Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma Pressmeet In Loksewa Bhawan:শুক্ৰবাৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে যোৰহাটত মুকলি কৰিব ৮৪ ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি

publisher by publisher
March 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma Pressmeet In Loksewa Bhawan:শুক্ৰবাৰে উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
1
SHARES
9
VIEWS
ShareShareShareShare

Cm Himanta Viswa Sarma Pressmeet In Loksewa Bhawan:

শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম তথা উত্তৰ-পূবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ-পূব ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আজি দিছপুৰস্থ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী সংবাদ মাধ্যমৰ ওচৰত সদৰি কৰে ৷

ADVERTISEMENT

মুখ্যমন্ত্ৰী সংবাদমেল সম্বোধন কৰি কয়, প্ৰধানমন্ত্ৰী মোদী শুক্ৰবাৰে বিয়লি চাৰিবজাত তেজপুৰ বিমানকোঠত উপস্থিত হ’ব ৷ আনহাতে শনিবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ জীপ চাফাৰী কৰিব ৷ তাৰ পৰা তেওঁ উৰা মাৰিব অৰুণাচল অভিমুখে ৷ তাত দুখন ৰাজহুৱা সভাত ভাগ লৈ বিয়লি পুনৰ উপস্থিত হ’বহি যোৰহাট ৷ আনহাতে সন্ধিয়া যোৰহাটৰ মেলেং-মেটেলিত নিৰ্মিত বীৰ লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ সুবিশাল প্ৰতিমূৰ্তিটো মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত লাচিত বৰফুকন বৃহৎ প্ৰতিমূৰ্তিটোৰ সন্দৰ্ভত বিৱৰণ দাঙি ধৰি কয়, প্ৰতিমূৰ্তিটো ভৰি জুৰি আছে ৪১ ফুট ৷ বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ মুকলিৰ পাছত মেলেং-মেটেলি পথাৰত বৃহৎ ৰাজহুৱা সভাত বহুকেইটা চৰকাৰী আঁচনি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই সভাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব ৫,৫৫,৫৫৫টা চৰকাৰী আঁচনিৰ ঘৰ।

মুখ্যমন্ত্ৰীয়ে কয়,একেদিনাই ইমান বৃহৎ সংখ্যক ঘৰ হিতাধিকাৰীৰ হাতত চমজাই দিয়া ই ভাৰতৰ ভিতৰত এক অভিলেখ বুলি উল্লেখ কৰে ৷ নতুন ঘৰৰ হিতাধিকাৰীৰ হাতত অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ হৈ পঠাব এটা মিঠাইৰ টোপোলা।

উল্লেখ্য যে,এই সভাৰ পৰাই ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব তিনিচুকীয়া মেডিকেল কলেজ ৷ একেদৰে ডিগবৈ, গুৱাহাটী তেল শোধনাগাৰৰ বৃহৎ প্ৰকল্প মুকলি কৰাৰ উপৰিও শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন,গুৱাহাটীৰ বেটকুছিস্থ ভাৰতীয় তেল নিগম(আইঅচি) লৈ আৰ্থিক অনুদান আগবঢ়াব,বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবাহী পাইপ মুকলি,ধূপধৰাৰ পৰা ছয়গাঁৱলৈ দ্বৈত ৰে’লপথৰো কৰিব শুভাৰম্ভ। নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ মুকলি কৰিব ৷

মুখ্যমন্ত্ৰীয়ে,বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথ নিৰ্মাণত প্ৰায় ১,৩২৮ কোটি টকা ব্যয় কৰা হৈছে বুলি উল্লেখ কৰি কয়,মেলেং-মেটেলি পথাৰৰ এই বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে সৰ্বমুঠ ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব।

আনহাতে উল্লিখিত সভাত অংশ ল’ব প্ৰায় ১০ হেজাৰ লাখপতি বাইদেউ সহ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলায়ো অংশগ্ৰহণ কৰিব ৷ এই সভাতে বহুচৰ্চিত লাখপাতি বাইদেউক লৈ লিখা বুকলেট মুকলি কৰা হ’ব বুলি সদৰি কৰি বিশাল সভাত ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDispurLoksewa Bhawanpm modi assam visitPressmeet
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d