Two Helicopters Collided, killing 10 People:
দ্বীপৰাষ্ট্ৰ মালয়েছিয়াৰ মাজ আকাশত ভয়ংকৰ ঘটনা ৷ নিয়মীয়া অনুশীলনৰ সময়ত নৌসেনাৰ দুখন হেলিকপ্টাৰৰ মাজ আকাশত মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় ১o গৰাকীকৈ লোক ৷ বিধ্বস্ত হয় দুয়োখন হেলিকপ্টাৰ ৷
ADVERTISEMENT
দ্বীপ ৰাষ্ট্ৰখনৰ পশ্চিম পেৰাক ৰাজ্যৰ লুমুট নৌসেনা ঘাটিৰ সমীপত চলি আছিল নৌসেনাৰ অনুশীলন। মঙলবাৰে পুৱা ভাগত নৌসেনাৰ দুখন হেলিকপ্টাৰ মাজ আকাশত অনুশীলন চলাই থাকোতে হঠাতে দুয়োখন হেলিকপ্টাৰ মুখামুখি সংঘৰ্ষ হয় ফলত আকাশতে বিধ্বস্ত হৈ দহজনকৈ ক্ৰু সদস্যই কৰুণ মৃত্যুক সাবটি লয় ৷ ৷