Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Union Minister Sarbananda Sonowal in Norway:ন’ৰৱেত ভাৰতীয় সামুদ্রিক কোম্পানীসমূহৰ সৈতে জাহাজ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত

ভাৰতৰ সামুদ্রিক দক্ষতা এতিয়া উর্দ্ধগামী, বিশ্বব্যাপী সহযোগিতাই মেক ইন ইন্ডিয়াক গতিশীলতা প্রদান কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

publisher by publisher
June 5, 2025
in International, News
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal in Norway:ন’ৰৱেত ভাৰতীয় সামুদ্রিক কোম্পানীসমূহৰ সৈতে জাহাজ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Union Minister Sarbananda Sonowal in Norway:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ন’ৰৱেৰ অস্লোত ভাৰতীয় সামুদ্রিক কোম্পানীসমূহে বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ অনুষ্ঠানত উপস্থিত থাকে আৰু পাৰস্পৰিক সহযোগিতা তথা ভৱিষ্যতৰ ব্যৱসায়িক সুযোগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।

ADVERTISEMENT

জার্মানীৰ কার্স্টেন ৰাইডাৰ শ্বিফছমাক্লাৰ উন্ড ৰীডেৰাই জি এম বি এইচ এন্ড কোম্পানী কে জি আৰু গার্ডেন ৰিচ শ্বিপবিল্ডার্চ এণ্ড ইঞ্জিনীয়ার্চ লিমিটেড (জি আৰ এছ ই)ৰ মাজত অতিৰিক্ত ৪ খন ৭,৫০০ ডি ডব্লিউ টি বহুমুখী জাহাজ নিৰ্মাণৰ বাবে মেম’ ৰেণ্ডাম অৱ ইন্টেন্ট স্বাক্ষৰিত হয়। এই জাহাজসমূহত হাইব্রিড প্রপালচন থাকিব আৰু ই সাম্প্ৰতিক চাইবাৰ সুৰক্ষা নীতি মানি চলিব। জি আৰ এছ ইৰ কলকাতাৰ য়াৰ্ডত বর্তমানে নিৰ্মাণৰত ৮ খন এনে জাহাজৰ উপৰি এয়া হ’ব অতিৰিক্ত সংযোজন।

জি আৰ এছ ইয়ে ইউ এ ইৰ এৰীজ মেৰিন এল এল চিৰ সৈতে অফশ্ব’ৰ প্লেটফৰ্ম আৰু জাহাজ নিৰ্মাণৰ সন্দৰ্ভত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। বিশ্বৰ আগশাৰীৰ কোম্পানী কেটাৰপিলাৰেও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে প্ৰপালচন আৰু বিদ্যুৎ উৎপাদন সঁজুলিৰ যোগানৰ সম্ভাৱনা অন্বেষণৰ বাবে জি আৰ এছ ইৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। এই কৌশলগত মিত্ৰতা ভাৰতৰ স্থানীয় জাহাজ নির্মাণ ক্ষমতাক শক্তিশালী কৰা আৰু সামুদ্রিক ক্ষেত্রত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই সহযোগিতাৰ জৰিয়তে জি আৰ এছ ই আৰু কেটাৰপিলাৰে তেওঁলোকৰ দক্ষতাৰ জৰিয়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ক্ৰমবর্ধমান চাহিদা পূৰণৰ বাবে অত্যাধুনিক নৌ সেৱা যুগ্মভাৱে প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ ন’ৰৱে পেভিলিয়নলৈ যাত্ৰাৰ সময়ত ভাৰতৰ লাচেন এণ্ড টুব্র’ গ্রুপ আৰু ন’ৰৱেৰ দি এন ভিৰ মাজত একাধিক ক্ষেত্রত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত আছে জাহাজ নির্মাণ, অফশ্ব’ৰ আৰু সামুদ্রিক বিষয়, বন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, শক্তি ব্যৱস্থা, ঔদ্যোগিক সমাধান আৰু স্মার্ট আন্তঃগাঁথনি, বহনক্ষম, ই এছ জি, চফটৱেৰ, চাইবাৰ সুৰক্ষা, প্লেটফৰ্ম আৰু ডিজিটেল সমাধান, ব্যৱস্থাপনা আৰু প্ৰডাক্ট নিশ্চিতি আদি।

এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ন’ৰৱেজিয়ান পেভিলিয়নত যোগদান কৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। এই পেভিলিয়নে সামুদ্রিক উদ্ভাৱন, নৌযানৰ পৰম্পৰা আৰু ভৱিষ্যৎমুখী বহনক্ষম উন্নয়নৰ এক আকর্ষণীয় প্রদর্শন দাঙি ধৰিছে। সামুদ্রিক খণ্ডত ন’ৰৱে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ দীর্ঘদিনীয়া সহযোগিতা মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বহনক্ষম উন্নয়নৰ প্ৰতি যৌথ প্রতিশ্রুতিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কক শক্তিশালী কৰিছে।

আমি দুখন গৌৰৱান্বিত সামুদ্রিক ৰাষ্ট্ৰ, যাৰ দীৰ্ঘ উপকূলৰেখা আৰু সমৃদ্ধ সামুদ্রিক পৰম্পৰা আছে। আমি বুজি পাওঁ যে নীল অর্থনীতিৰ ভৱিষ্যৎ কেৱল উন্নয়নৰ ওপৰত নহয়-বহনক্ষম, সর্বাংগীণ আৰু স্থিতিস্থাপক বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। ন’ৰৱেৰ কোম্পানীসমূহৰ সৈতে বহু ভাৰতীয় কোম্পানীয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি সামুদ্রিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰতিশ্রুতিক অধিক গভীৰ কৰাটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয়।”

সৰ্বানন্দ সোণোৱালে আৰু কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে সেউজ জাহাজ পৰিবহণ কৰিডৰ, ডিকাৰ্বনাইজেচন প্রচেষ্টা, জাহাজ পুনঃচক্ৰণ আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰতো ওতপ্রোতভাৱে কাম কৰি আছে। ভাৰত-ন’ৰৱে টাস্ক ফর্চ অন ব্‌লু ইকনমি দুয়োখন দেশৰ গভীৰ সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্রিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ক্ষেত্ৰৰ উন্নয়ন ক্ষিপ্ৰ ৰূপান্তৰৰ মাজেৰে ত্বৰান্বিত হৈ আছে। আমাৰ চৰকাৰৰ অভিলাষী পদক্ষেপ যেনে সাগৰমালাৰ জৰিয়তে আমি বন্দৰৰ আন্তঃগাঁথনি আধুনিকীকৰণ, মাল্টিম’ডেল লজিষ্টিক উন্নত কৰা আৰু বন্দৰ নেতৃত্বাধীন উদ্যোগ বৃদ্ধিত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আছোঁ।

এই দৃষ্টিভংগীৰ এক মুখ্য স্তম্ভ হৈছে সেউজ বন্দৰৰ সৃষ্টি আৰু নিম্ন-নির্গমন, শক্তি-দক্ষ উপকূলীয় আৰু অন্তর্দেশীয় জাহাজ পৰিবহণৰ প্ৰচাৰ-প্ৰসাৰ। তদুপৰি ভৱিষ্যতৰ অফশ্ব’ৰ বায়ু শক্তি, সামুদ্রিক ডিজিটেলাইজেচন আৰু বহনক্ষম বন্দৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বিপুল সম্ভাৱনা আছে। আমি একেলগে কেৱল দ্বিপাক্ষিক সুযোগৰ সৃষ্টি কৰাই নহয়, বহনক্ষম আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক মেৰিটাইম ইক’ চিষ্টেমৰ বাবেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰোঁ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Memorrandum Of UnderstandingMinistry Of Ports And Ships Transport SNorway CompanyUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d