Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Violence of Cyber Criminals:ৰাজ্যত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য এবছৰতে লুটিলে ৩৫ কোটি টকা

সমগ্র দেশত ১১ লাখ লোকৰ ৭,৪৮৮ কোটি লুণ্ঠন,৩.২ লাখ ছীম কার্ড ,৪৯ হেজাৰ আইএমইআই ব্লক কৰিলে চৰকাৰে

publisher by publisher
March 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Violence of Cyber Criminals:ৰাজ্যত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য এবছৰতে লুটিলে ৩৫ কোটি টকা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

Young Woman Victim of Guwahati Violence:হত্যা-আত্মহত্যা: ধাৰাবাহিকভাৱে মহানগৰীত হিংসাৰ বলি হৈছে যুৱতী

Manipur Violence Update:পুনৰ ভয়ানক পৰিস্থিতি মণিপুৰত, গুলীত পুনৰ চাৰিজন নিহত

Violence of Cyber Criminals:

সাধাৰণ নাগৰিকৰ বেংক একাউন্ট নিমিষতে উদং কৰি পেলোৱা চাইবাৰ প্ৰৱঞ্চকৰ ভয়ংকৰ লুণ্ঠনৰ জাল সমগ্র দেশতে অব্যাহত ৰ আছে। অসমবো শ শ লোেক এই অপৰাধী চক্ৰৰ জালত পৰি কপালৰ ঘাম মাটি পেলাই সঞ্চয় কৰা লাখে লাখে টকা হেৰুৱাইছে।

ADVERTISEMENT

আৰক্ষীৰ ‘চাইবাৰ ফ্ৰড ৰিপ’টিং আৰু মেনেজমেন্ট ছিষ্টেম’ৰ লগতে থানাই থানাই এই সন্দৰ্ভত ৰুজু হৈ আছে বৃহৎ সংখ্যক গোচৰ ৷ নাগৰিকসকলক বেংকৰ কোনো তথ্য ৰাজহুৱা নকৰিবলৈ তথা গোপনীয়তা ৰক্ষা কৰি চলিবলৈ সংশ্লিষ্ট পক্ষই বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও বেংক নাইবা বিত্তীয় লেনদেনৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ম দৃষ্টি ৰখা চাইবাৰ প্ৰৱঞ্চক চক্ৰৰ কৱলত পৰিছে বিভিন্নজন।

উল্লেখ্য যে ২০২৩ বৰ্ষত ৰাজ্যৰ প্ৰায় আঠ হেজাৰ লোকৰ পৰা প্রায় ৩৫ কোটি টকা চাইবাৰ প্ৰৱঞ্চকে লুট কৰি নিয়াৰ অভিযোগ লাভ কৰিছে আৰক্ষীৰ চাইবাৰ
ফ্রড ৰিপ’র্টিং ছিষ্টেমে।

গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, চাইবাৰ ফ্রড ৰিপ’টিং ছিষ্টেমে ২০২৩ৰ পহিলা জানুৱাৰীৰ পৰা সংশ্লিষ্ট বৰ্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত অর্থাৎ বিগত বৰ্ষটোত চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি ধন হেৰুওৱাৰ ১১,২৮,২৬৫ টা অভিযোগ লাভ কৰিছে। এই অভিযোগসমূহৰ জৰিয়তে চাইবাৰ প্ৰৱঞ্চকে ৭,৪৮৮.৬৩৯ কোটি (মুঠ ৭,৪৮,৮৪৩.৯ লাখ টকা) টকা লুট কৰাৰ অভিযোগ লাভ কৰিছে চাইবাৰ ফ্ৰড ৰিপ’র্টিং ছিষ্টেমে।

অৱশ্যে ৩,১৯,৭৯৯টা অভিযোগৰ ৯২১.৫৯৫৬ কোটি টকা সংশ্লিষ্ট বেংকে চাইবাৰ প্ৰৱঞ্চকৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি গৃহ মন্ত্রণালয়ৰ তথ্যত প্রকাশ পাইছে। অসমৰ প্ৰেক্ষাপটত ২০২৩ ত ৭,৬২১ টা অভিযোগ লাভ কৰে চাইবাৰ ফ্ৰড ৰিপ’টিং ছিষ্টেমে।

এই অভিযোগসমূহৰ বিপৰীতে ৩৪.৪১৮ কোটি (৩,৪৪১.৮ লাখ) টকা চাইবাৰ প্ৰৱঞ্চকে লুট কৰি নিয়াৰ অভিযোগ দাখিল হৈছে চাইবাৰ ফ্ৰড বিপ’টিং ছিষ্টেমত। অৱশ্যে অসমৰ ২,১৬৩ টা অভিযোগৰ ৪.৫১৬১ কোটি (৪৫১.৬১ লাখ) টকা প্ৰৱঞ্চকৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে সংশ্লিষ্ট বিভাগ।

উল্লেখ্য যে কোনো নাগৰিকে চাইবাৰ প্ৰৱঞ্চকৰ কৱলত পৰিলে তাৎক্ষণিকভাবে ‘১৯৩০’ ট্ৰ’ল ফ্রী নম্বৰৰ জৰিয়তে চাইবাৰ ফ্ৰড ৰিপ’টিং এণ্ড মেনেজমেন্ট ছিষ্টেমত অভিযোগ দাখিল কৰিব পাৰে আৰু অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষী আৰু বেংক কর্তৃপক্ষই সংশ্লিষ্ট ছিষ্টেমৰ মাধ্যমেৰে ভুক্তভোগী লোকজনে হেৰুওৱা টকা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলায়।

গৃহ মন্ত্রণালয়ৰ সদৰী কৰা অনুসৰি, এই ছিষ্টেমে সমগ্র দেশৰ ৪.৭ লাখ অভিযোগৰ প্ৰায় ১২শ কোটি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাবে চাইবাৰ প্ৰৱঞ্চনাৰ লগত জড়িতৰ নিশ্চিত তথ্যৰ ভিত্তিত ২০২৪ৰ জানুৱাৰী পর্যন্ত প্রায় ৩.২ লাখ বিভিন্ন কোম্পানীৰ ছীম কার্ড আৰু ৪৯ হেজাৰ আইএমইআই নম্বৰ কেন্দ্ৰীয় চৰকাৰে ছীল তথা বন্ধ কৰি দিছে।

উল্লেখ্য যে চাইবাৰ ফ্ৰড ৰিপ’র্টিং ছিষ্টেমৰ লগতে আৰক্ষী থানাসমূহতো চাইবাৰ প্ৰৱঞ্চকৰ ধন লুটৰ বহু গোচৰ ৰুজু হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cyber CriminalsViolence
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d