Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Pressmeet In Guwahati:ডিমা হাচাওতেই সমাপ্ত হ’ব ইণ্ডিয়া মৰ্চাৰ ৰাজনৈতিক ভৱিষ্যত

ৰাজনেতাৰ পৰা বহুৱালৈ নিজকে অৱনমিত কৰিছে ভূপেন বৰাই

publisher by publisher
December 24, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Bjp Pressmeet In Guwahati:ডিমা হাচাওতেই সমাপ্ত হ’ব ইণ্ডিয়া মৰ্চাৰ ৰাজনৈতিক ভৱিষ্যত
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

State BJP :মিঞা প্রেমী ছাদুল্লা-ভাছানিৰ আদৰ্শৰে অনুপ্রাণিত গৌৰৱ গগৈ : ৰাজ্যিক বিজেপি

Bjp Pressmeet In Guwahati:

“ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচনতেই সমাপ্তি ঘটিব কংগ্রেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাৰ”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ।

ADVERTISEMENT

দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদ মেলত এনেদৰে মতপোষণ কৰি শৰ্মাই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক হতাশাগ্রস্ত আৰু দিভ্রান্ত বুলি বর্ণনা কৰে।

বিজেপিৰ মুখপাত্ৰৰ মতে, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, দেব্রবত শইকীয়া, আব্দুল খালেকককে ধৰি আগশাৰীৰ সকলো কংগ্ৰেছ নেতাই লগ সংগ এৰি দিয়া ভূপেন বৰাই নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈ আবোল-তাবোল বকি থকাটোকে এক প্ৰকাৰৰ নিয়মত পৰিণত কৰিছে।

সেয়ে বৰাৰ কথাক কংগ্ৰেছ দলৰ মানুহেই গুৰুত্ব নিদিয়া হৈ আহিছে। থলুৱা, খিলঞ্জীয়া জনসাধাৰণে বৰাক বহুৱা বুলিয়েই গণ্য কৰে।

উল্লেখযোগ্য যে ডিমা হাচাও নির্বাচনৰ প্ৰসংগ উত্থাপন কৰি কংগ্রেছ সভাপতিয়ে যোৱা শতিকাৰ বিহাৰ, উত্তৰ প্ৰদেশৰ আৰ্হিত নির্বাচনী বাতাবৰণ অসমতো হোৱা বুলি মন্তব্য কৰিছে।

উত্তৰ প্রদেশ, বিহাৰত বেলট বাকচ কব্জা কৰি কংগ্রেছ দলেহে ৰাজনীতি কৰিছিল। কংগ্ৰেছৰ এই নীতিকেই পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশত সমাজবাদী পার্টিয়ে আৰু বিহাৰত লালু প্রসাদৰ আৰ জে ডিয়ে অনুশীলন কৰাৰ কথা আমি সকলোৱে জানো।

হয়তো অসমত ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এক সবল চৰকাৰ থকাৰ বাবে ভোট গ্রহণ কেন্দ্ৰত ৰিগিং এতিয়া আৰু সম্ভৱ নহয়। সেয়েহে হতাশাত ভুগিছে ভূপেন বৰা। এনে হাতাশাৰ বাবেই কংগ্ৰেছ সভাপতিয়ে সংগতি নথকা কথা কৈ নিজকে এক প্ৰকাৰে বহুৱা সদৃশ কৰি তোলা দেখা গৈছে বুলি বিজেপিৰ মুখপাত্রই মন্তব্য কৰে।

মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত গঢ়ি তোলা সুস্থ আৰু সবল প্রশাসনিক ব্যৱস্থাৰ বাবেই এক সমৃদ্ধ শৈক্ষিক পৰিৱেশ গঢ়ি উঠিছে। যোৱা ২০২১ চনত অসমত উচ্চ শিক্ষাৰ শিক্ষা প্রতিষ্ঠানত নামভর্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা ৪.১ শতাংশ হাৰে ১২ লাখলৈ বৃদ্ধি পাইছে।

ঠিক একেদৰে ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাৰ প্রতিবেদন অনুসৰি যোৱা দুবছৰত অভিলেখ সংখ্যক ১১.৮ শতাংশ হাৰত অসমত নিবনুৱাৰ সংখ্যা হ্রাস পাইছে। দেশৰ অগ্রণী বেংক ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাৰ প্ৰতিবেদনখনৰ মতে বেকাৰত্ব কম হোৱাৰ নিৰিখত দেশৰ ভিতৰতে শীর্ষস্থানত আছে অসম।

বিজেপি চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহে সমাজত সৃষ্টি কৰা ইতিবাচক পৰিবেশৰ বাবেই এয়া সম্ভব হৈ উঠা বুলি ৰাজ্যিক বিজেপিয়ে আজি বর্ণনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State Bjppreesmeet addressRanjib Kr.SarmaSporksperson
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d