Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Advantages And Disadvantages Of Birth Control Methods:জন্ম নিয়ন্ত্রণ পদ্ধতিৰ ভাল-বেয়া দিশ

publisher by publisher
April 2, 2024
in Health, Lifestyle
Reading Time: 2 mins read
0
Advantages And Disadvantages Of Birth Control Methods:জন্ম নিয়ন্ত্রণ পদ্ধতিৰ ভাল-বেয়া দিশ
2
SHARES
24
VIEWS
ShareShareShareShare

Advantages And Disadvantages Of Birth Control Methods:

জন বিস্ফোৰণৰ পৰা দেশক ৰক্ষা কৰিবলৈ এসময়ত চীন চৰকাৰে প্ৰণয়ন কৰিছিল এটা সন্তানৰ আইন। যাৰ বাবে দেশখনৰ জনসংখ্যা বহুখিনি নিয়ন্ত্রণলৈ আহে। অৱশ্যে এতিয়াও চীনেই হৈছে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। এই ক্ষেত্ৰত কিন্তু ভাৰতো বৰ বেছি পিছ পৰি থকা নাই। ইতিমধ্যেই ভাৰতৰ জনসংখ্যাই ১৪০ কোটি অতিক্রম কৰিছে।

ADVERTISEMENT

অলপতে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশ কৰা এক প্রতিবেদনত উল্লেখ কৰা হয় যে ২০৫০ৰ ভিতৰতে বিশ্বৰ সামগ্রিক জনসংখ্যাই বৰ্তমানৰ ৭৭০ কোটিব পৰা বৃদ্ধি হৈ প্রায় ৯৭০ কোটি হ’ব। অর্থাৎ পৰবৰ্তী ৩০ বছৰত বৃদ্ধি পাব দুশ কোটি জনসংখ্যা। এইখিনি সময়ৰ ভিতৰতে ভাৰতৰ জনসংখ্যাই চীনক অতিক্রম কৰিব বুলিও ধাৰণা কৰা হৈছে।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

অৱশ্যে ভাৰতৰ জন বিস্ফোৰণ হ্রাস কৰিবলৈ দেশৰ চৰকাৰেও বহুদিনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে দেশৰ স্বাস্থ্য খণ্ডই জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদ্ধতি প্রয়োগ কৰিছে। সম্প্রতি আমাৰ দেশত চাৰি বিধ ‘জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি প্রচলিত। যিহেতু জন বিস্ফোৰণৰ কবলৰ পৰা দেশক ৰক্ষা কৰাৰ দায়িত্ব তথা প্রয়োজনীয়তা আমাৰ নাগৰিকসকলৰ ওপৰতে ন্যস্ত, গতিকে এই জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিসমূহৰ ভাল-বেয়া দিশবোৰো সকলোৱে জনা উচিত।

ইন্ট্রাইউটেৰাইন ডিভাইচ (আই ইউ ডি) টি আকৃতিৰ এই ডিভাইচ মহিলাৰ জৰায়ুত প্রৱেশ কৰালে ই জন্ম নিৰোধকৰূপে কাম কৰে। ইয়াক কপাৰ-টি বুলিও কোৱা হয়। এই কপাৰ-টি দুই প্ৰকাৰৰ। এবিধ নন হৰম’নেল আৰু আনবিধ হৰম’নেল লেভ’ন’ৰজেক্ট্রাল। যিটো নন হৰম’নেল, সি শুক্রাণুক নিষিক্ত হোৱাত বাধা দিয়ে। আনবিধে জৰায়ুমুখৰ পেশীক অধিক শক্তিশালী কৰি তোলে। ফলত ডিম্বাণু কোনোপধ্যে নিষিক্ত হ’ব নোৱাৰে। অৱশ্যে এই পদ্ধতিত জন্ম নিয়ন্ত্রণ হয় যদিও যৌনতা সংক্রান্তীয় কোনো ধৰণৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰে।

কন্ট্রাছেপ্টিভ ইমপ্লেন্ট:

এই কন্ট্রাছেপ্টিভ জৰায়ুৰ পৰিৱৰ্তে ছাল বা হাতৰ ওপৰফালে স্থাপন কৰা হয়। ই প্রায় তিনি বছৰলৈ কাম কৰে। এই কন্ট্রাছেপ্টি ভে একমাত্ৰ গৰ্ভধাৰণ ৰোধ কৰে। ইয়াৰ ফলত প্ৰ’জেষ্টেৰনৰ সৃষ্টি কিছু পৰিমাণে হ’লেও স্বাভাৱিক হয়। অৱশ্যে অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ, ওজন বৃদ্ধি হোৱা,স্তনৰ বিষ, পেটৰ বিষৰ দৰে উপসর্গই দেখা দিয়ে।

জন্ম নিয়ন্ত্রক বড়ি:
বার্থ কন্ট্রোল পিলৰ ব্যৱহাৰ আজিৰ দিনত অত্যন্ত বেছি। অধিকাংশ নাৰীয়ে এই পিলত স্বাচ্ছন্দ্যবোধ কৰে। অৱশ্যে এই বড়ি বা পিল দুই ধৰণৰ। এবিধত প্ৰ’জেষ্টেৰন বেছি থাকে আৰু আনবিধত ইস্ট্রোজেন-প্ৰ’জেষ্টেৰন দুই বিধেই থাকে। অৱশ্যে প্র’জেষ্টেবনে কিন্তু গৰ্ভধাৰণতো সহায় কৰে। সকলো সময়তে জন্ম নিয়ন্ত্রক টেবলেট সেবন কৰিলেই সুফল পোৱা নাযায়। কেতিয়াবা ঋতুস্ৰাৱৰ সমস্যাতো এই পিল ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি এই পিল সেৱন কৰিলে নানা ধৰণৰ সমস্যা বা পার্শ্বপ্রতিক্রিয়াই দেখা দিব পাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantages And DisadvantagesBirth Control Methodsindia
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d