Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aranyak Conservation Awareness Meeting:শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ

publisher by publisher
February 8, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aranyak Conservation Awareness Meeting:শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ
2
SHARES
15
VIEWS
ShareShareShareShare

Aranyak Conservation Awareness Meeting:

দেশৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ বিভিন্ন কাৰণত দ্ৰুতগতিত হ্ৰাস পোৱা শগুনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ শিৱসাগৰ জিলাৰ হাফলুটিং হাইস্কুলৰ শিক্ষাৰ্থী সকলৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে।

ADVERTISEMENT

বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনত আৰণ্যকে স্থানীয় পৰিৱেশ অনুৰাগী বিজিত দত্ত আৰু আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তৰ জৰিয়তে শগুনৰ গুৰুত্ব আৰু সংৰক্ষণৰ বিভিন্ন দিশৰ এক আভাস দাঙি ধৰে ।

RelatedPosts

Sivsagar:বাৰেকুৰি সমস্যাৰে জৰ্জৰিত নামতি আলি আয়ুষ্মান আৰোগ্য মন্দিৰ

Awareness meeting on Mission Basundhara in Margheritaমাৰ্ঘেৰিটাত মিছন বসুন্ধৰা 3.0 সন্দৰ্ভত সজাগতা সভা

Aaranyak:শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

meeting 2হীৰেন দত্তই কয়, “এসময়ত শিৱসাগৰ জিলা এখন শগুন সমৃদ্ধ স্থান আছিল । কিন্তু জিলাখনত এই চৰাইবিধৰ বৰ্তমানৰ অৱস্থা সন্তোষজনক নহয়। যোৱা কেইবছৰমানৰ পৰা জিলাখনত অতি দ্ৰুত গতিত শগুনৰ সংখ্যা হ্ৰাস হোৱালৈ চাই ক’ব পাৰি যে পৰিস্থিতি সচাকৈয়ে ভয়ংকৰ” ।

পৰিস্থিতিৰ ভয়বহতাৰ ওপৰত আলোকপাত কৰি দত্তই কয়, “শিৱসাগৰ জিলাৰ পানীদিহিঙত ২০২১ চনৰ মাৰ্চ মাহত মানুহৰ অপকৰ্মৰ ফলত ৩৯টা শগুনৰ মৃত্যু হৈছিল। বাকী ৩০টা শগুনক বন বিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ২০২১ চনৰ এপ্ৰিল মাহত পুনৰ আন এজাক শগুন মানৱসৃষ্ট ঘটনাৰ বলি হয় । শিৱসাগৰ জিলাৰ লেপাই গাঁৱৰ মুকলি পথাৰত বিহ দিয়া পোহনীয়া জন্তুৰ মৃতদেহ খাই আৰু ঊনৈশটা শগুনৰ মৃত্যু হৈছিল” ।

অসমত বাসস্থানৰ হানি, গাঁৱত পশুধনৰ চিকাৰ কৰা অঘৰী কুকুৰ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধ ফুৰাডনৰ বিষক্ৰিয়া আৰু ৰোগ আদি বিভিন্ন কাৰকে শগুনৰ মৃত্যুত অৰিহণা যোগায় । এই বিষয়সমূহে শগুনৰ সংখ্যা আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলায়।

শগুনৰ সংখ্যা হ্ৰাসৰ আন এটা প্ৰধান কাৰণ হ’ল বাহ সজাৰ বাবে উপযুক্ত গছৰ অভাৱ। শগুনে কেৱল ওখ, পূৰ্ণবয়স্ক আৰু শক্তিশালী গছতহে বাহ সাজে । আগতে শিৱসাগৰ জিলাৰ গাঁৱে-ভূঞে আৰূ চহৰত এনে গছ প্ৰচুৰ পৰিমাণে আছিল। কিন্তু বৰ্তমান এনে গছ খুব কমেইহে দেখা যায়।

জনসংখ্যা বৃদ্ধি ফলস্বৰুপে এনে গছৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ফলত শগুনৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পৰিছে আৰু শগুনৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। শিৱসাগৰ জিলাত এতিয়া ডিমৌ অঞ্চলৰ আশে-পাশেহে শগুণৰ বাসস্থান দেখা যায় বুলি দত্তই কয় ।

উল্লেখ্য যে, আৰণ্যকৰ পূব অসম মণ্ডলে বিভিন্ন কাৰণত সঘনাই শগুনৰ মৃত্যু হোৱা জিলাখনৰ অঞ্চলবোৰত সচিত্ৰ সজাগতা পোষ্টাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত শগুণৰ গুৰুত্ব আৰু ইহঁতে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিয়ে সংৰক্ষণ প্ৰচেষ্টাক সলপ্ৰসু কৰাত সহায় কৰিব ।

এই শিক্ষাই নৱ প্ৰজন্মক শগুনৰ বাসস্থান সুৰক্ষাৰ বাবে নীতিৰ্ পোষকতা, সংৰক্ষণ প্ৰকল্পৰ প্ৰতি সমৰ্থন আৰু দায়িত্বশীল আৱৰ্জনা নিষ্কাশন ব্যৱস্থাক উদগনি যোগাবলৈ অনুপ্ৰাণিত কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aranyak ConservationAwareness MeetingConservation Of VolturesSivsagar
publisher

publisher

Related Posts

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d