Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

3.24 Lakh Hectares Of Forest Land is Extinct in Assam’অসমত বিলুপ্ত ৩.২৪ লাখ হেক্টৰ বনভূমি

গোলকীয় বনভূমি নিৰীক্ষণৰ প্ৰতিবেদনত উন্মোচিত দেশৰ বনভূমিৰ সংকট, দুই দশকত মুঠ গছৰ আৱৰণৰ ১৮ শতাংশ হ্রাস, ভাৰতত বিলুপ্ত ২.৩৩ নিযুত হেক্টৰ সেউজ ভূমি

publisher by publisher
April 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
3.24 Lakh Hectares Of Forest Land is Extinct in Assam’অসমত বিলুপ্ত ৩.২৪ লাখ হেক্টৰ বনভূমি
1
SHARES
12
VIEWS
ShareShareShareShare

3.24 Lakh Hectares Of Forest Land is Extinct in Assam:

মাথো ২২ টা বছবতে অসমে হেৰুবালে অভিলেখসংখ্যক ৩,২৪,০০০ হেক্টৰ সেউজ আবৰণ ভূমি। ২০০১ৰ পৰা ২০২৫ লৈ এই সময়ছোৱাত অসমৰ পৰা বিলুপ্ত হৈছে ৩.২৪ লাখ হেক্টৰ ভূমিত পৰিবেষ্টিত হৈ থকা গছ-গছনি।

ADVERTISEMENT

এই বৃহৎ অঞ্চলৰ সেউজ ভূমি বিভিন্ন কাহত ব্যবহাৰ কৰাৰ পৰিণতিত অসমৰ মুঠ সেউজ ভূমিৰ পৰা হ্রাস পাইছে এই বৃহৎ ভূখণ্ডক পূর্বে আবৰি থকা গছ-গছনি। গোলকীয় কনভূমি নিরীক্ষণ (গ্লা’বেল ফৰেষ্ট ৱাটছ) নামৰ সংস্থাটোৱে উপগ্রহীয় আলোকচিত্ৰৰে দেশজুৰি সেউজ ভূখণ্ডৰ আৱৰণক লৈ চলোবা এক সমীক্ষাত উন্মোচিত হৈছে অসমৰ পৰা প্রতিদিনেই অন্তধ্যান হ’বলৈ ধৰা সেউজ ভূখণ্ডৰ ভয়াবহ প্রতিছবি।

RelatedPosts

Flood Situation In Assam:জটিল হৈয়ে আছে ৰাজ্যৰ বান পৰিস্থিতি, আৰু এজনৰ মৃত্যু

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া

কেৱল অসমেই নহয়, উত্তৰ-পূর্বাঞ্চলৰ আন চাৰিখন ৰাজ্যতো দেশৰ ভিতৰতে সর্বাধিক হাৰত গছ-গছনিবে পৰিবেষ্টিত অৰণ্য অঞ্চল হ্রাস পৰা পাবলৈ ধৰিছে। সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, সমগ্র দেশতে গড় হিচাপত বিগত ২২ টা বছৰ অর্থাৎ ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত অৰণ্য অঞ্চল হ্রাস পোৱাৰ গড় হাৰ হ’ল ৬৬,৬০০ হেক্টব। সৰ্বভাৰতীয় পৰ্যায়ৰ এই গড় হাৰৰ বিপৰীতে অসমত দেশব ভিতৰতে সর্বাধিক ৩.২৪ লাখ হেক্টৰ অৰণ্য ভূমি সংকুচিত হৈছে।

ইফালে, অসমব পাছতে মিজোৰামত ৩.১২,০০০ হেক্টৰ অৰণ্য ভূমি হ্রাস পাইছে। ইফালে, দেশৰ ভিতৰতে তৃতীয় সর্বাধিক অৰণ্য ভূমি হ্রাস পোৱা ৰাজ্য হ’ল অৰুণাচল। ৰাজ্যখনত সেউজ ভূমি হ্রাস পাইছে ২,৬২,০০০ হেক্টৰ। ইফালে, নগালেণ্ডত ২,৫৯,০০০ হেক্টৰ আৰু চুবুৰীয়া মণিপুৰত বিগত ২২টা বছৰত গছ-গছনিৰে পৰিবেষ্টিত ২,৪০,০০০ হেক্টৰ অৰণ্য ভূমি বিলুপ্ত হৈছে।

‘গোলকীয় বনভূমি নিৰীক্ষণ’ নামৰ সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, বিগত ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত সমগ্র দেশতে ২.৩৩ নিযুত হেক্টৰ অৰণ্য ভূমি নোহোৱা হৈছে। এই হাৰ সমগ্র দেশৰ মুঠ অৰণ্য ভূমিৰ প্রায় ছয় শতাংশ। অর্থাৎ ২২ টা বছৰতে ভাৰতৰ ছয় শতাংশ অৰণ্যভূমি নোহোৱা হৈছে। গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাবে সমগ্র দেশখনকে অস্থিৰ কৰি তোলাৰ সময়তে দেশখনৰ মুঠ অৰণ্য ভূমিৰ ছয় শতাংশ বিলুপ্ত হোৱাটো স্বাভাৱিকতে চৰম উদ্বেগজনক, তথ্যৰূপে চিহ্নিত হৈছে।

প্রসংগত উল্লেখ্য যে শেহতীয়াকৈ এপ্রিলতে জুন-জুলাই সদৃশ প্রচণ্ড গ্রীষ্মপ্রবাহে দহিছে সমগ্র দেশখনক। কেইটামান বছৰৰ ভিতৰতে মুঠ অৰণ্য ভূমিৰ ছয় শতাংশ বিলুপ্ত হোৱাটো এনেবোৰ প্রাকৃতিক ভাৰসাম্যহীনতাৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে।

সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে উপগ্রহীয় তথ্য আৰু আন বিভিন্ন উৎস ব্যৱহাৰ কৰি তেওঁলোকে প্রস্তুত কৰা এই প্রতিবেদনখনত সংলগ্ন কৰা হৈছে ২০০২ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত দেশখনৰ সেউজ ভূখণ্ডই সম্মুখীন হোৱা প্ররল প্রত্যাহ্বানৰ বাস্তৱ প্রতিচ্ছবি। তথ্য মতে, এই সময়ছোৱাত দেশখনে হেৰুৱাইছে ৪,১৪,০০০ হেক্টৰ আর্দ্র প্রাথমিক বনাঞ্চল (৪.১ শতাংশ)।

ইয়াৰ ফলত দেশত গছ-গছনিবে আৱৰি থকা অঞ্চলে ক্ষতিৰ সম্মুখীন হৈছে প্রায় ১৮ শতাংশ। প্রতিবেদনখনত এই কথাও কোৱা হৈছে যে ২০০১ৰ পৰা ২০২২ লৈ এই সময়ছোৱাত ভাৰতৰ অৰণ্যভূমিয়ে ৫১ নিযুত টন কার্বনডাই অক্সাইড নির্গমন ৰোধ কৰিছিল। অর্থাৎ এবছৰৰ তুলনাত ১৪১ নিযুত টন কার্বনডাই অক্সাইড মচি পেলাইছিল সেউজ ভূমিয়ে। কিন্তু বিগত বছৰকেইটাত বিলুপ্ত হোৱা গছ-গছনিৰে পৰিবেষ্টিত অঞ্চলৰ বাবে দেশৰ বায়ুমণ্ডলত মিহলি হৈছে প্রতি বছৰে গড় হিচাপত ৫১ নিযুত টনকৈ কার্বনডাই অক্সাইড।

সেই হিচাপত বিগত ২২ টা বছৰত ১.১২ গিগাটন কার্বনডাই অক্সাইড বায়ুমণ্ডললৈ নির্গমন হৈছে। ইয়াৰ ফলত ভাবতে পৰোক্ষভাবে বিশ্বৰ জলবায়ু পরিবর্তনত ইন্ধন যোগাই সেউজ গ্রহটোলৈ ভাবুকি নমাই আনিছে। প্রতিবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে কেরল বিভিন্ন কামত ব্যৱহাৰৰ বাবে মানুহে ভূমি মোকলোৱাৰ সূত্রেই যে অৰণ্য ভূমিৰ পৰিমাণ হ্রাস পাইছে তেনে নহয়, বৰঞ্চ প্রাকৃতিক বিঘিনি আৰু মানুহৰ জবিয়তে হোৱা ক্ষতি দুয়োটা কাৰকৰ বাবে ভাৰতত বছৰৰ পাছত বছৰ ধৰি ক্রমশঃ হ্রাস পাই আহিছে গছৰ আৱৰণ।

গছৰ আৱৰণ ক্ষতিব উদাহৰণ হিচাপে এনে কেতবোৰ কাৰকে ক্রিয়া কৰা বুলি উল্লেখ কৰা হৈছে যে কেৱল মানুহে বনাঞ্চল ধ্বংস কৰাটোরেই মূল কাৰণ নহয়, একে সময়তে বনজুই, অৰণ্যভূমিত সংক্রমিত বিভিন্ন ৰোগৰ বাবে গছ- গছনি শুকাই যোৱা বা ধুমুহাৰ দৰে প্রাকৃতিক বিপর্যয়ত প্রতি বছৰে বৃহৎ পৰিমাণৰ বনভূমি বিলুপ্ত হোৱা বুলি উল্লেখ কৰা হৈছে। পৰিসংখ্যা মতে, বিগত সময়ছোৱাত দেশৰ ১৫ শতাংশ গছৰ আৱৰণ অঞ্চল হ্রাস পাইছে কেৱল প্রাকৃতিক বনভূমিত।

ইয়াৰে ভিতৰত ২০১৭ত সর্বাধিক সংখ্যক ১,৮৯,০০০ হেক্টৰ গছৰ আৱৰণ থকা অঞ্চল বিলুপ্ত হৈছে। একেদৰে ২০১৬৩ ১,৭৫,০০০ হেক্টৰ অৰণ্য ভূমি হ্রাস পাইছিল। আকৌ ২০২৩ত সমগ্র দেশতে ১,৪৪,০০০ হেক্টৰ গছৰ আৱৰণ থকা ভূমি নোহোৱা হৈছিল। বিগত ছটা বছৰৰ ভিতৰত ২০২৩ব এই পৰিসংখ্যাই সর্বাধিক। লক্ষ্যণীয় যে ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত সমগ্র দেশতে যিমান পৰিমাণৰ গছৰ আৱৰণ থকা সেউজ ভূমি বিলুপ্ত হৈছে তাৰ ভিতৰত ৬০ শতাংশই হ’ল অসমকে ধৰি উত্তৰ- পূর্বাঞ্চলৰ ৰাজ্যকেইখনত।

প্রসংগত উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ খাদ্য আৰু কৃষি মন্ত্রণালয়ৰ তথ্য মতে, ২০১৫ৰ পৰা ২০২০ব ভিতৰত দেশত বনাঞ্চল ধ্বংসৰ হাৰ আছিল ছয় লাখ ৬৮ হেজাৰ হেক্টৰ, যিটো হাৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সর্বাধিক। ইয়াৰে ভিতৰত ২০০২ৰ পৰা ২০২২ লৈ এই সময়ছোৱাত বনজুইৰ বাবেও দেশখনে বৃহৎ পৰিমাণৰ বনাঞ্চল হেৰুৱাবলগীয়া হৈছিল।

কেৱল ওড়িছাতে প্রতি বছবে ২৩৮ হেক্টৰকৈ বনাঞ্চল বনজুইৰ বাবে বিলুপ্ত হৈছিল। একেদবে অৰুণাচলত এই সময়ছোৱাত ১৯৮ হেক্টৰ, নগালেণ্ডত ১৯৫ হেক্টৰ, অসমত ১১৬ হেক্টৰ আৰু মেঘালয়ত ৯৭ হেক্টৰ বনভূমি বিলুপ্ত হৈছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 3.24 Lakh HectaresAssamExtinct in AssamForest Land
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d