Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

SBI has submitted the details of its election bonds to the Election Commission as directed by the Supreme Court:চাৰিমাহ সময় বিচৰা এছবিআয়ে এদিনতে দিবলৈ বাধ্য হ’ল তথ্য

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে নির্বাচন আয়োগক নির্বাচনী বণ্ডৰ তথ্য দাখিল কৰিলে এছবিআই- এ, অচিৰে ৰাজহুৱা কৰাৰ সম্ভাৱনা এছ বি আইৰ

publisher by publisher
March 13, 2024
in India, News
Reading Time: 3 mins read
0
SBI has submitted the details of its election bonds to the Election Commission as directed by the Supreme Court:চাৰিমাহ সময় বিচৰা এছবিআয়ে এদিনতে দিবলৈ বাধ্য হ’ল তথ্য
0
SHARES
2
VIEWS
ShareShareShareShare

SBI has submitted the details of its election bonds to the Election Commission as directed by the Supreme Court:

অৱশেষত সোমবাৰে সন্ধিয়া নির্বাচন আয়োগক ষ্টেট বেংক অৱ ইণ্ডিয়াই দাখিল কৰিলে নির্বাচনী বণ্ডৰ তথ্য। এই তথ্য দাখিলৰ বাবে চাৰিমাহ সময় বিচাৰি দাখিল কৰা আবেদন সোমবাৰে নাকচ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰৰ ভিতৰত এই তথ্য দাখিলৰ কঠোৰ নির্দেশ প্রদান কৰাত এছবিআয়ে তাক পালন কৰিবলৈ বাধ্য হয়।

ADVERTISEMENT

উল্লেখ্য যে নির্বাচনী বণ্ড সম্পর্কীয় গোচৰত যোৱা ১৫ ফেব্রুৱাৰীত দিয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল যে ২০১৯ ৰ ১২ এপ্রিলৰ পৰা এই পর্যন্ত নির্বাচনী বণ্ডৰ জৰিয়তে কোন কোন ৰাজনৈতিক দলক কোন ব্যক্তি- সংস্থাই কিমান পৰিমাণৰ ধন বৰঙণিস্বৰূপে আদায় দিলে সেই সম্পর্কীয় বিতং তথ্য অর্পণ কৰিব লাগিব এছবিআয়ে। এই নির্দেশ মর্মে মঙলবাৰে এছবিআয়ে তথ্য দাখিল কৰিলে।

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

Pvt .Hospital:সেনা শিৱিৰৰ কাষত ব্যক্তিগত চিকিৎসালয় নিৰ্মাণৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ভাৰতীয় সেনা

সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মেএছবিআয়ে এই সমস্ত যাবতীয় তথ্য তুলি দিলে আয়োগক ৷ এইবাৰ এই তথ্য অহা শুকুৰবাৰৰ ভিতৰত আয়োগে নিজস্ব চৰকাৰী ৱেবছাইটত প্রকাশ কৰিব লাগিব বুলি ইতিমধ্যে পূৰ্বৰ ৰায়তে উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল ৷

এই তথ্যসমূহ ক্রম অনুসৰি, যুগুতাই আয়োগে তেওঁলোকৰ ৱেবছাইটত প্রকাশ কবিব। ন্যায়ালয়ৰ নির্দেশ মর্মে মঙলবাৰে সন্ধিয়া পাঁচ বজাৰ ভিতৰত তথ্যসমূহ লাভ কৰা বুলি নিশ্চিত কৰিছে আয়োগে। অৱশ্যে এই পর্যন্ত বেংকৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে ন্যায়ালয়ৰ নিৰ্দেশ পালনৰ সম্পৰ্কত আয়োগক তথ্য দাখিল কৰা সম্পৰ্কীয় শপতনামা দাখিল কৰা নাই। সূত্রত প্রকাশ যে শপতনামা প্রস্তুত কৰা হৈছে আৰু বুধবাৰে ইয়াক দাখিল কৰা হ’ব।

ষ্টেট বেংকে বিতং তথ্য দাখিলৰ সময়সীমা চাৰিমাহ অর্থাৎ ৩০ জুনলৈ বৃদ্ধিৰ বাবে জনোৱা আবেদন কালি খাৰিজ কৰি আজিৰ ভিতৰত পূৰ্বৰ নির্দেশ অনুসৰি, আয়োগক তথ্য দাখিল নকৰিলে আদালত অৱমাননা প্রক্রিয়া আৰম্ভ কৰিব বুলি এছবিআইক সকীয়াই দিছিল মুখ্য ন্যায়াধীশ ডি রাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠে।

ইচ্ছাকৃতভাৱে এছবিআয়ে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা বুলি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কালি মন্তব্য কৰাৰ লগতে কঠোৰ সকীয়নি প্ৰদান কৰে। বিচাৰপীঠে কয় যে তেওঁলোকে এতিয়াও অৱমাননাৰ প্রক্রিয়া আৰম্ভ কৰা নাই; কিন্তু যদিহে নির্দেশৰ সময়সীমাৰ ভিতৰত আয়োগক বণ্ডৰ তথ্য দাখিল নকৰে, তেন্তে আদালতে অৱমাননাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে বেংকৰ বিৰুদ্ধে। বেংকে যুক্তি দর্শাইছিল যে তথ্যসমূহ ক্রম অনুসাৰে সজাবলৈ আৰু তথ্যসমূহ এটাৰ স’তে আনটো মিলাই চাবলৈ সময়ৰ প্ৰয়োজন হ’ব। এই তথ্যসমূহ গোপনীয়তা ৰক্ষাৰ বাবে এইবোৰ সম্পূৰ্ণ পৃথকে দুটা স্থানত ৰখা হৈছে।

যাৰ বাবে নির্দেশ পালনৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি এছবিআয়ে কৈছে। অহা ৩০ জুনলৈ সময়সীমা বৃদ্ধিৰ বাবে এছবিআয়ে আহ্বান জনাইছিল। মনকৰিবলগীয়া যে এছবিআয়ে বিচৰা চূড়ান্ত সময়সীমাৰ পূৰ্বে দেশৰ আগন্তুক লোকসভা নিৰ্বাচনৰ অন্ত পৰিব। সেই বাবে বিজেপি চৰকাৰক সুৰক্ষা দিবলৈ এছবিআয়ে সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনোৱা বুলি বিৰোধী মহলে সমালোচনা কৰে।

সোমবাৰে শুনানিৰ আৰম্ভণিতে সর্বোচ্চ ন্যায়ালয়ৰ কঠিন প্রশ্নৰ সন্মুখীন হৈছিল এছবিআই। উচ্চতম ন্যায়ালয়ে প্রশ্ন কৰিছিল, ‘যোৱা ২৬ দিন ধৰি আপোনালোক কি কৰিছে? আপোনালোকৰ আবেদনত ইয়াক লৈ কোনো কথা উল্লেখ কৰা হোৱা নাই।’ যোৱা ১৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা ৰায়ত নির্বাচনী বণ্ডক অসাংবিধানিক আৰু ক্ষতিকাৰক আখ্যা দি বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে।

আদালতে এছবিআইক নির্দেশ দিছিল অনতিপলমে যাতে তেওঁলোকে বণ্ড দিয়া বন্ধ কৰে আৰু সমান্তৰালভাৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোনো ৰাজনৈতিক দলে কিমান অনুদান লাভ কৰিছে, কোনে তেওঁলোকক অনুদান দিছে সেই তথ্য ৰাজহুৱা কৰাৰ নিৰ্দেশো দিয়ে।

যোৱা ছয় মাৰ্চত উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা পাৰ হোৱাৰ পাছতো এছবিআয়ে নির্বাচনী বণ্ড সম্পর্কীয় তথ্য আয়োগক দাখিল নকৰাত বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল। এই দুটা গোচৰ একেলগে শুনানি গ্রহণ কৰে মুখ্য ন্যায়াধীশ চন্দ্রচূড়ৰ বিচাৰপীঠে আৰু ইয়াৰ পাছতে কঠোৰ নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Election BondsElection Commission of IndiaSBI has submitted the detailsSupreme Court
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d