Posthumously Awarded the Bharat Ratna:
দেশৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওৰ লগতে প্ৰখ্যাত কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ মৰনোত্তৰভাৱে ভাৰত ৰত্ন দিয়াৰ কথা এক্সযোগে সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
উল্লেখ্য যে,ইয়াৰ পূৰ্বে বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি আৰু মৰনোত্তৰভাৱে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্পুৰী ঠাকুৰলৈ ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷
অনুৰূপ ধৰনেই এক্সযোগে দুয়োজনৰ নাম সদৰি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
স্মতৰ্ৱ্য যে,বিগত এটা পষেকত পাঁচজনকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ ৷