Youth Missing In Dispur Haspital:গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা নিখোজ যুৱক

দিছপুৰ হাস্পতালত কৰ্মৰত যুৱকজন ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ

missing

Youth Missing In Dispur Haspital:

মহানগৰীৰ পৰা সন্ধানহীন এজন যুৱক ৷ দিছপুৰ হাস্পতালত কৰ্মৰত বশিষ্টৰ বিপিন চেতিয়া নামৰ যুৱকজন ২২এপ্ৰিলৰ সন ৭ ৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে ৷ দিছপুৰ হাস্পতাললৈ বুলি ওলায় গৈ নিখোজ হয় ৷

ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়- সৰ্জনৰ স’তে যুৱকজনৰ সন্ধানত খা- খবৰ লৈছে যদিও কোনো শুংসূত্ৰ নোপোৱাত বশিষ্টঢথানাত দাখিল কৰিছে এজাহাৰ
কোনো সদাশয় লোকে বিপিন চেতিয়াৰ কোনো শুংসূত্ৰ পালে বশিষ্ট থানাত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

Exit mobile version