অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ মাজত শনিবাৰে বিতৰন কৰা হয় স্কুটী।
ADVERTISEMENT

বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণী ভূষন চৌধুৰী। জিলা খনৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ উত্তীৰ্ণ হোৱা ২৯৩ গৰাকী ছাত্ৰীৰ ভিতৰত প্ৰথম পৰ্যায়ত শনিবাৰে ২০ গৰাকীক আগবঢ়োৱা হয় স্কুটী।






























