Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Haryana CM  Nayab Singh Saini Oath:হাৰিয়ানাত ৰাজনৈতিক অঘটন !

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনোহৰ লাল খট্টৰৰ, বিজেপি বিধায়িনী দলৰ বৈঠকত নায়ব সিং ছৈনীক বিধায়িণী দলপতি হিচাপে নিৰ্বাচিত, নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী সহ পাঁচ মন্ত্ৰীৰ শপত গ্ৰহণ

publisher by publisher
March 12, 2024
in India, News
Reading Time: 2 mins read
0
Haryana CM  Nayab Singh Saini Oath:হাৰিয়ানাত ৰাজনৈতিক অঘটন !
2
SHARES
16
VIEWS
ShareShareShareShare

Haryana CM  Nayab Singh Saini Oath:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত হাৰিয়ানাত আজি ৰাজনৈতিক অঘটন হয় ৷ সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে পদত্যাগ কৰে ৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই খট্টৰৰ পদত্যাগৰ পাছতে নতুন মুখ্যমন্ত্ৰী নিযুক্তিৰ বাবে তৎপৰ হৈ পৰে ৷

ADVERTISEMENT

দুপৰীয়া চণ্ডিগড়ত ততাতৈয়াকৈ অনুষ্ঠিত হয় বিজেপি বিধায়িনী দলৰ বৈঠক৷ এই বৈঠকতে বিধায়িনী নেতা হিচাপে নিৰ্বাচন কৰা হয় নায়ব সিং ছৈনীক ৷ ইয়াৰ পাছতে নায়ব সিং ছৈনীয়ে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে ৰাজ্যপালক ৷

RelatedPosts

Bhutan Agriculture Minister Calls on Assam Governor: ৰাজভৱনত অসমৰ ৰাজ্যপালক সাক্ষাৎ ভূটানৰ কৃষি মন্ত্ৰীৰ 

Nayab Singh Saini won the vote of confidence in the Haryana Assembly:ৰাজ্যপালৰ আস্থাভোটৰ নিৰ্দেশ নতুন মুখ্যমন্ত্ৰীক

ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

ইয়াৰ পাছতে ৰাজভৱনত অনুষ্টুপীয়াকৈ অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নায়ব সিং ছৈনীয়ে ৷ একেদৰে পাঁচ কেবিনেট মন্ত্ৰীয়েও শপত লয়। শপত বাক্য পাঠ কৰায় ৰাজ্যপাল বাণ্ডৰু দত্তাত্ৰেয়- এ ৷

শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ সহ বিজেপিৰ কে’বা গৰাকী কেন্দ্ৰীয় নেতৃবৰ্গ সহ জ্যেষ্ঠ আমোলা- বিষয়া উপস্থিত থাকে ৷

নায়ব সিং ছৈনীৰ কোন ?

১) কুৰুক্ষেত্ৰৰ সংসদীয় সমষ্টিৰ সাংসদ সদস্য আছিল নায়ব সিং ছৈনী ৷

২) অ’বিচি সম্প্ৰদায়ৰ অন্তৰ্গত ছাইনীয়ে যোৱা বছৰৰ অক্টোবৰ মাহত হাৰিয়ানা বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদ গ্ৰহণ কৰিছিল।

৩) সাংগঠনিক ভূমিকাৰ পৰা আৰম্ভ কৰি দলৰ ভিতৰত বিভিন্ন উল্লেখযোগ্য পদবীৰ মাজেৰে আগবাঢ়ি যোৱা ছৈনী ১৯৯৬ পৰাই বিজেপিৰ সৈতে জড়িত ৷

৪) ২০১৪ চনত নাৰায়ণগড় সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু ২০১৬ চনত হাৰিয়ানা চৰকাৰত মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল নায়ব সিং ছৈনীয়ে।

৫) ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক যথেষ্ট ব্যৱধানত পৰাস্ত কৰি কুৰুক্ষেত্ৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল ছৈনীয়ে।

৬) ছৈনী বিদায়ী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ সোঁহাতস্বৰূপ আছিল ৷ ছৈনীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াটো নিৰ্বাচনী আৰু জাতিগত কাৰণত প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ হিচাপে
বিবেচিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Haryana New CM  Nayab Singh SainiRajbhawanTook Oath
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d