Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই কোনো ক্ষতি নকৰে: মুখ্যমন্ত্ৰী সোণোৱাল

publisher by publisher
March 24, 2019
in Loksabha Election, News, Politics
Reading Time: 1 min read
0
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই কোনো ক্ষতি নকৰে: মুখ্যমন্ত্ৰী সোণোৱাল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

অসমত  মিত্ৰ জোটে ১২ আসন পাব বুলি দাবী 

সমাগত লোকসভা নিৰ্বাচনৰ তৎপৰতাৰ অংশস্বৰূপে আজি দলীয় কাৰ্যসূচী লৈ বৰপেটাত উপস্থিত হয় ৰাজ্যৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিনৰ ১২-১৫ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে স্থানীয় ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত অৱতৰণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে স্থলপথেৰে পোনে পোনে বৰপেটা চহৰৰ জনীয়া  পথৰ বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ  দাস আৰু বৰক্ষেত্ৰী সমষ্টিৰৰ বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত দলীয় কাৰ্যকৰ্তাৰ সৈতে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত এক বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা, বজালী, বঙাইগাঁও আৰু নলবাৰী জিলাৰ  সভাপতি, সম্পাদক, মণ্ডল সভাপতি, সম্পাদক, লোকসভা সমষ্টি সমন্বয়ক, সহঃ সমন্বয়ক আদিৰ  সৈতে অনুষ্ঠিত দুই ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মী সকলক নিৰ্বাচনত সহযোগ কৰিবলৈ আহ্বান জনায় লগতে  বৈঠকত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ সংকল্প লয় বিজেপি কাৰ্যকৰ্তাসকলে ৷ ইপিনে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই  অগপ-বিজেপিৰ প্ৰাৰ্থীক কোনো ক্ষতি কৰিব নোৱাৰে  বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ মতে দুয়োটা দলৰ ভেঁটি  নাই অসমত ৷ তেওঁ কয় যে কংগ্ৰেছ দলে অসহায় হৈ এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে ৷ এসময়ত এ আই ইউ ডি এফৰ অৱস্থা আৰু স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা কংগ্ৰেছ দলে বৰ্তমান বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এআই ইউ ডি এফৰ  লগত মিত্ৰতা কৰিবলৈ ওলোৱাটো লজ্জাজনক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে ৷ ভাৰতবৰ্ষৰ জনতাই দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব বুলি উল্লেখ কৰি অসমত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে  ন্যূনতম ১২ খন আসন লাভ কৰিব বুলি তেঁও দাবী কৰে ৷ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে নিৰ্বাচনত কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ বুজাবুজি হোৱা কথা ভূৱনেশ্বৰ কলিতাই প্ৰকাশ কৰাত তৰুণ গগৈ ৰ মিথ্যাচাৰ উদঙাই দিয়া বুলি উল্লেখ কৰে ৷বৰপেটাত  প্ৰায় আঢ়ৈ ঘন্টা কাল অতিবাহিত কৰাৰ পিছত বৰপেটাৰ পৰা হেলিকপ্তাৰ  যোগে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ বুলি ৰাওঁণা হয়৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AGP BJP AllianceAIUDFAssamBarpetaBJPLoksabha ElectionRanjit DasSarbananda Sonowal
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d