ্চলটোৰ সমৃদ্ধ ঔষধি উদ্ভিদে ৰাজ্যখনৰ বাবে বাণিজ্যিক পথো উন্মুক্ত কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালক এইছেগতে মই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

এনইআইএএফএমআৰ-ৰ ভূমিকা সম্পর্কে বিশদভারে আলোকপাত কৰি কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে আয়ুর্বেদ, যোগ, ইউনানী, সিদ্ধ, হোমিঅ’পেথী, সোৱা ৰিপা, নেচাৰ’পেথীৰ দৰে পৰম্পৰাগত চিকিৎসাশৈলীক ন ৰূপত আগবঢ়াই লৈ যোৱাৰ দিশত কাম কৰি আছে।

আমাৰ দেশখনক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ দিশত আয়ুষ মন্ত্রালয়ে আমাৰ চহকী পৰম্পৰাগত ঔষধ তথা ৰোগীৰ চিকিৎসা সেৱা পদ্ধতিক বৈজ্ঞানিক বৈধতাৰে আধুনিক চিকিৎসা বিজ্ঞানৰ সমকক্ষ কৰি তুলিবলৈ কাম কৰি আছে। এই প্ৰচেষ্টাৰ দ্বাৰা কেৱল আমাৰ পৰম্পৰাগত চিকিৎসক সমাজখন উপকৃত হোৱাই নহয়, পৰম্পৰাগত চিকিৎসাৰ পৰিসৰো যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত ই অধিক লোকৰ ওচৰলৈ প্ৰসাৰিত হ’ব।

PASIGHAT 4এনইআইএএফএমআৰ প্ৰতিষ্ঠানখন হৈছে ভাৰতৰ এক আগশাৰীৰ আয়ুর্বেদিক আৰু লোক-ঔষধৰ প্ৰতিষ্ঠান যিয়ে অঞ্চলটোৰ পৰম্পৰাগত চিকিৎসাক পুনৰুজ্জীৱিত কৰাৰ দিশত নিষ্ঠাৰে কাম কৰি আহিছে। আয়ুৰ্বেদৰ চহকী ঐতিহ্য আমাৰ স্থানীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ পৰাও সমৃদ্ধ হ’ব পাৰে।

এই ধাৰণাৰে প্ৰতিষ্ঠানখনে ৰোগীৰ যত্ন তথা নিৰাময়ৰ বাবে আয়ুর্বেদিক পদ্ধতিৰ প্ৰয়োগ কৰিব পাৰে। এই প্রচেষ্টাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমি এই প্রতিষ্ঠানখনক পৰম্পৰাগত চিকিৎসাৰ ৰাষ্ট্ৰীয় প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্রতিশ্রুতিবদ্ধ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM Pema KhanduUnion Minister Sarbananda Sonowalvisit Pasighat
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d