Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sarbananda Sonowal Visit Krishnaguru Ashram:ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পূৰ্বে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন সৰ্বানন্দ সোণোৱালৰ 

যুৱশক্তিৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান

publisher by publisher
March 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Sarbananda Sonowal Visit Krishnaguru Ashram:ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পূৰ্বে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন সৰ্বানন্দ সোণোৱালৰ 
3
SHARES
32
VIEWS
ShareShareShareShare

Sarbananda Sonowal Visit Krishnaguru Ashram:

যুৱশক্তিক দেশৰ মহাশক্তি হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনায়। এই যুৱশক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰতৰ সপোনক ন উদ্যমেৰে আগুৱাই নিব বুলি সোণোৱালে উল্লেখ কৰে।

ADVERTISEMENT

SONOWAL 2ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পূৰ্বে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আজি দৰ্শন কৰি সোণোৱালে সেৱা-প্ৰাৰ্থনা জনায়। নসত্ৰত উপস্থিত হৈয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুবৰ্ণ কুড়ত নাম-জপ কৰি পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰক শ্ৰদ্ধা-ভক্তিৰে স্মৰণ কৰে। ইয়াৰ পাছতেই তেখেতে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আৰু ভকত-বৈষ্ণৱসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।

RelatedPosts

Barpeta circut House:বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

Dilip Saikia Pressmeet:বৰপেটাত সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ অভিযোগ নস্যাৎ দিলীপ শইকীয়াৰ

তেখেতে কয়, “জীৱনৰ প্ৰতিটো শুভ কামত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ আশিসে মোক অনুপ্ৰেৰণা যোগাই আহিছে। পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ স্মৃতিজড়িত নসত্ৰৰ এই পৱিত্ৰ স্থানলৈ আহিলে প্ৰতিবাৰেই কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ মই সাহস আৰু শক্তি লাভ কৰোঁ। কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্তিপ্ৰাণ ৰাইজৰ সান্নিধ্য লভি ধন্য হৈছোঁ। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি ন উদ্যমেৰে কাম কৰাৰ সংকল্প লৈছোঁ। তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক।”

সোণোৱালে লগতে কয়, “সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে। ভক্তি, সততা,‌ নিষ্ঠাই জীৱনক সমৃদ্ধ কৰে। ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ আমি ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ শক্তি লাভ কৰিব লাগিব। ভক্তিতেই আছে শক্তি-শান্তি-সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।”

সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে। সুদীৰ্ঘ বাৰ বছৰৰ মূৰত অনুষ্ঠিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া একনাম অখণ্ড কীৰ্তনতো তেখেতে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনকে ধৰি সেৱাশ্ৰমৰ বিভিন্ন অনুষ্ঠানে কিদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছে, সেই সন্দৰ্ভত মোদীয়ে মনোগ্ৰাহী আলোকপাত কৰিছিল।

SONOWAL 3ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব।”

সোণোৱালে উল্লেখ কৰে, “যুৱশক্তি ~ ভাৰতৰ মহাশক্তি। এই যুৱশক্তি শক্তিশালী হ’লেহে দেশ শক্তিশালী হ’ব।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পৰাই বিগত প্ৰায় ১০ বছৰে যুৱপ্ৰজন্মৰ সবলীকৰণৰ দিশটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপ গ্ৰহণৰ লগতে যুৱশক্তিক দেশৰ উন্নয়নৰ নৱজাগৰণৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰিছে।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ যুৱশক্তিৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত এই যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”

সোণোৱালে লগতে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ ল’বলগীয়া নতুন ভোটাৰসকলক মই শুভকামনা জনালোঁ। তেওঁলোক দেশৰ প্ৰগতিৰ নতুন ধ্বজাবাহক। অনাগত দিনবোৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যুৱশক্তিক আহ্বান জনালোঁ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarpetaNa -satraSarbananda Sonowal Visit Krishnaguru Ashram
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d