Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Arun Govil, the Ram of ‘Ramayana’, could be the BJP’s Candidate in Meerut:মেৰঠত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে ‘ৰামায়ণ’ৰ ৰাম অৰুণ গোভিল

publisher by publisher
March 22, 2024
in India, News
Reading Time: 2 mins read
0
Arun Govil, the Ram of ‘Ramayana’, could be the BJP’s Candidate in Meerut:মেৰঠত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে ‘ৰামায়ণ’ৰ ৰাম অৰুণ গোভিল
2
SHARES
18
VIEWS
ShareShareShareShare

Arun Govil, the Ram of ‘Ramayana’, could be the BJP’s Candidate in Meerut:

লোকসভাৰ আসন্ন নির্বাচনৰ প্ৰথম পর্যায়ৰ ভোটগ্রহণৰ বাবে ইতিমধ্যে মনোনয়ন প্রক্রিয়া আৰম্ভ হ’ল। উত্তৰ প্ৰদেশৰ ২৪টা সমষ্টিৰ বাবে বিজেপিয়ে এতিয়াও প্রার্থী চূড়ান্ত কৰা নাই। চলিত সপ্তাহতে বিজেপিয়ে প্রার্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

বিজেপিৰ এই তালিকাত একাধিক প্রার্থীৰ নামে নতুন চমক দিয়াৰ সম্ভাৱনা আছে। বিজেপিৰ এক সূত্রই দাবী কৰা অনুসৰি, মেৰঠ সমষ্টিত বিজেপিয়ে ‘ৰামায়ণ‘
ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলক প্রার্থিত্ব প্রদান কৰিব পাৰে ৷বৰ্তমানৰ সাংসদ মেনকা গান্ধীৰ পৰিৱর্তে মনোজ পাণ্ডেয়ক বিজেপিয়ে টিকট প্রদান কৰিব পাৰে। আনহাতে গাজিপুৰত অনুভৱ সিনহাক বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে।

RelatedPosts

আজিৰে পৰা খোলা হৈছে দেশৰ উপাসনাস্থলী

কানপুৰত নিতু সিং আৰু সতীশ মহানা বিজেপিৰ সম্ভাব্য প্রার্থী হিচাপে চর্চিত হৈছে। একেদৰে ব্রজেশ পাঠক আৰু মালিনী অবস্থিও এই সমষ্টিৰ টিকটক দাবীদাৰ। পিলিভিটত বর্তমানৰ সাংসদ বৰুণ গান্ধীক টিকট বঞ্চিত কৰি বিজেপিয়ে মন্ত্রী জিতিন প্রসাদক সুযোগ দিব পাৰে। ৰাইবৰেলীত নূপুৰ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে ৷

অৱশ্যে সমষ্টিটোত সম্ভাব্য প্রার্থী হিচাপে মেৰঠ কেণ্টৰ বিধায়ক অমিত আগৰৱালৰ নামো চর্চিত হৈছে। মেৰঠত ধাৰাবাহিকভাৱে সাংসদ নির্বাচিত হৈ অহা ৰাজেন্দ্র আগৰৱালক এইবাৰ বিজেপিয়ে টিকট বঞ্চিত কৰিব বুলি সূত্রটোবে দাবী কৰিছে।

ইফালে, এলাহাবাদ সমষ্টিত উত্তৰ প্ৰদেশৰ মন্ত্রী নন্দ গোপাল নন্দীৰ পত্নী অভিলাষা নন্দীয়ে বিজেপিৰ প্রার্থিত্ব লাভ কৰিব পাৰে। এই সমষ্টিৰ আন এজন প্রার্থিত্বৰ শক্তিশালী দাবীদাৰ হৈছে সঞ্জয় মিশ্রা। সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰীতা বহুগুণা যোশীৰ টিকট কৰ্তনৰ সম্ভাৱনা আছে।

চুলতানপুৰ সমষ্টিত বৰ্তমানৰ সাংসদ মেনকা গান্ধীৰ পৰিৱর্তে মনোজ পাণ্ডেয়ক বিজেপিয়ে টিকট প্রদান কৰিব পাৰে। আনহাতে গাজিপুৰত অনুভৱ সিনহাক বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিব পাৰে। কানপুৰত নিতু সিং আৰু সতীশ মহানা বিজেপিৰ সম্ভাব্য প্রার্থী হিচাপে চর্চিত হৈছে।

একেদৰে ব্রজেশ পাঠক আৰু মালিনী অবস্থিও এই সমষ্টিৰ টিকটক দাবীদাৰ। পিলিভিটত বর্তমানৰ সাংসদ বৰুণ গান্ধীক টিকট বঞ্চিত কৰি বিজেপিয়ে মন্ত্রী জিতিন প্রসাদক সুযোগ দিব পাৰে। ৰাইবৰেলীত নূপুৰ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arun GovilBJP's Candidate in MeerutRam of 'Ramayana
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d