Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ: ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০

এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্রায় নিশ্চিত ১২ খন আসন: সোণোৱাল

publisher by publisher
May 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ: ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০
3
SHARES
25
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ:

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি চৰকাৰে দেশৰ সৰ্বাংগীণ বিকাশ সাধন কৰাৰ বাবেই দেশৰ জনতাৰ অফুৰন্ত মৰম-সঁহাৰি, আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে। ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০ । সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ-সমর্থনৰ ফলশ্ৰুতিত এইবাৰৰ লোকসভা নির্বাচনত এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্রায় নিশ্চিত ১২ খন আসন।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় আৰু দলীয় কার্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। তাৰপাছতেই তেখেতে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

সোণোৱালে কয়, “ভাৰতক বিশ্বৰ তিনি অর্থনৈতিক মহাশক্তিধৰ দেশৰ ভিতৰত অন্তর্ভুক্ত কৰাটো বিজেপি চৰকাৰৰ এতিয়া দৃঢ় লক্ষ্য। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই দিশত সৱল ভূমিকা ল’বলৈ আমি দৃঢ়প্রতিজ্ঞ বিগত বছৰবোৰত মোদী লহৰেৰে অসমৰ চৌদিশ উজ্জীৱিত হৈউঠিছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।তেখেতে কয়- অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্রজোঁট।

sonowal 2 2তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে শপত লোৱাৰ পথত নৰেন্দ্ৰ মোদী । তেখেতৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। বিকশিত ভাৰতৰ এই সংকল্প যাত্রা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদর্শন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সর্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্রুতগতিত আগবাঢ়িছে।

মোদীয়ে সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূর্ণোদ্যমে অটুট আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।

সৰ্বস্তৰৰ ৰাইজে হিলদল ভাঙি বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্রতি আগবঢ়োৱা অকুণ্ঠ সহযোগিতা, সমৰ্থন আৰু সঁহাৰিৰ বাবে সোণোৱালে জনতা জনার্দনৰ প্ৰতি মূৰ দোঁৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে এই বিগত সময়ছোৱা কৰা কঠোৰ পৰিশ্ৰম, সমর্পিত সেৱা আৰু দলৰ সাংগঠনিক সশক্তিকৰণৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে বিৰোধীৰ নিৰ্বাচনী কার্যকলাপ সন্দৰ্ভত তেখেতে কয়, “বিৰোধীয়ে দেশৰ হিতৰ বাবে শক্তিশালী ভূমিকা লোৱাত বিফল হৈছে। জনস্বার্থ বিৰোধী কার্যকলাপত লিপ্ত থকাৰ বাবেই তেওঁলোকে জনতাৰ সমৰ্থন হেৰুৱাইছে  । এতিয়া খবৰৰ শিৰোনামত থাকিবলৈ তেওঁলোকে হকে-বিহকে কিবা-কিবি কৈ থাকে, যাক ৰাইজে কোনো গুৰুত্বই নিদিয়ে । সমগ্র দেশবাসীৰ লগতে অসমৰ জনগণো ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন। সেয়ে শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ-ক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে।

আজি সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা প্রমুখ্যে দলীয় বিষয়ববীয়াসকল ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Bjp HQInteraction With Party State LeadersUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d