Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aranyak Conservation Awareness Meeting:শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ

publisher by publisher
February 8, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aranyak Conservation Awareness Meeting:শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ
2
SHARES
21
VIEWS
ShareShareShareShare

Aranyak Conservation Awareness Meeting:

দেশৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ বিভিন্ন কাৰণত দ্ৰুতগতিত হ্ৰাস পোৱা শগুনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ শিৱসাগৰ জিলাৰ হাফলুটিং হাইস্কুলৰ শিক্ষাৰ্থী সকলৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে।

ADVERTISEMENT

বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনত আৰণ্যকে স্থানীয় পৰিৱেশ অনুৰাগী বিজিত দত্ত আৰু আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তৰ জৰিয়তে শগুনৰ গুৰুত্ব আৰু সংৰক্ষণৰ বিভিন্ন দিশৰ এক আভাস দাঙি ধৰে ।

RelatedPosts

Sivsagar:শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক মুকলি সমর্থন দিয়া সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ

Gemon Bridge in Sivsagar:শিৱসাগৰত মেৰামতিৰ সময়তে ভাগিল গেমন দলং

Accident in Sivsagar:শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুর্ঘটনাত প্ৰাণ গ’ল যুৱ অভিযন্তাৰ

meeting 2হীৰেন দত্তই কয়, “এসময়ত শিৱসাগৰ জিলা এখন শগুন সমৃদ্ধ স্থান আছিল । কিন্তু জিলাখনত এই চৰাইবিধৰ বৰ্তমানৰ অৱস্থা সন্তোষজনক নহয়। যোৱা কেইবছৰমানৰ পৰা জিলাখনত অতি দ্ৰুত গতিত শগুনৰ সংখ্যা হ্ৰাস হোৱালৈ চাই ক’ব পাৰি যে পৰিস্থিতি সচাকৈয়ে ভয়ংকৰ” ।

পৰিস্থিতিৰ ভয়বহতাৰ ওপৰত আলোকপাত কৰি দত্তই কয়, “শিৱসাগৰ জিলাৰ পানীদিহিঙত ২০২১ চনৰ মাৰ্চ মাহত মানুহৰ অপকৰ্মৰ ফলত ৩৯টা শগুনৰ মৃত্যু হৈছিল। বাকী ৩০টা শগুনক বন বিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ২০২১ চনৰ এপ্ৰিল মাহত পুনৰ আন এজাক শগুন মানৱসৃষ্ট ঘটনাৰ বলি হয় । শিৱসাগৰ জিলাৰ লেপাই গাঁৱৰ মুকলি পথাৰত বিহ দিয়া পোহনীয়া জন্তুৰ মৃতদেহ খাই আৰু ঊনৈশটা শগুনৰ মৃত্যু হৈছিল” ।

অসমত বাসস্থানৰ হানি, গাঁৱত পশুধনৰ চিকাৰ কৰা অঘৰী কুকুৰ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধ ফুৰাডনৰ বিষক্ৰিয়া আৰু ৰোগ আদি বিভিন্ন কাৰকে শগুনৰ মৃত্যুত অৰিহণা যোগায় । এই বিষয়সমূহে শগুনৰ সংখ্যা আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলায়।

শগুনৰ সংখ্যা হ্ৰাসৰ আন এটা প্ৰধান কাৰণ হ’ল বাহ সজাৰ বাবে উপযুক্ত গছৰ অভাৱ। শগুনে কেৱল ওখ, পূৰ্ণবয়স্ক আৰু শক্তিশালী গছতহে বাহ সাজে । আগতে শিৱসাগৰ জিলাৰ গাঁৱে-ভূঞে আৰূ চহৰত এনে গছ প্ৰচুৰ পৰিমাণে আছিল। কিন্তু বৰ্তমান এনে গছ খুব কমেইহে দেখা যায়।

জনসংখ্যা বৃদ্ধি ফলস্বৰুপে এনে গছৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ফলত শগুনৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পৰিছে আৰু শগুনৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। শিৱসাগৰ জিলাত এতিয়া ডিমৌ অঞ্চলৰ আশে-পাশেহে শগুণৰ বাসস্থান দেখা যায় বুলি দত্তই কয় ।

উল্লেখ্য যে, আৰণ্যকৰ পূব অসম মণ্ডলে বিভিন্ন কাৰণত সঘনাই শগুনৰ মৃত্যু হোৱা জিলাখনৰ অঞ্চলবোৰত সচিত্ৰ সজাগতা পোষ্টাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পাৰিপাৰ্শ্চিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত শগুণৰ গুৰুত্ব আৰু ইহঁতে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিয়ে সংৰক্ষণ প্ৰচেষ্টাক সলপ্ৰসু কৰাত সহায় কৰিব ।

এই শিক্ষাই নৱ প্ৰজন্মক শগুনৰ বাসস্থান সুৰক্ষাৰ বাবে নীতিৰ্ পোষকতা, সংৰক্ষণ প্ৰকল্পৰ প্ৰতি সমৰ্থন আৰু দায়িত্বশীল আৱৰ্জনা নিষ্কাশন ব্যৱস্থাক উদগনি যোগাবলৈ অনুপ্ৰাণিত কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aranyak ConservationAwareness MeetingConservation Of VolturesSivsagar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d