Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

ৰাজ্যপালক পদত্যাগ পত্র অর্পণৰ পিছতে সংবাদ মাধ্যমক সম্বোধন মুখ্যমন্ত্ৰীৰ

publisher by publisher
May 6, 2026
in News
Reading Time: 1 min read
0
Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্য সমাপ্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে বিপুল বিজয় সাব্যস্ত কৰাৰ পিছত ষষ্ঠদশ বিধানসভা গঠনৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে বুধবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লোক ভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযৰ হাতত অর্পণ কৰে পদত্যাগ পত্র ৷ ইয়াৰ পিছত ৰাজ্যপালৰে মতবিনিময় কৰি মুখ্যমন্ত্ৰী গৰাকী লোক ভৱনৰ পৰা প্ৰস্থান কৰি সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে , অসমত নতুন চৰকাৰ গঠনৰ বাবে সাজু হৈছেএনডিএ ৷ ইতিমধ্যে বিজেপি বিধায়িনী দলপতি নিৰ্বাচনৰ বাবে বিজেপিৰ সংসদীয় বৰ্ডে দুজনকৈ পৰ্যবেক্ষক নিযুক্তি দিছে ৷ হয়তো দুই – এদিনৰ ভিতৰত দুই পৰ্যবেক্ষক উপস্থিত হোৱাৰ পিছতে নিৰ্বাচন কৰা হ’ব বিজেপি বিধায়িনী দলপতি ৷ একেদৰে মিত্ৰজোঁটৰ অংশীদাৰ দলে অগপ আৰু বিপিএফেও নিজ নিজ বিধায়িনী দলৰ দলপতি নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ তিনিও দলৰ দলপতি নিৰ্বাচনৰ পিছতে এনডিএ যৌথ বিধায়িনী দলপতি নিৰ্বাচনৰ পিছতে চৰকাৰ গঠনৰ প্ৰস্তাৱ লৈ লোকভৱনলৈ যাব এনডিএ নতুন দলপতি ৷ ১২ মে’ত শপত গ্রহণ কৰিব পাৰে অসমৰ নৱ গঠিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰে। মুখ্যমন্ত্রীয়ে আৰু কয় যে ১১ মে’ৰ পিছতে অসমৰ নৱগঠিত চৰকাৰে শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , এনডিএ শাসিত মুখ্যমন্ত্ৰী সহ কে’বাজনো কেন্দ্ৰীয় মন্ত্ৰীক আমন্ত্ৰণ কৰোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে ধাৰাবাহিক তৃতীয়বাৰলৈ এনডিএ চৰকাৰ গঠনৰ বাবে ১০২ আসনৰ ৰায় দিছিল ৰাইজে ৷ অসমত বিজয়ৰ হেটট্ৰিক অৰ্জন কৰিছিল ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটে। সদ্য সমাপ্ত নিৰ্বাচনন বিজেপিয়ে অকলেই ৮২খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদ আৰু বিপিএফে লাভ কৰে ১০খনকৈ আসন।

স্মতৰ্ৱ্য যে বুধবাৰে পুৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযক বিজয়ী ১২৬ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে অৰ্পণ কৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে নেতৃত্বাধীন আয়োগৰ এটি দলে । ইয়াৰ পিছতে নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে অনুমতি প্ৰদান কৰে নিৰ্বাচন আয়োগক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaLok bhawanNda new govt
publisher

publisher

Related Posts

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d