Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GreekTheater Workshop In Nagaon:নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা সফলতাৰে সমাপন

কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত গ্ৰীচৰ পেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ

publisher by publisher
May 30, 2024
in India, Assam, Entertainment, News
Reading Time: 1 min read
0
GreekTheater Workshop In Nagaon:নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা সফলতাৰে সমাপন
8
SHARES
78
VIEWS
ShareShareShareShare

Greek Theater Workshop In Nagaon:

ADVERTISEMENT

২৭ মেৰ পৰা ৩০ মেলৈ সূত্ৰধাৰ আৰু জন-সংস্কৃতি স্কুল অৱ ড্ৰামা (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ যৌথ উদ্যোগত নগাঁৱত গ্ৰীক নাটকৰ ওপৰত চাৰিদিনীয়া কৰ্মশালা সফলতাৰে সমাপন কৰা হয় ৷ এই কৰ্মশালাখনি অনুষ্ঠিত হয় পৰিবেশ্য কলা প্ৰশিক্ষণৰ প্ৰতিস্থান সূত্ৰধাৰ চৌহদত ৷

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

greece 2ইউৰোপীয়ান দেশ গ্ৰীচৰ গ্ৰীপেলোপনিজ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ অধ্যাপিকা ক্ৰীষ্টিনা জ’নিউ আৰু গ্ৰীচৰ নাট্য শিক্ষাবিদ নিকোছ গ’ভাছ অংশগ্ৰহণকাৰীসকলৰ নাট্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৷ এই উপলক্ষে কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে পশ্চিম বংগৰ পৰা অহা জন সংস্কৃতি নাট্য বিদ্যালয়ৰ সঞ্চালক ড॰ সঞ্জয় গাংগুলী উপস্থিত থাকে ৷ গোটেই কৰ্মশালাটি পৰিচালনা কৰে জন সংস্কৃতি নাট্য বিদ্যালয় (উত্তৰ-পূৰ্বাঞ্চল) শাখাৰ সঞ্চালক মূচ্চৰ্না মহন্ত আৰু সূত্ৰধাৰৰ সঞ্চালক গৌৰৱ কুমাৰ হাজৰিকাই ৷

]কৰ্মশালাৰ সময়ছোৱাত ৫৫ জন অংশগ্ৰহণকাৰীয়ে গ্ৰীক নাট্যৰ উপাদান, গ্ৰীক নাট্যৰ ইতিহাস, শাৰিৰীক অংগ সঞ্চালন, বিভিন্ন নাটকীয় কাৰ্যকলাপ আৰু শিক্ষাত নাটকৰ ব্যৱহাৰৰ বিষয়ে অভিজ্ঞতা লাভ কৰে৷ কৰ্মশালাৰ শেষত ৩০ মে’ত এ ডি পি কলেজৰ সহযোগত একক আন্তঃৰাষ্ট্ৰীয় বক্তৃতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

greece 3এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে এ ডি পি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সদানন্দ পায়েং, ড॰ চিত্তৰঞ্জন নাথৰ লগতে অন্যান্য অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু বহু স-পৰিচিত নাট্য কৰ্মী উপস্থিত থাকে ৷ বক্তৃতা কাৰ্যসূচীৰ পিছত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট অতি্থিসকলক সূত্ৰধাৰ চৌহদত সন্মুখত অসম আৰু উত্তৰ –পূবৰ সংস্কৃতি প্ৰতিফলিত এক সাংস্কৃতিক সন্ধিয়া সূত্ৰধাৰৰ উদীয়মান শিল্পীসকলে উপহাৰ দিয়ে ৷

greece 4অসমৰ যুৱ আৰু প্ৰতিভাৱান শিল্পীৰ সৈতে কাম কৰাটো এক বৃহৎ অভিজ্ঞতা হোৱাৰ কথা ক্ৰীষ্টিনা জ’নিউৱে নিজৰ অভিজ্ঞতাত প্ৰকাশ কৰে৷ তেঁও ভৱিষ্যতে কিছু সহযোগিতামূলক কলাত্মক কাম কৰিবলৈ আগ্ৰহী ৷ ড॰ সঞ্জয় গাংগুলীয়ে কয় যে অসমৰ সাংস্কৃতিক পৰিচয় অতি শক্তিশালী ৷ মহান শ্ৰীমন্ত শংকৰদেৱৰ অৱদানত তেওঁ সঁচাকৈয়ে আপ্লুত ৷ কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে গ্ৰীক নাট্য প্ৰডাকচন সৃষ্টি কৰাৰ লগতে গ্ৰীচত প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে নিকোছ গ’ভাছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Greek Theater WorkshopNagaonSutradhar
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d