Assam Govt Loan:
ৰাজ্য চৰকাৰে ন ন আঁচনিৰ সমান্তৰালভাৱে হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পাছত শেহতীয়াকৈ বিত্তীয় সংকট দেখা দিছে ৷
ADVERTISEMENT
বিত্তীয় সংকট নাই হোৱা বুলি সময়ে সময়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যদিও ইতিপূৰ্বে কে’বাহাজাৰ কোটি ঋণ লৈ সকলো পৰিস্থিতি জোৰা মৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ইয়াৰ মাজতে পুনৰ ৰাজ্য চৰকাৰে ৬ ফেব্ৰুৱাৰীত ১০০০ কোটি টকাৰ ঋণ ল’বলৈ আগবাঢ়িছে ৷