Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta biswa Sarma:অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহৰ ক্ষয়-ক্ষতিৰ বুজ ললে মুখ্যমন্ত্রীয়ে

উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে নির্দেশনা জাৰি: মুখ্যমন্ত্ৰী

publisher by publisher
May 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta biswa Sarma:অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহৰ ক্ষয়-ক্ষতিৰ বুজ ললে মুখ্যমন্ত্রীয়ে
1
SHARES
11
VIEWS
ShareShareShareShare

Cm Himanta biswa Sarma:

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম আৰু উত্তৰ পূবত প্ৰৱেশ কৰা ঘূর্ণীবতাহ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কবাণী অনুসৰি ৰাজ্যখনত সৃষ্টি হোৱা বৰষুণ আৰু ঘূর্ণীবতাহৰ ফলত যোৱা ২৭ মে’ৰ পৰা ঠায়ে ঠায়ে জনসাধাৰণৰ স্বাভাৱিক জীবনযাত্রা ব্যাহত হৈ পৰিছে।

ADVERTISEMENT

বৰ্তমান ওড়িশাত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্য সচিবৰ লগত ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ সাহায্য, পুনৰ সংস্থাপন আৰু সতর্কতামূলক ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টিৰাখিবলৈ নির্দেশ দিয়ে। এই বতাহ, বৰষুণ আৰু ধুমুহাৰ ফলত ৰাজ্যখনৰ ঠায়ে ঠায়ে গছ বাগৰি পৰাৰ বাবে বিদ্যুৎতৰ খুঁটা আৰু ঘৰ ক্ষতিগ্রস্ত হোৱাৰ উপৰিও ঢেকিয়াজুলিত কেইজনমান বিদ্যালয়ৰ ছাত্র-ছাত্রী আহত হয় আৰু দুগৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হয়।

RelatedPosts

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বাহিনী, অগ্নিনির্বাপক বাহিনী, বিদ্যুৎ বিভাগ, স্বাস্থ্য বিভাগ আৰু বন বিভাগৰ বিষয়াসকলক অধিক সতর্ক হৈ থকাৰ লগতে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কামত নিয়োজিত কৰা হৈছে। কৰিমগঞ্জ জিলাৰ কিছু কিছু অংশত কৃত্রিম বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসন অধিক সতর্ক হৈ পৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা, বজালী, বৰপেটা আৰু নলবাৰী জিলাত অৰেঞ্জ এলার্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, তামুলপুৰ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ৰেড এলার্ট প্রযোজ্য হৈ আছে। ৰাজ্যৰ বাকী জিলাসমূহত ২৮ আৰু ২৯ মে’ৰ বাবে য়েল্ল এলার্ট জাৰি কৰা হৈছে। এই ধুমুহা আৰু বৰষুণৰ ফলত মৰিগাঁও জিলাত গছ বাগৰি কৌশিক আম্ফি আৰু গেৰুকামুখত এনএইছপিচি প্রকল্পৰ ভূমিস্খলনত পুতুল গগৈৰ থিতাতে হোৱা মৃত্যুত মুখ্যমন্ত্রীয়ে গভীৰ শোক প্রকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্রস্ত পৰিয়ালসমূহক প্রয়োজনীয় সকলো সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্রদান নিশ্চিত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নির্দেশ প্রদান কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আজি সন্ধিয়া ৫.৩০ বজাত মুখ্য সচিবে আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত জিলা আযুক্ত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ ওপৰত পর্যালোচনা কৰিব।

এই বৈঠকতে ক্ষতিগ্রস্তসকলৰ সা-সম্পত্তিৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ লগতে তাৎক্ষণিক সাহায্য প্রদানৰ ব্যৱস্থা লোৱা হ’ব। আনহাতে মুখ্য সচিবে জিলা আয়ুক্তসকলক ফেৰীঘাটসমূহ পৰিদৰ্শন কৰি সকলো ধৰণৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaCyclone RemalHigh AlartVideo Conference
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d