Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Mamata Banerjee : ৰাষ্ট্ৰীয় সংগীত ‘অৱমাননা’ৰ অভিযোগ মমতাৰ বিৰুদ্ধে, গোচৰ ৰুজু কৰিলে মুম্বাইৰ বিজেপি নেতাই

publisher by publisher
December 2, 2021
in India, News, Politics
Reading Time: 1 min read
0
Mamata Banerjee : ৰাষ্ট্ৰীয় সংগীত ‘অৱমাননা’ৰ অভিযোগ মমতাৰ বিৰুদ্ধে, গোচৰ ৰুজু কৰিলে মুম্বাইৰ বিজেপি নেতাই
2
SHARES
22
VIEWS
ShareShareShareShare

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংগীত ‘অৱমাননা’ৰ অভিযোগ উত্থাপন কৰিলে মুম্বাইৰ বিজেপি নেতাই । এই মর্মে তেওঁ তৃণমূল নেত্রীগৰাকীৰ বিৰুদ্ধে আৰক্ষীক এটা অভিযোগো দাখিল কৰিছে । সম্প্ৰতি পশ্চিমবংগৰ বিজেপি নেতৃত্বও তৃণমূল নেত্রীগৰাকীৰ বিৰুদ্ধে নামি পৰিছে । কটাক্ষ কৰিছে তৃণমূলেও । পশ্চিমবংগ তৃণমূলৰ সাধাৰণ সম্পাদক কুণাল ঘোষে ৰাষ্ট্ৰীয় সংগীত সম্পৰ্কত বিজেপি-ৰ অভিযোগ প্রসংগত বৃহস্পতিবাৰে টুইট কৰে, ‘ৰাষ্ট্ৰীয় সংগীতক লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভিত্তিহীন অপপ্ৰচাৰ কৰিছে বিজেপিয়ে । মুখ্যমন্ত্রীয়ে ‘জন গণ’ গোৱা নাই । গীতৰ শব্দৰ মূলভাব বিশ্লেষণ কৰি দেশৰ ঐক্য, ঐতিহ্য, সম্প্রীতি, সংহতিৰ কথা দাঙি ধৰিছিল । বিজেপিয়ে প্রকৃত জাতীয়তাবাদ, ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় সংহতি বুজি নাপায় ।’

ADVERTISEMENT

উল্লেখ্য, মঙলবাৰে মুম্বাই ভ্ৰমণত গৈছিল মমতা । ২০২৪ ৰ লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি-বিৰোধী দলসমূহক একত্রিত কৰাৰ কাম আৰম্ভ কৰিছে । সেই লক্ষ্যৰেই মুম্বাইত শিৱসেনা আৰু এনচিপি নেতৃত্বৰ স’তে আলোচনাত মিলিত হৈছিল । তেওঁলোকৰ স’তে বৈঠকৰ পাছত এক সাংবাদিক বৈঠক আয়োজন কৰে তৃণমূল নেত্রীগৰাকীয়ে । ইয়াৰ পাছত মমতাই বিশিষ্ট ব্যক্তিসকলৰ স’তে এক বৈঠক মিলিত হয় । সেই বৈঠকতেই ৰাষ্ট্ৰীয় সংগীতক লৈ ‘বিতর্কৰ’ সূত্রপাত হয় ।

RelatedPosts

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

INDIA Bloc Mumbai Meeting :মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশলৰ বৈঠক

TMC supremo Mamata Banerjee says her party will not change the name : নাম সলনি নকৰে তৃণমুলে

অভিযোগ, বৈঠক চলাকালীন হঠাৎ মমতাই উঠি ৰাষ্ট্ৰীয় সংগীত গোৱা আৰম্ভ কৰে । বিৰোধীসকলৰ দাবী, সম্পূৰ্ণ ৰাষ্ট্ৰীয় সংগীত নোগোৱাকৈয়ে, কেইটামান শাৰী উচ্চাৰণৰ পাছত হঠাৎ গোৱা বন্ধ কৰি ক’বলৈ আৰম্ভ কৰে, ‘জয় মহাৰাষ্ট্র’ । ইয়াতেই আপত্তি মুম্বাই আৰু পশ্চিমবংগ বিজেপি-ৰ ।

মহাৰাষ্ট্রৰ বিজেপি নেতা প্রতীক কাপৰেয়ে কটাক্ষ কৰি ক‌য়, “বৈঠকত তথাকথিত বিজ্ঞসকল উপস্থিত আছিল । তেওঁলোকৰ উপস্থিতিতেই মুখ্যমন্ত্রী মমতাই বহি থকা অৱস্থাতেই ৰাষ্ট্ৰীয় সংগীত গোৱা আৰম্ভ কৰে । তদুপৰি, হঠাৎ মাজভাগতেই ৰাষ্ট্ৰীয় সংগীত গোৱা বন্ধ কৰি দিয়ে ! এয়া ৰাষ্ট্ৰীয় সংগীতক অৱমাননা কৰা নহয় জানো ?”

আনহাতে, বিজেপি নেতা অমিত মালব্য‌ই টুইটত লিখে, ‘আমাৰ ৰাষ্ট্ৰীয় পৰিচয় ৰাষ্ট্ৰীয় সংগীত । মুখ্যমন্ত্রী মমতাই এই সংগীতক যিদৰে গাইছে, সেয়া অৱমাননাকৰ । বিৰোধীসকলে দেশপ্রেম পাহৰি গৈছে নেকি ?’

১৬ ছেকেণ্ডৰ সেই ভিডিঅ’ক হাথিয়াৰ বনাই আক্রমণ কৰিছে পশ্চিমবংগৰ বিজেপি নেতাসকলেও । বিজেপিৰ তৰফৰ পৰা টুইট কৰা হয়, ‘এগৰাকী মুখ্যমন্ত্রী হিচাপে বংগৰ সংস্কৃতি, ৰাষ্ট্ৰীয় সংগীত, দেশ আৰু গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰকো অপমান কৰিছে মমতা‌ই ।’ দলৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ অভিযোগ, বংগৰ মুখ্যমন্ত্রীয়ে ‘জানি বুজি এই কাম কৰিছে । তেওঁ কয়, “বংগৰ মুখ্যমন্ত্রীয়ে এটা সাংবিধানিক পদত থকা সত্ত্বেও ৰাষ্ট্ৰীয় সংগীতৰ অৱমাননা কৰিছে । ৰাষ্ট্ৰীয় সংগীত কেনেদৰে গাব লাগে, সেইটো তেওঁ নাজানে নেকি, নে ইচ্ছাকৃতভাৱেই অৱমাননা কৰিছে ৰাষ্ট্ৰীয় সংগীতৰ ?”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mamata BanerjeeNational AnthemPratik Kapde
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d