Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PM Modi’s Huge Election Rally In Nalbari:নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকাঃ

বৰকুৰাত সম্বোধন কৰিলে এই বিশাল জনসভাক, অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

publisher by publisher
April 17, 2024
in India, Assam, News
Reading Time: 2 mins read
0
PM Modi’s Huge Election Rally In Nalbari:নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকাঃ
1
SHARES
7
VIEWS
ShareShareShareShare

PM Modi’s Huge Election Rally In Nalbari:

৪ জুনত কি হ’ব সেয়া স্পষ্টকৈ দেখা পোৱা গৈছে’। ‘৪ জুন, ৪০০ পাৰ৷ আকৌ এবাৰ মোদী চৰকাৰ ৷ প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে এই শ্ল’গান দি আৰম্ভ কৰে তেওঁৰ সুদীৰ্ঘ ভাষণ ৷

ADVERTISEMENT

দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে সন্ধিয়া অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নলবাৰীৰ বৰকুৰাত মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ বিশাল সভাত উদাত্ত ভাষণ প্ৰদান কৰে ৷
তেওঁ কয়,২০১৪ চনত মোদীৰ অসম ভ্ৰমণে আশা কঢ়িয়াই আনিছিল, ২০১৯ চনত মোদীয়ে বিশ্বাস দিলে’। আৰু ২০২৪ত মোদীয়ে আনিছে ‘গেৰাণ্টী’। মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’।
আনহাতে বিজেপি দল ‘সব কা সাথ, সব কা বিকাশ’ মন্ত্ৰৰে আগবঢ়া ৰাজনৈতিক দল’। কাৰো প্ৰতি ভেদ-ভাৱ নৰখাকৈ এনডিএ চৰকাৰৰ আঁচনিসমূহে সকলোকে লাভান্বিত কৰিছে। অহা পাঁচবছৰত দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা হ’ব ৩ কোটি নতুন ঘৰ ৷

RelatedPosts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

Mamata Banerjee:দেশত নিৰপেক্ষ সংস্থা বুলি একো নাই শাসক দল জয়ী হ’ব বুলি আত্মবিশ্বাসী নাছিল, বিজেপিৰ বিৰুদ্ধে সৰৱ

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

modi2আগন্তুক দিনত ৰাইজ উপকৃত হ’ব পৰাকৈ আন বহু আঁচনি চৰকাৰে কাৰ্যকৰী কৰিব ৷ এই নিৰ্বাচনত পৰিয়ালবাদক নসাৎ কৰি এখন বিকশিত ভাৰত গঢ়ি তুলিবৰ বাবে বিজেপিয়ে লোৱা সংকল্প সকলোৱে হাতউজান দি বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ৷

প্ৰায় দুই লক্ষাধিক লোকে অংশ লোবা সভা খনৰ প্ৰাৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ৰামনৱমী উপলক্ষে অযোধ্যা ৰামলালালৈ সশ্ৰদ্ধ প্ৰণাম কৰি সকলোকে ম’বাইল ফ্লাচ লাইট জ্বলাই সেৱা জনাবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি পবিত্ৰ দিনত তেওঁ অযোধ্যাত উপস্থিত থাকিব নোৱাৰিলে যদিও নলবাৰীৰ পৰা প্ৰণাম জনায় বুলি উল্লেখ কৰে ।
আনহাতে প্ৰধানমন্ত্ৰী মোদীক নলবাৰীৰ বিখ্যাত বাদ্যযন্ত্ৰ ‘কুৰকুৰী’ উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কুৰকুৰী’ বজাই আনন্দ লভে প্ৰধানমন্ত্ৰীয়ে ৷

জনসমুদ্ৰ পৰিণত হোৱা বৰকুৰাৰ বিশাল সভাত আদৰণি ভাষণ দি প্ৰধানমন্ত্ৰী মোদীক অসমীয়া ফুলাম গামোচাৰ বেণ্ড এম্বেছাদৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,আজি এই বৰকুৰাৰ পৰাই বিজেপিৰ জয়যাত্ৰা আৰম্ভ হ’ব ৷ এই সভাই প্ৰমাণ কৰিলে যে মোদীৰ স’তে আছে জনতা জনাৰ্দন ৷ আকৌ এবাৰ মোদী চৰকাৰ হোৱাটো খাটাং ৷ মোদীৰ জয়যাত্ৰাক কোনেও ৰোধিব নোৱাৰে অশ্বমেধ ঘোড়া দৌৰিব দিল্লীলৈ ৷ অসমত ইতিপূৰ্বে ৰূপায়িত হৈ থকাৰ বিভিন্ন আঁচনি কথা উল্লেখ কৰি লাখপতি বাইদেউৰ লেখিয়াকৈ এইবাৰ নিৰ্বাচনৰ পিছত লাখপতি ভিনদেউৱো হ’ব ৷ বিশাল জনসভা খনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,অগপ সভাপতি- কাৰ্যকৰী সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত,ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ,বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সহ কে’বাগৰাকী মন্ত্ৰী- বিধায়ক উপস্থিত থাকে ৷

উল্লেখ্য যে,মঙলবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্ধিয়া জালুকবাৰীৰ পৰা এক দীঘলীয়া ৰোড শ্ব’ৰে জিএছ ৰোড হৈ খানাপাৰাস্থ কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত নিশাটো কটায়।

আনহাতে আজি পুৱাভাগত বায়ু বাহিনীৰ তিনিখন হেলিকপ্টাৰেৰে খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা উৰা মাৰে নলবাৰীৰ বৰকুৰালৈ ৷প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰকুৰাৰ কৃষিভূমিত নিৰ্মাণ কৰা তিনিখনকৈ অস্থায়ী হেলিপেডত প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰে ৷ তাৰ পৰা ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজেৰে প্ৰধানমন্ত্ৰী উপস্থিত হয় সভাস্থলীৰ মঞ্চত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bjp Election Rallyelection campaignLoksabha Election 2024nalbari Visit PM Modi
publisher

publisher

Related Posts

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

April 29, 2026
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d