Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aaranyak:শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

publisher by publisher
January 3, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Aaranyak:শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Aaranyak:

বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু প্ৰশংসা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে ।

ADVERTISEMENT

aaranyak 1সমাজৰ এই সদস্যসকলৰ আদৰ্শই আন সকলকো যাতে অসমত শগুণ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থৰ হকে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে, ভাৰতত পোৱা শগুণৰ নটা প্ৰজাতিৰ ছটাই অসমত পোৱা যায় । “ডাউন টু আৰ্থ” আলোচনীত প্ৰকাশিত এটা প্ৰৱন্ধ মতে অসমৰ শিৱসাগৰ, লখিমপুৰ, ধেমাজি, কামৰূপ, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত যঠেষ্ট সংখ্যক শগুণ পোৱা যায় । কিন্তু মানৱ সৃষ্ট বিভিন্ন কাৰকৰ প্ৰভাৱ্ত অসমত শগুণ বিপদাপন্ন হৈছে আৰু ইহঁতৰ সংখ্যা অতি উদ্বেগজনক হাৰত হ্ৰাস হৈছে ।

আৰণ্যকে আৰম্ভ কৰা পদক্ষেপৰ অধীনত শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ শগুণ থকা অঞ্চল সমূহত বিভিন্ন ধৰণে এই পক্ষীবিধক ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী সমাজৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

শগুণৰ সংৰক্ষণৰ বাবে নিস্বাৰ্থভাবে কৰা কামৰ স্বীকৃতি স্বৰূপে ডিচেম্বৰৰ প্ৰথমভাগত আৰণ্যকে ঢকুৱাখনাৰ কৰাঘাটৰ ফুলেশ্বৰী দত্তক প্ৰশস্তিপত্ৰ প্ৰদান কৰে । দত্তৰ ঘৰৰ চৌহদৰ কেইবাজোপা গছত শগুণৰ বাহ আছে । তীব্ৰ আৰ্থিক অনাটনত ভুগিব লগা হোৱা সত্বেও তেওঁ গছকেইজোপা কটাৰ কথা মনলৈ অনা নাই ।

দত্তৰ ঘৰত উপস্থিত হোৱা আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তক তেওঁ কয়, “এই পক্ষীকেইটা মোৰ অতি মৰমৰ । আমাৰ বাৰীৰ গছত বাহ লোৱা এই পক্ষী প্ৰজাতিটো দ্ৰূতভাৱে নোহোৱা হ’বলৈ ধৰিছে বুলি মই শুনিছোঁ । বহু সময়ত মোৰ এনে অৱস্থাও হৈছে যে গছ কেইজোপামান কটাৰ বাহিৰে মোৰ আন কোনো উপায় নাই । তেনে পৰিস্থিতিটো গছ কটাৰ কথা ভবা নাই । মই জীয়াই থকালৈকে শগুণে বাহ লোৱা এই গছ কেইজোপা ৰক্ষা কৰিম”।

aaranyak 5শগুণ সংৰক্ষণৰ বাবে চলোৱা অদ্বিতীয় চেষ্টাৰ স্বীকৃতি স্বৰুপে আৰণ্যকে প্ৰশংসা পত্ৰ প্ৰদান কৰি শলাগ লোৱা আন এগৰাকী ব্যক্তি হৈছে শিৱসাগৰৰ দিচাংমুখৰ ৰাজেন মিলি । মিলিয়ে তেওঁৰ অঞ্চলৰ ওচৰ-পাজৰৰ এলেকাৰ পৰা মৃত গো সংগ্ৰহ কৰে আৰু শগুণক ভক্ষণ কৰিবলৈ দিয়ে ।

শগুণ সংৰক্ষণৰ এই মহান কামত ব্ৰতী শিৱসাগৰ, ঢকুৱাখনা আৰু তিনিচুকীয়াৰ শদিয়াৰ অন্য আঠগৰাকী ব্যক্তিকো আৰণ্যকে সন্মান জনোৱাৰ পৰিকল্পনা কৰিছে ।

aaranyak 2যুৱ প্ৰজন্মৰ মাজত শগুণ সংৰক্ষণৰ মানসিকতা সৃষ্টিৰ উদ্দেশ্যে আৰণ্যকে ইতিমধ্যে আৰম্ভ কৰা জন সজাগতা অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ দিখৌমুখ কলেজ, না কটানি হাইস্কুল, গেলেকী ট্ৰিবেনী হাইস্কুল, নাজিৰা বৰতল হাইস্কুল, মগৰাহাট জ্ঞান বিকাশ হাইস্কুল আৰু ধকুৱাখনাৰ হাৰ্হি একাডেমি হাইস্কুলত ছটা কাৰ্যসূচী অনুষ্ঠিত কৰিছে ।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড: দীপাংকৰ লহকৰৰ সৈতে সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত ৱাচিমা বেগম আৰু হীৰেন দত্তই এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

aaranyak 3আউটৰিছ ফেচিলিটেটৰ ৱাছিমা বেগমা আৰু হীৰেন দত্তই সমন্বয় ৰক্ষা কৰা এই সজাগতা কাৰ্যসূচীত ৰমেন কলিতা, মিছেল টায়ে, দীপক আৰন্ধৰা, উদ্দীপ্ত গগৈ, অচিন্ত্য বৰঠাকুৰ, জয়জ্যোতি গগৈ, পৰমা দত্ত, ধ্ৰুবজ্যোতি চেতিয়া আৰু আশ্ৰফ আহমেদ আদি স্থানীয় ব্যক্তিয়ে সহায় আগবঢায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakAwarness MeetingConservation Of Voltures
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d