Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court Ruling On Disclose Electoral Bonds:নির্বাচনী বণ্ড সন্দর্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ন্যায়ালয়ে খাৰিজ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ আবেদন, ১২ মাৰ্চৰ ভিতৰত দিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য, ৱেবছাইটত সকলো তথ্য আপলোড কৰিব লাগিব ১৫ মাৰ্চৰ ভিতৰত

publisher by publisher
March 11, 2024
in India, News
Reading Time: 2 mins read
0
Supreme Court Ruling On Disclose Electoral Bonds:নির্বাচনী বণ্ড সন্দর্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

Guwahati:বেংক কৰ্মচাৰীৰ কৰ্মদিন সপ্তাহত পাঁচদিন কৰাৰ দাবীত দেশজুৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছৰ প্ৰতিবাদ কাৰ্যসূচী

Supreme Court Ruling On Disclose Electoral Bonds:

ADVERTISEMENT

নির্বাচনী বণ্ড সন্দর্ভত সৰ্বোচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ ন্যায়ালয়ৰ কে’বাজনীয়া বিচাৰপীঠে এছ বি আইৰ আবেদন খাৰিজ
কৰে ৷

উল্লেখ্য যে, নির্বাচনী বণ্ড সন্দর্ভত এছ বি আই-এ তথ্য দাখিলৰ বাবে ৩০ জুন পর্যন্ত সময় বিচাৰিছিল ৷
আজি ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানত এছবিআইক নিৰ্বাচনী বণ্ডৰ তথ্য ১২ মাৰ্চৰ ভিতৰত দিবলৈ নিৰ্দেশ দিয়ে ৷ একেদৰে ১৫ মাৰ্চৰ ভিতৰত ৱেবছাইটত আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়ে ।

উল্লেখযোগ্য ,নিৰ্বাচনী বণ্ড আঁচনিৰ সবিশেষ প্ৰকাশৰ বাবে ভাৰতীয় ষ্টেট বেংকে অধিক সময়ৰ বাবে কৰা অনুৰোধ নাকচ কৰি উচ্চতম ন্যায়ালয়ে আজি কয় যে কাইলৈৰ ভিতৰত বেংকে ভাৰতীয় নিৰ্বাচন আয়োগৰ সৈতে সবিশেষ তথ্য দাখিল কৰিব লাগিব। ৷

নিৰ্বাচন আয়োগক শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নিজৰ ৱেবছাইটত সবিশেষ প্ৰকাশ কৰিবলৈ কোৱা হৈছে। কাইলৈৰ ভিতৰত এই তথ্য প্ৰদান নকৰিলে এছবিআইৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলিও সকীয়াই দিয়ে আদালতে ।

ইয়াৰ পূৰ্বে আজি খাৰিজ কৰা নিৰ্বাচনী বণ্ডৰ সবিশেষ দিবলৈ এছ বি আইৰ অনুৰোধৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কঠোৰ প্ৰশ্ন উত্থাপন কৰি বিগত ২৬ দিন ধৰি বেংকটোৱে কি কৰিছে বুলি ওলোতাই প্ৰশ্ন কৰে। এছ বি আইয়ে আদালতৰ কাষ চাপিছিল ম্যাদ বৃদ্ধিৰ বাবে ৷ ৩০ জুনৰ ভিতৰত সবিশেষ প্ৰকাশ কৰিবলৈ অনুমতি দিছিল।

১৫ ফেব্ৰুৱাৰীত আদালতে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়দানত নিৰ্বাচনী বণ্ড বাতিল কৰি নিৰ্বাচন আয়োগক ১৩ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সবিশেষ ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে,অধিক সময়ৰ বাবে এছ বি আইৰ আবেদনৰ বিৰোধিতা কৰিছিল এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)য়ে ২০১৭ চনত নৰেন্দ্ৰ মোডী চৰকাৰে অনা নিৰ্বাচনী বণ্ডক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীৰ ভিতৰত অন্যতম আছিল এডি আৰ ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সবিশেষ ৰাজহুৱা নহয় বুলি নিশ্চিত কৰিবলৈ শেষ মুহূৰ্তত এছ বি আইৰ অধিবক্তা হৰিষ ছালভে কয় যে বেংকে নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য মূল বেংকিং ব্যৱস্থাৰ বাহিৰত সংৰক্ষণ কৰিবলৈ এছ অ’ পি অনুসৰণ কৰিছিল।
আদালতৰ আদেশ মানি চলিবলৈ আমাক অলপ বেছি সময়ৰ প্ৰয়োজন। আমি তথ্যসমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছো আৰু আমি সমগ্ৰ প্ৰক্ৰিয়াটো ওলোটা কৰিব লাগিব। আমাক বেংক হিচাপে কোৱা হৈছিল যে এইটো এটা গোপনীয় হ’ব লাগে।”

সৰ্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ নেতৃত্ব দিয়া মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায়দানত উল্লেখ কৰে যে বেংকৰ মুম্বাই শাখাত দাতাৰ সবিশেষ ছীল কভাৰত ৰখাৰ কথা দাখিল কৰা হৈছিল।

ন্যায়াধীশ সঞ্জীৱ খান্নাই কয়, ‘আপুনি মাত্ৰ ছীল কৰা কভাৰটো খুলি সবিশেষ সংগ্ৰহ কৰি তথ্য দিব লাগিব।”

ইয়াৰ উত্তৰত এছ বি আইৰ অধিবক্তা ছালভে কয়, “বণ্ড কোনে ক্ৰয় কৰিলে তাৰ সম্পূৰ্ণ বিৱৰণ মোৰ হাতত আছে আৰু টকা ক’ৰ পৰা আহিল আৰু কোনটো ৰাজনৈতিক দলে কিমান দিলে তাৰ সম্পূৰ্ণ তথ্য মোৰ হাতত আছে। মইও এতিয়া ক্ৰেতাৰ নাম দিব লাগিব। নামবোৰত আছে।” বণ্ড নম্বৰৰ সৈতে ক্ৰছচেক কৰা হ’ব।”

আনহাতে ,মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়,এটা চাইল’ৰ পৰা আন এটা চাইল’লৈ তথ্য মিলাই দিয়াটো এটা সময়সাপেক্ষ প্ৰক্ৰিয়া বুলি দাখিল কৰা হৈছে। আমি আপোনাক মেচিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। গতিকে মেচিং এক্সাৰচাইজ কৰিব লাগে বুলি সময় বিচৰাটো প্ৰয়োজনীয় নহয়, আমি আপোনাক তেনে কৰিবলৈ নিৰ্দেশ দিয়া নাই।’ সেয়েহে বেংকক ৰায় মানি চলিবলৈ নিৰ্দেশ দিয়ে৷

ইয়াৰ পিছত মুখ্য ন্যায়াধীশ গৰাকীয়ে ৰায়দানত বিগত ২৬ দিনত বেংকে কি কাম কৰিছে বুলি প্ৰশ্ন কৰি বেংকে এই তথ্য প্ৰদান নকৰাৰ কথা উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Disclose Electoral BondsElection Commission of IndiaSBISupreme Court Ruling
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d