Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Modi’s Visit to Greece And Adani’s Eyes At SeaPort:মোদীৰ গ্ৰীচ ভ্ৰমণ আৰু আদানিৰ চকু সাগৰীয় বন্দৰত

publisher by publisher
August 28, 2023
in India, News
Reading Time: 1 min read
0
Modi’s Visit to Greece And Adani’s Eyes At SeaPort:মোদীৰ গ্ৰীচ ভ্ৰমণ আৰু আদানিৰ চকু সাগৰীয় বন্দৰত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Raijor Dal Pressmeet:আদানিৰ এৰ’চিটি – উছন হ’ব ১,১১৬ টা পৰিয়ালৰ ভেটি

Gautam Adani:দেশৰ বহু বিতৰ্কিত উদ্যোগপতি গৌতম আদানী

Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

Modi’s Visit to Greece And Adani’s Eyes At SeaPort:

সংসদত ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যিকোনো বিদেশ ভ্ৰমণৰ পিছত তেওঁৰ উদ্যোগপতি বন্ধু গৌতম আদানীয়ে সেই দেশতে কিবা এটা চুক্তি সম্পন্ন কৰে।

ADVERTISEMENT

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰীচ ভ্ৰমণৰ পিছত আদানী গ্ৰুপে গ্ৰীচৰ সাগৰীয় সমূহ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে বুলি কোৱা হৈছে ।

গ্ৰীচৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে মোডীৰ বৈঠকত ভাৰতে গ্ৰীচৰ কেইবাটাও সাগৰীয় বন্দৰ অধিগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কাৰণ আদানী গ্ৰুপ ইয়াৰ প্ৰতি আগ্ৰহী। এই বন্দৰ দুটাই প্ৰথমে আদানী গোটৰ দৃষ্টি আকৰ্ষণ কৰে।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছক নৰেন্দ্ৰ মোডীয়ে কয় যে ইউৰোপলৈ সামগ্ৰী প্ৰেৰণ কৰাৰ গ্ৰীচ হব পাৰে gateway।

দক্ষিণ আফ্ৰিকাত ব্ৰিকছ সন্মিলনৰ পাছত গ্ৰীচ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চল্লিশ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰী গ্ৰীচলৈ যায়। এই বিদেশ ভ্ৰমণৰ বাবেই চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণৰ সময়ত মোডী ভাৰতত থাকিব নোৱাৰিলে।

শনিবাৰে পুৱা গ্ৰীচৰ পৰা পোনপটীয়াকৈ বাংগালুৰুৰ ইছৰোত উপস্থিত হয়। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে ঠাট্টা কৰি কয় যে হয়তো এই কাৰণেই প্ৰধানমন্ত্ৰীয়ে আগতে বেংগালুৰুত উপস্থিত হ’ব পৰা নাছিল।

গ্ৰীচৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সেই দেশৰ সংবাদ মাধ্যমে কয় যে মোদীয়ে গ্ৰীচ কেনেকৈ ভাৰতৰ ইউৰোপলৈ সামগ্ৰী সৰবৰাহৰ ‘ট্ৰেনজিট হাব’ হ’ব পাৰে সেই বিষয়ে দৃষ্টি দিছে। আদানী গোটটোৱে প্ৰথম অৱস্থাত দুটা বন্দৰৰ ওপৰত চকু দিছে। প্ৰথমটো কাভালা, দ্বিতীয়টো ভোলছ ।

আদানি গ্ৰুপে আন এটা বন্দৰ আলেকজেণ্ড্ৰৌপলিকো চকু ৰাখিছে। এই বন্দৰবোৰ ভাৰতৰ হাতলৈ আহিলে সংযুক্ত আৰব আমিৰশ্বাহী বাইজৰাইল হাফিয়াৰ বন্দৰৰ জৰিয়তে ভাৰতীয় সামগ্ৰীয়ে ইউৰোপৰ বজাৰত সহজে প্ৰৱেশ কৰিব পাৰিব।

মোডীৰ ভ্ৰমণৰ পিছত গ্ৰীচৰ সংবাদ মাধ্যমত আদানী গ্ৰুপে গ্ৰীচৰ বন্দৰত বিনিয়োগ কৰাৰ সম্ভাৱনাৰ খবৰ ওলাইছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ কোনেও এই বিষয়ে কোনো কথা কোৱা নাছিল। এই খবৰ ভুল বুলিওঁ দাবী কৰা নাছিল।

বিৰোধী শিবিৰে কৈছে যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে যদি আদানী গোটে গ্ৰীচৰ বন্দৰটো অধিগ্ৰহণ কৰে তেন্তে বিৰোধীয়ে নতুন অস্ত্ৰ লাভ কৰিব। আদানী গোটে মোডীৰ দিনত এই দেশৰ কেইবাটাও বন্দৰ আৰু বিমানবন্দৰ অধিগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে মোডীৰ ইজৰাইল, শ্ৰীলংকা, বাংলাদেশ ভ্ৰমণৰ পিছত সেই দেশসমূহত আদানী গ্ৰুপক ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adani GroupModi's Visit to GreeceSea Port
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d